• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেৰিকমৰ কাতৰ আহ্বান শুনিবলৈ আহৰি নাই কেন্দ্ৰৰ! হিংসাৰ দাৱানল কেনেকৈ বাঢ়িছে ভিডিঅ’ বাৰ্তাযোগে স্থানীয় লোকে কোৱা কথাই শিঁহৰিত কৰিব আপোনাক

মেৰিকমৰ কাতৰ আহ্বান শুনিবলৈ আহৰি নাই কেন্দ্ৰৰ! হিংসাৰ দাৱানল কেনেকৈ বাঢ়িছে ভিডিঅ’ বাৰ্তাযোগে স্থানীয় লোকে কোৱা কথাই শিঁহৰিত কৰিব আপোনাক

3 years ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

27 minutes ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

1 hour ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

2 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

2 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

3 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

3 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

5 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

5 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

16 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

16 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

17 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মেৰিকমৰ কাতৰ আহ্বান শুনিবলৈ আহৰি নাই কেন্দ্ৰৰ! হিংসাৰ দাৱানল কেনেকৈ বাঢ়িছে ভিডিঅ’ বাৰ্তাযোগে স্থানীয় লোকে কোৱা কথাই শিঁহৰিত কৰিব আপোনাক

editor by editor
May 7, 2023
in অপৰাধ, উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
মেৰিকমৰ কাতৰ আহ্বান শুনিবলৈ আহৰি নাই কেন্দ্ৰৰ! হিংসাৰ দাৱানল কেনেকৈ বাঢ়িছে ভিডিঅ’ বাৰ্তাযোগে স্থানীয় লোকে কোৱা কথাই শিঁহৰিত কৰিব আপোনাক
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মণিপুৰত অব্যাহত আছে হিংসাত্মক পৰিস্থিতি। বিগত ৩ দিন ধৰি জ্বলিছে মণিপুৰ। বৰ্তমানলৈ ৰাজ্যখনত হিংসাৰ বলি হৈছে ৫৮গৰাকী লোক। ৰাজ্য এৰি বহুতো বাসিন্দাই এতিয়া পলায়নো কৰিছে। মণিপুৰ এৰি পলাই অহা একাংশ লোকে এই অভিজ্ঞতাৰ কথা বৰ্ণানা কৰিছে। কেনে বিভীষিকাময় সময় তেওঁলোকে পাৰ কৰি পলাই আহিবলৈ বাধ্য হৈছে সেই কথাও প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমক অনলাইন ভিডিঅ’ কলযোগে বাৰ্তা পঠিয়াইছে মণিপুৰৰ এগৰাকী বাসিন্দাই। তেওঁ বৰ্তমান সপৰিয়ালে ৰাজ্য এৰি পলায়ন কৰিছে। ক’ত কোনে আশ্ৰয় লৈছে ধৰিব পৰা নাই। বুধবাৰে নিশাৰে পৰাই অপ্ৰীতিকৰ পৰিস্থিতি বুলিও জনাইছে বাসিন্দাগৰাকীয়ে।

ভিডিঅ’ বাৰ্তাত ব্যক্তিজনে কয়, ‘মণিপুৰত বুধবাৰ নিশাৰে পৰাই হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হৈছে। ৰাজ্যৰ সংখ্যাগৰিষ্ঠ মেইতেই সম্প্ৰয়ায়ক এছ টি মৰ্যাদা দিয়াক কেন্দ্ৰ কৰিয়েই এই বিতৰ্কৰ সূত্ৰপাত। আমাৰ ৰাজ্যত বুধবাৰৰ পৰাই ইণ্টাৰনেট সেৱা ব্যাহত হৈ আছে। গণ্ডগোলৰ কথা শুনি ভৱাই নাছিলো এইধৰণৰ ৰূপ ল’ব বুলি। যি হৈছে সেয়া ভাষাৰে কৈ বুজাব নোৱাৰিম। ইম্ফলত ঘৰ-বাৰী জ্বলি আছে। ভাৱিছিলো আৰক্ষীয়ে সহায় কৰিব। কিন্তু আৰক্ষীয়েও জনতাক সহায় কৰা নাই। ইম্ফলত এতিয়া এনে লাগিছে যেন আমাৰ ইম্ফল কোনোবাই দখল কৰি ল’লে। মোৰ ঘৰ থানাৰ নিচেই কাষত যদিও মই নিৰাপদ নহ’লো। দিনে ৰাতিয়ে আমাৰ আশেপাশে কেৱল বোমা বিস্ফোৰণ আৰু কান্দোনৰ শব্দ। আমি এটা ৰুমত আৱদ্ধ হৈ তিনিদিন কটালো।’

ইয়াৰোপৰি স্থানীয় বাসিন্দাজনে কয়, ‘খিৰিকিয়ে আমি জুমি চালেই চৌদিশে ধোঁৱা আৰু জুই দেখিছো। আৰক্ষীয়ে একোৱেই কৰিব পৰা নাই। মানুহৰ চিৎকাৰ শুনিছো। সুৰক্ষাৰ বাবে অৰ্ধসামৰিক কেম্পত আমি গৈ আশ্ৰয় ললো। কিন্তু তাতো আমি সুৰক্ষিত নহ’লো। ইমান মানুহ কেম্পত আছিল যে সকলোৰে বাবে ব্যৱস্থা কৰি দিয়া তেওঁলোকৰ বাবেও অসম্ভৱ হৈ পৰিছে। পৰ্যাপ্ত পানীও তাত খাবলৈ পোৱাত অসুবিধা হৈছে। ইণ্টাৰনেট সেৱা ব্যাহত বাবে বিমানৰ টিকেট কৰিও কোনোৱে মণিপুৰ এৰিব পৰা নাই। ৰাজ্যৰ বাহিৰত থকা আত্মীয়ই একাংশক টিকেট কৰি ওলিয়াই আনিছে। কিন্তু আমাৰ সকলোৰে মণিপুৰৰ বাহিৰত পৰিয়াল নাই। ইফালে একাংশই আমাৰ অসহায়তাৰ সুযোগ লৈ টিকটৰ দামো বঢ়াই দিছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক
জীৱনশৈলী

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

September 10, 2026
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!
জীৱনশৈলী

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

September 10, 2026
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!
জীৱনশৈলী

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

September 10, 2026
Next Post
তেজীমলাৰ মাহীআইৰ সৈতে সংগীতাৰ জানো পাৰ্থক্য আছে? মনোৰোগ বিষয়ক জ্ঞান দিয়া সংগীতা কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে?

তেজীমলাৰ মাহীআইৰ সৈতে সংগীতাৰ জানো পাৰ্থক্য আছে? মনোৰোগ বিষয়ক জ্ঞান দিয়া সংগীতা কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে?

আমাৰ কোনো ৰজা নাই, ৰাজতন্ত্ৰ নিপাত যাওক! ৰজা চাৰ্লছৰ অভিষেকতেই শ্লোগান, গ্ৰেপ্তাৰ ৫২ জন লোক

আমাৰ কোনো ৰজা নাই, ৰাজতন্ত্ৰ নিপাত যাওক! ৰজা চাৰ্লছৰ অভিষেকতেই শ্লোগান, গ্ৰেপ্তাৰ ৫২ জন লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.