• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমাৰ কোনো ৰজা নাই, ৰাজতন্ত্ৰ নিপাত যাওক! ৰজা চাৰ্লছৰ অভিষেকতেই শ্লোগান, গ্ৰেপ্তাৰ ৫২ জন লোক

আমাৰ কোনো ৰজা নাই, ৰাজতন্ত্ৰ নিপাত যাওক! ৰজা চাৰ্লছৰ অভিষেকতেই শ্লোগান, গ্ৰেপ্তাৰ ৫২ জন লোক

3 years ago
EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

38 minutes ago
পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

1 hour ago
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

2 hours ago
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

3 hours ago
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

4 hours ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

4 hours ago
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

5 hours ago
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

5 hours ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

18 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

18 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

19 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আমাৰ কোনো ৰজা নাই, ৰাজতন্ত্ৰ নিপাত যাওক! ৰজা চাৰ্লছৰ অভিষেকতেই শ্লোগান, গ্ৰেপ্তাৰ ৫২ জন লোক

editor by editor
May 7, 2023
in বিবিধ, বিশ্ব
0
আমাৰ কোনো ৰজা নাই, ৰাজতন্ত্ৰ নিপাত যাওক! ৰজা চাৰ্লছৰ অভিষেকতেই শ্লোগান, গ্ৰেপ্তাৰ ৫২ জন লোক
0
SHARES
59
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত ৭০ বছৰ ধৰি বাকিংহাম পেলেছৰ সিংহাসন শুৱনি কৰি আহিছে ৰজাই। তৃতীয় চাৰ্লছৰ ৰাজ্যভিষেক উপলক্ষ্যে লণ্ডনত জাকজমকপূৰ্ণ আয়োজন চলিছিল ব্ৰিটেইনত। আমন্ত্ৰিত হৈছিল ২০০০ ৰো অধিক লোক। শনিবাৰে এই অভিষেক আছিল যদিও পূৰ্বৰ তিনিদিনৰ পৰাই বিশেষ অনুষ্ঠান চলিছিল ব্ৰিটেইনত। কিন্তু ইয়াৰ মাজতেই ৰাজতন্ত্ৰৰ বিৰুদ্ধে একাংশই শ্লোগান দি ওলাই আহিল। ৰাজতন্ত্ৰ নিপাত যাওক বুলি ৰাজপথত শ্লোগান দিয়াসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে। ৫২ গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আটাইকেইজন প্ৰতিবাদকাৰীয়েই ৰিপাব্লিক দলৰ সদস্য বুলিও জনাইছে এক বিশেষ সূত্ৰই।

অৱশ্যে বৰ্তমানলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই। চাৰ্লছৰ অভিষেকৰ দিনা লণ্ডনত ৰাস্তাত প্ৰতিবাদ কৰা লোকসকলৰ প্ৰধান শ্লোগান আছিল, ‘একবিংশ শতিকাত ৭৮ বছৰীয়া ৰজাৰ অভিষেক পতা কথাটো নিতান্তই অৰ্থহীন। এই অনুষ্ঠানত যি বিপুল অৰ্থ ব্যয় হৈছে সেই অৰ্থৰে দেশৰ অৰ্থনৈতিক কাম কাজ কৰিব পাৰে।’ প্ৰতিবাদকাৰীসকলে লগতে কয়, ‘আমাৰ কোনো ৰজা নাই। ৰাজতন্ত্ৰ নিপাত যাওক। তৃতীয় চাৰ্লছেই শেষৰজন ৰজা হ’ব ইয়াৰ পাছত ব্ৰিটেইনত ৰাজতন্ত্ৰৰ অস্তিত্ব নাথাকিব।’

উল্লেখ্য যে চাৰ্লছৰ অভিষেকৰ কিমান ধন খৰচ হ’ল সেই কথা বৰ্তমানো জানিব পৰা হোৱা নাই যদিও বাকিংহাম পেলেছৰ পৰা আনুষ্ঠানিকভাৱে কোনো কথাই প্ৰকাশ কৰা হোৱা নাই। বিবিচিৰ এক প্ৰতিবেদনত প্ৰকাশ হোৱা অনুসৰি এই অভিষেকত প্ৰায় ৫০০ ৰ পৰা ১০০০ কোটি টকা খৰচ হৈছে। ব্ৰিটেইনৰ ক্ষমতাহীন চৰকাৰেই এই অভিষেকৰ খৰচ বহন কৰিছে। অৰ্থাৎ পৰোক্ষভাৱে সাধাৰণ নাগৰিক তথা কৰদাতাসকলৰ টকাৰেই এই অভিষেক পতা হৈছে। বহুতেই প্ৰশ্ন কৰিছে ‘একবিংশ শতিকাত এই বৃদ্ধ ৰজাৰ অভিষেক পাতি ধন অপব্যয় কৰাটো যুক্তিসংগত কথা কেনেকৈ হ’ব পাৰে?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম
বাণিজ্য

EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

April 19, 2026
পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত
জীৱনশৈলী

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

April 19, 2026
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!
জীৱনশৈলী

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

April 19, 2026
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!
জীৱনশৈলী

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

April 19, 2026
Next Post
এই বেপাৰ এদিনীয়া নহয়! যোৰহাট কাণ্ডৰ নতুন কি কি আপডেট?

এই বেপাৰ এদিনীয়া নহয়! যোৰহাট কাণ্ডৰ নতুন কি কি আপডেট?

মদাহীৰে ভৰা এখন দেশ! গড়ে এজন লোকে পান কৰে ৫২ লিটাৰ সুৰা, অথচ এই দেশেই বিশ্বৰ সৰ্বাধিক নিৰাপদ দেশৰো এখন! কোনখন দেশ, জানেনে?

মদাহীৰে ভৰা এখন দেশ! গড়ে এজন লোকে পান কৰে ৫২ লিটাৰ সুৰা, অথচ এই দেশেই বিশ্বৰ সৰ্বাধিক নিৰাপদ দেশৰো এখন! কোনখন দেশ, জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.