• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘मंदिर वहीं बना है, जहां बनाने का संकल्प लिया था’, প্ৰাণপ্ৰতিষ্ঠাৰ পাছতেই যোগী আদিত্যনাথৰ উদাত্ত ভাষণত কেইবাটাও সংকল্প

2 years ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

52 minutes ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

1 hour ago
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

2 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

3 hours ago
গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

4 hours ago
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

5 hours ago
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘मंदिर वहीं बना है, जहां बनाने का संकल्प लिया था’, প্ৰাণপ্ৰতিষ্ঠাৰ পাছতেই যোগী আদিত্যনাথৰ উদাত্ত ভাষণত কেইবাটাও সংকল্প

editor by editor
January 22, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
‘मंदिर वहीं बना है, जहां बनाने का संकल्प लिया था’, প্ৰাণপ্ৰতিষ্ঠাৰ পাছতেই যোগী আদিত্যনাথৰ উদাত্ত ভাষণত কেইবাটাও সংকল্প
0
SHARES
189
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অপেক্ষাৰ অৱসান। সোমবাৰ ২২ জানুৱাৰী ভাৰতীয়ৰ বাবে ঐতিহাসিক দিন। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে প্ৰাণপ্ৰতিষ্ঠা হ’ল ৰামৰ। ৰাম মন্দিৰৰ গৰ্ভগৃহত প্ৰাণ পাই উঠিছে ৰামলালাৰ মূৰ্তি। উদ্বোধনৰ পাছতেই আৱেগবিহ্বল ভাষণ দিছে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ ভাষণত কয়,’অযোধ্যাত ৰাম ৰাজত্ব প্ৰতিষ্ঠিত হ’ল।’ ইয়াৰোপৰি তেওঁ কয়, ‘পাঁচ দশকজোৰা অপেক্ষাৰ অন্ত পৰিল। পাৰ হৈ গৈছে পাঁচ শতক। শেষ হৈ গৈছে এটাৰ পাছত আনটো প্ৰজন্ম। কিন্তু আমি আমাৰ লক্ষ্যত অটল। আমি সংকল্প লৈছিলো, অযোধ্যালৈ ৰামক উভতাই আনিমেই। বিশ্বত সম্ভৱত এয়াই প্রথম যে কোনো দেশৰ এটা সংখ্যাগুৰু সম্প্ৰদায়ে নিজৰ দেশত নিজৰ আৰাধ্য দেৱতাৰ মন্দিৰ স্থাপন কৰিবৰ বাবে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰিবলগা হৈছে।

ৰাম মন্দিৰ নিৰ্মাণৰ সময়ত বিভেদ পাহৰি কান্ধত কান্ধ মিলাই ৰাম জন্মভূমি অন্দোলনৰ বাবে যুঁজ কৰিছিল বহু মানুহে। কৰসেৱকসকলৰ আত্মবলিদানৰ কথা আমি পাহৰি যাব নোৱাৰো। ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দেশৰ সকলো শ্ৰেণী, সকলো বৰ্ণ, সকলো জাতিৰ মানুহে বিভেদ পাহৰি আগবাঢ়ি আহিছে। আমাৰ সংকল্পই আজি পূৰ্ণতা লাভ কৰিছে। মন্দিৰ ওহি বনা হে, যাহা বানানে কি সংকল্প কিয়া থা অৰ্থাৎ মন্দিৰ তাতেই নিৰ্মাণ হৈছে য’ত আমি বনোৱাৰ বাবে সংকল্প লৈছিলো।’

যোগীয়ে লগতে কয়, ‘আজি সকলো ৰাম ভক্তৰ মন প্ৰসন্ন। মনলৈ আহিছে ত্ৰেতা যুগ উভতি আহিছে। সমগ্ৰ দেশে এই দিনটোৰ বাবেই অপেক্ষা কৰি আছিল।’ ১৯৯০ চনত ৰাম মন্দিৰ আন্দোলনৰ সেই ভয়াৱহ দিনবোৰ সোঁৱৰি যোগীয়ে কয়, ‘এতিয়া আৰু সেই কলা দিনবোৰৰ দৰে ৰাস্তাত কোনোৱে গোলা-বাৰুদ নেদেখে। কোনোৱে বন্দুকৰ গুলীৰ শব্দ নুশুনে। কাৰফিউ নাথাকে। এতিয়া ইয়াত কেৱল শান্তি আৰু শান্তি। উজলি থাকিব দীপাৱলীৰ পোহৰ। এতিয়া ইয়াত দীপোৎসৱ নহয় হ’ব ৰামোৎসৱ। শ্ৰীৰামৰ নামেৰে সংকীৰ্তনেৰে ৰাজপথ মুখৰিত হ’ব। ৰামৰাজ্যত বিদ্বেষ নহয়, ৰামৰাজ্যত কেৱল ভালপোৱা থাকিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত
জীৱনশৈলী

March 25, 2026
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো
চিনেমা

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

March 25, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?
জীৱনশৈলী

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

March 25, 2026
Next Post
অহল্যা, দ্ৰৌপদী, সীতা, তৰা, মন্দোদৰী আটাইকেইগৰাকীৰেই চৰিত্ৰত দাগ! তাৰপিছতো কিয় পুৰাণমতে সতী এই ৫ নাৰী?

ৰাম মন্দিৰলৈ সকলো আহিল! কিন্তু কিয় নাহিল কোহলী আৰু ধোনী…

ৰাম মন্দিৰলৈ সকলো আহিল! কিন্তু কিয় নাহিল কোহলী আৰু ধোনী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন