• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

6 months ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

37 minutes ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

1 hour ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

2 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

3 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

3 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

3 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

4 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

5 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

7 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

7 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

8 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

editor by editor
April 25, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি
0
SHARES
716
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক মাহত অৰ্থাৎ ১১ মে, মঙ্গলে নিজৰ ৰাশি মেষত প্ৰৱেশ কৰিছে৷ এই সময়ত ইতিমধ্যেই অৱস্তান কৰিছে দুই শক্তিশালী গ্ৰহ সূৰ্য আৰু বুধে৷ ফলত মঙ্গল, সূৰ্য আৰু বুধৰ মিলনত এক শক্তিশালী ত্ৰিগ্ৰহী যোগ তৈয়াৰ হব৷ ইয়াৰোপৰি মঙ্গল-সূৰ্যৰ সংযোগত মঙ্গলাদিত্য ৰাজযোগ আৰু মঙ্গল বুধৰ সংযোগত লাভ দৃষ্টি যোগ গঠিত হব৷ এই তিনিটা বিশেষ ৰাজযোগ ১১ মেৰ পৰা ১৫ মে পৰ্যন্ত সক্ৰিয় থাকিব৷ অলপ কেইবাদিন হলেও সেয়া কিছু ৰাশিৰ জাতকৰ জীৱনত বৃহৎ পৰিবৰ্তন আহিব পাৰে৷ বিশেষকৈ প্ৰভাৱিত হ’ব পাৰে ৫ ৰাশিৰ জাতক? কি ঘটিব?

মেষ ৰাশি

এই ৰাজযোগে মেষ ৰাশিত তৈয়াৰ হোৱাত এই ৰাশিৰ জাতকৰ বাবে আত্মবিশ্বাস বহু গুণ বাঢ়ি যাব৷ নেতৃত্ব দিয়াৰ ক্ষমতা বৃদ্ধি পাব আৰু ডাঙৰ পদ লাভৰ সম্ভাৱনা তৈয়াৰ হব৷ চৰকাৰী বা গুৰুত্বপূৰ্ণ কাম সফলভাৱে সম্পন্ন হব পাৰে৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ কৰ্মজীৱনত সমস্যা দূৰ হব৷ স্বাস্থ্যৰো উন্নতি হব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি সূৰ্যই এই সময়ত খুবেই শক্তিশালী অৱস্থাত থাকিব৷ ফলত আপোনাৰ কামত সাফল্য সহজেই আহিব৷ পৰিশ্ৰমৰ বহুগুণ ফল পাব৷ বিদেশ যাত্ৰা বা উচ্চশিক্ষাৰ সৈতে যুক্ত পৰিকল্পনা সফল হব পাৰে৷ ভাগ্যই আপোনাক প্ৰতিটো পদক্ষেপত সহায় কৰিব৷

তুলা ৰাশি

তুলা ৰাশিৰ বাবে এই সময়ত সকলোবোৰ সফলতাৰ ইংগিত দিছে৷ ব্যৱসায়িক অংশীদাৰিত্বত ডাঙৰ সাফল্য আহিব৷ নতুন চাকৰিৰ সুযোগ বা বৰ্তমান কৰ্মস্থলত পদোন্নতিৰ সম্ভাৱনা আছে৷ আৰ্থিক উন্নতি হব৷ আইনী জটিলতা বা গোচৰৰ পৰা জয়ৰ সম্ভাৱনা আছে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে এই ত্ৰিগ্ৰহী যোগে সাহস আৰু উদ্যমিতা বঢ়াব৷ আপুনি নতুনকৈ আপোনাৰ লক্ষ্য পূৰণৰ বাবে আগুৱাই যাব৷ আয়ৰ নতুন উৎস তৈয়াৰ হব পাৰে৷ বিনিয়োগৰ পৰা বৃহৎ লাভৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ীয়ে কথাৰ জোৰত বৃহৎ সাফল্য পাব৷ পৰিয়ালত সুখ শান্তি বৰ্তি থাকিব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে এই সময় খুবেই শুভ৷ সন্তান সুখ লাভ কৰিব পাৰে৷ পাৰিবাৰিক সম্পৰ্কত ভালপোৱা বাঢ়িব৷ ব্যৱসায় আৰু কেৰিয়াৰক লৈ ডাঙৰ সিদ্ধান্ত লোৱাৰ বাবে এই সময় অনুকূল৷ নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সুযোগ পাব৷ শিক্ষাৰ্থীসকলৰ বাবে এই সময় বিশেষভাৱে শুভ হব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য লাভৰ যোগ আছে৷ হঠাৎ আৰ্থিক লাভো হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
Next Post
ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.