• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

19 minutes ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

1 minute ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

1 hour ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

2 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

2 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

4 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

4 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

5 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

6 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

6 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

8 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

8 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

ৰাজ্যখনত সংঘটিত ভয়ংকৰ ঘটনা

editor by editor
October 10, 2026
in উত্তৰ-পূব, ৰাজনীতি, লেখা
0
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
0
SHARES
23
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ হিংসাৰ দাবানলত জ্বলি উঠিছে মণিপুৰ। ৰাজ্যখনৰ কামজং আৰু উখৰুল জিলাত সশ*স্ত্ৰ সংগঠনৰ মাজত হোৱা সংঘৰ্ষত তিনিজন লোক নি*হত হৈছে। ইয়াৰ উপৰি কাংপকপি জিলাতো গু*লীচালনাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। সংঘৰ্ষৰ ফলত কেইবাটাও ঘৰ জ্বলাই দিয়া হৈছে। পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকাত প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। তথ্য অনুসৰি, নগা জনগোষ্ঠীৰ প্ৰধান বসতি থকা কামজং জিলাৰ কুকি জনগোষ্ঠীৰ প্ৰধান বসতি চাছাদ গাঁৱত এজন ২২ বছৰীয়া যুৱক আৰু এগৰাকী ৪২ বছৰীয়া মহিলাক হ*ত্যা কৰা হয়।

শুকুৰবাৰে নিশা মহিলাগৰাকীক গুলীয়াই হ*ত্যা কৰা হয়। পাঁচটা সন্তানৰ মাতৃ মহিলাগৰাকী গু*লীবিদ্ধ হোৱাৰ কেইমিনিটমানৰ ভিতৰতে মৃত্যু হয়। এই ঘটনাক কেন্দ্ৰ কৰি কুকি আৰু নগা সশ*স্ত্ৰ সংগঠনৰ মাজত তীব্ৰ গু*লীয়াগু*লীৰ সূচনা হয়। শনিবাৰে পুৱালৈকে এই সংঘৰ্ষ অব্যাহত থাকে। পৰৱৰ্তী সময়ত হোৱা সংঘৰ্ষত ২২ বছৰীয়া যুৱকজনৰো মৃ*ত্যু হয়। লগতে চাছাদ গাঁৱত ১০টাকৈ ঘৰ জ্বলাই দিয়া হয় বুলি জানিব পৰা গৈছে।

চাছাদ গাঁৱত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকাত জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ঘটনা সংঘটিত হোৱা গাঁও দুখনৰ লগতে সমীপৱৰ্তী কেইবাখনো গাঁৱত ১৬২ ধাৰা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞাৰ অধীনত পাঁচজন বা তাতকৈ অধিক লোকৰ সমাগমত বাধা আৰোপ কৰা হৈছে। অঞ্চলটোত শান্তি-শৃংখলা বজাই ৰখা আৰু নতুনকৈ সংঘৰ্ষৰ সৃষ্টি হোৱাত বাধা দিয়াৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ইফালে, উখৰুল জিলাতো আন এক হ*ত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, চেপু য়াওলেনৰ সমীপত সন্দেহযুক্ত উগ্ৰপন্থীয়ে এখন বাহনলৈ লক্ষ্য কৰি গুলীচালনা কৰে। এই ঘটনাত ৪০ বছৰীয়া সন্দীপ ৰায় নামৰ এজন লোকৰ মৃত্যু হয়। গুলীবিদ্ধ হোৱাৰ ফলত নিজৰ চাৰিচকীয়া বাহনখনৰ ভিতৰতে তেওঁৰ মৃ*ত্যু হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে এই আক্ৰমণৰ আঁৰত কোন জড়িত আছে, সেই সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই।

কামজং আৰু উখৰুলৰ উপৰি কাংপকপি জিলাৰ মাকুই আছাং আৰু টাপোন অঞ্চলতো স*শ*স্ত্ৰ সংগঠনৰ মাজত তীব্ৰ গু*লীয়াগু*লী হোৱাৰ খবৰ পোৱা গৈছে। সূত্ৰ অনুসৰি, শুকুৰবাৰে সন্ধিয়া নিৰাপত্তাৰক্ষীৰ ওপৰত সন্দেহযুক্ত কুকি সশ*স্ত্ৰ সংগঠনে গু*লীচালনা কৰাৰ পিছতে সংঘৰ্ষৰ সূত্ৰপাত হয়। ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গু*লীচালনা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24manipur
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা
বিনোদন

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

October 10, 2026
Next Post
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.