• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৃণা এৰক, মণিপুৰলৈ শান্তি আনক! ঘৃণাৰ বাবে আত্মীয়ক হেৰুৱাৰ বেদনা কিমান মই জানোঃ ৰাহুল গান্ধী

ঘৃণা এৰক, মণিপুৰলৈ শান্তি আনক! ঘৃণাৰ বাবে আত্মীয়ক হেৰুৱাৰ বেদনা কিমান মই জানোঃ ৰাহুল গান্ধী

3 years ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

12 minutes ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

1 hour ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

3 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

5 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

6 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

18 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

19 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

20 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

21 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

21 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

ঘৃণা এৰক, মণিপুৰলৈ শান্তি আনক! ঘৃণাৰ বাবে আত্মীয়ক হেৰুৱাৰ বেদনা কিমান মই জানোঃ ৰাহুল গান্ধী

editor by editor
July 6, 2023
in উত্তৰ-পূব, জীৱনশৈলী
0
ঘৃণা এৰক, মণিপুৰলৈ শান্তি আনক! ঘৃণাৰ বাবে আত্মীয়ক হেৰুৱাৰ বেদনা কিমান মই জানোঃ ৰাহুল গান্ধী
0
SHARES
979
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘ইয়াত দেৱালী চলি থকা নাই! ভোটৰ সময়তহে মণিপুৰৰ জনতাক খবৰ লোৱা হয়৷ নিৰ্বাচন শেষ হ’লেই মণিপুৰক সকলোৱে পাহৰি যায়৷ আমাক শান্তি লাগে, আমাক জীৱনৰ নিৰাপত্তা লাগে৷’ এয়া প্ৰতিগৰাকী মণিপুৰৰ জনতাৰ মনৰ কথা৷

মণিপুৰ আজিও জ্বলি আছে। মণিপুৰবাসীয়ে শান্তি বিচাৰি বাৰে বাৰে আবেদন কৰিও যেন বিফল হৈছে। এই হিংসা আৰু কিমান দিনলৈ? শৈক্ষিক পৰিবেশ, শান্তিপূৰ্ণ জীৱনৰ কথাবোৰ মণিপুৰবাসীৰ বাবে যেন এতিয়া কেৱল এক সপোনহে। দুঃস্বপ্নৰ এই দিন কেতিয়া শেষ হ’ব? ২৮ আৰু ২৯ জুনত দুদিনীয়া ভ্ৰমণসূচীৰে বিৰোধী ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী আহিছিল হিংসা জৰ্জৰিত মণিপুৰলৈ। ৰাহুল অহাৰ পাছতেই সমগ্ৰতে চলিছিল মণিপুৰৰ চৰ্চা।

পাহাৰীয়া ৰাজ্যখনত হিংসা কমিছেনে? বুধবাৰে নিশাও মণিপুৰৰ কেইবা ঠাইত হিংসাত্মক ঘটনা৷ মণিপুৰৰ শেহতীয়া আপডেটক লৈ ৰাহুলে কৰিছে বিশেষ টুইট৷ ৰাহুলে টুইটত লিখিছে, ‘ঘৃণাৰ বাবে কোনো আত্মীয়ক হেৰুৱাৰ বেদনা কিমান মই জানো৷ য’ত হিংসা থাকে, তেনে দেশ কেতিয়াও আগুৱাই যাব নোৱাৰে৷ হিংসা এৰক, মণিপুৰ জোৰো সকলোৰে মূল উদ্দেশ্য হওক৷’

দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হওতে কেইবাটাও কেম্প ৰাহুলে পৰিদৰ্শন কৰিছিল। বুজ লৈছিল কেম্পত থকা ব্যক্তিসকলৰ। এগৰাকী মুকবধিৰ মহিলাৰ দুৰ্দশাৰ কথা ৰাহুলে টুইটত শ্বেয়াৰ কৰিছে। মহিলাগৰাকীয়ে ৰাহুলক বুজাইছে, ‘গোষ্ঠীসংঘৰ্ষত তেওঁ ঘৰ হেৰুৱাইছে৷ চাৰিওফালে বোমাবৰ্ষণ, যেনেতেনে জীৱনটো বচাই পলাই আহিছে৷ কিন্তু তেওঁৰ সন্তানটোক ৰক্ষা কৰিব নোৱাৰিলে৷ সংঘৰ্ষতেই প্ৰাণ হেৰুৱালে তেওঁৰ সন্তানে৷ গাওঁখনৰ অন্য লোকসকলৰ সৈতে পলাই আহি তেওঁ কেম্প পালেহি৷ সন্তানে চকুৰ সন্মুখতে ছটফটাই মৃত্যুক আঁকোৱালি ল’লে৷ পুত্ৰক হেৰুৱাৰ যন্ত্ৰণা সামৰি তেওঁ দুমাহ ধৰি এই কেম্পত আছে৷’

এয়া মণিপুৰৰ বহু লোকৰেই সামৰি ৰখা যন্ত্ৰণা। তেওঁলোকৰ কথাবোৰ কাক ক’ব, কোনে শুনিব? যন্ত্ৰণাদায়ক এই সময়তেই ৰাহুলক কাষত পায় কান্দোনত ভাঙি পৰিছিল বহু লোক। শেহতীয়াকৈ পুনৰ অশান্ত হৈ পৰা মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ বিশেষ টুইট শ্বেয়াৰ কৰিছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

August 26, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

August 26, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Next Post
গুঞ্জৰ হৈ থাকোতেই শেষ হ’ল প্ৰেম! অভিনেত্ৰী ৰশ্মিকা আৰু অভিনেতা বিজয়ৰ প্ৰেমত ফাঁট মেলাৰ খবৰ হ’ল ভাইৰেল

গুঞ্জৰ হৈ থাকোতেই শেষ হ’ল প্ৰেম! অভিনেত্ৰী ৰশ্মিকা আৰু অভিনেতা বিজয়ৰ প্ৰেমত ফাঁট মেলাৰ খবৰ হ’ল ভাইৰেল

ৰাহুলৰ কাৰাগাৰ যাত্ৰা প্ৰায় খাটাং! গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতেই আৰম্ভ চৰ্চা, কি কৰিব এইবাৰ ৰাহুলে?

ৰাহুলৰ কাৰাগাৰ যাত্ৰা প্ৰায় খাটাং! গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতেই আৰম্ভ চৰ্চা, কি কৰিব এইবাৰ ৰাহুলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.