• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

3 months ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

12 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

12 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

13 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

14 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

14 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

15 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

15 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

16 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

16 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

17 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

17 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

editor by editor
May 25, 2026
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?
0
SHARES
211
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহৰ দীৰ্ঘায়ু হোৱাৰ আজন্ম ইচ্ছা এইবাৰ পূৰণ হ’ব? ইউনিভাৰ্ছিটি অফ ৰোচেষ্টাৰৰ বিজ্ঞানীসকলে সাম্প্ৰতিক এক গৱেষণাৰ পাছত এই তথ্য প্ৰকাশ কৰিছে৷ সমুদ্ৰৰ গভীৰত বাস কৰা বো-হেড(Bowhead) তিমিৰ জীৱন ৰহস্য বিশ্লেষণ কৰি বিজ্ঞানীয়ে তেনে এক বিশেষ প্ৰটিনৰ সন্ধান পাইছে৷ যিয়ে মানুহৰ আয়ু প্ৰায় ২০০ বছৰ পৰ্যন্ত বঢ়াই দিব পাৰে৷

বিখ্যাত বিজ্ঞান বিষয়ক আলোচনী নেচাৰত প্ৰকাশিত এই গৱেষণাত গৱেষক ভেৰা গৰ্বুনোভা আৰু এন্দ্ৰেই ছেলয়ানাভে জনাইছে যে বো-হেড তিমিয়ে সাধাৰণতে দুই শতাব্দী পৰ্যন্ত জীয়াই থাকে৷ এই তিমিৰ দীৰ্ঘ জীৱনৰ মূল চাবিকাঠি হৈছে CIRBP নামৰ ডিএনএ ৰিপেয়াৰ প্ৰটিন৷ আশ্চৰ্যকৰ বিষয় এয়াই যে অন্যান্য স্তন্যপায়ী প্ৰাণীৰ তুলনাত এই তিমিৰ শৰীৰত এই প্ৰটিনৰ উপস্থিতি প্ৰায় ১০০ গুণ বেছি৷

সাধাৰণতে বয়স বঢ়াৰ লগে লগে মানুহৰ ডিএনএ ক্ষতিগ্ৰস্থ হয়, যৰ পৰা জন্ম হয় কেন্সাৰ বা বাৰ্ধ্যকৰ দৰে সমস্যাৰ৷ কিন্তু এই প্ৰটিনে তিমিৰ শৰীৰত ক্ষতিকৰ জেনেটিক মিউটেছন জমা হ’বলৈ নিদিয়ে৷ বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় পেটো ছ পেৰেডক্স৷ য’ত বিশাল শৰীৰৰ তিমিৰ কোটি কোটি কোষ থকা সত্ত্বেও তিমি কৰ্কটত আক্ৰান্ত নহয়৷

গৱেষণাৰ পৰবৰ্তী ধাপত বিজ্ঞানীয়ে যেতিয়া এই তিমিৰ প্ৰটিন মানুহৰ কোষ আৰু ফ্ৰুট ফ্লাই বা মাখিৰ শৰীৰত প্ৰৱেশ কৰোৱা হয় তেতিয়া দেখা যায় যে তেওঁলোকৰ ডিএনএৰ মেৰামতি ক্ষমতা বাঢ়ি যায় আৰু আয়ুসো বাঢ়ি যায়৷ আৰু এক চমকপ্ৰদ তথ্য হৈছে যে শীতল পৰিবেশত এই প্ৰটিনৰ উৎপাদন শৰীৰত বাঢ়ি যায়৷ যিয়ে আমাৰ জীৱনযাত্ৰাৰ ওপৰত পৰিবেশৰ প্ৰভাৱকলৈ নতুনকৈ ভৱাৰ সুযোগ দিছে৷

এই আৱিষ্কাৰ অৱশ্যে এতিয়াও প্ৰাথমিক পৰ্যায়ত আছে আৰু মানুহৰ ওপৰত ইয়াৰ প্ৰয়োগ কৰাৰ পূৰ্বে আৰু দীৰ্ঘ গৱেষণাৰ প্ৰয়োজন৷ বিজ্ঞানীসকলে ইয়াক এতিয়াও চিকিৎসাবিজ্ঞানৰ এক বিশাল মাইলফলক হিচাপেই চাইছে৷ যদি তিমিৰ এই জীৱ বিজ্ঞানক মানুহৰ কল্যাণত ব্যৱহাৰ কৰা সম্ভৱ হয় তেন্তে ভৱিষ্যতে মানুহে হয়তো কেৱল শতায়ু নহয়, বৰং ২০০ বছৰ পৰ্যন্ত সুস্থভাৱে জীৱনযাপন কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস
ভাৰত

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

August 15, 2026
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন
জীৱনশৈলী

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

August 15, 2026
Next Post
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.