• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেংক লকাৰত নগদ টকা ৰাখিব পাৰিনে? লকাৰৰ পৰা মূল্যবান সামগ্ৰী নষ্ট হ’লে বা হেৰালে বেংকে কি ক্ষতিপূৰণ দিয়ে? জানি থওক সবিশেষ তথ্য

বেংক লকাৰত নগদ টকা ৰাখিব পাৰিনে? লকাৰৰ পৰা মূল্যবান সামগ্ৰী নষ্ট হ’লে বা হেৰালে বেংকে কি ক্ষতিপূৰণ দিয়ে? জানি থওক সবিশেষ তথ্য

11 months ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

12 minutes ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

56 minutes ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

1 hour ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

2 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

2 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

2 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

3 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

3 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

4 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

4 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

4 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বেংক লকাৰত নগদ টকা ৰাখিব পাৰিনে? লকাৰৰ পৰা মূল্যবান সামগ্ৰী নষ্ট হ’লে বা হেৰালে বেংকে কি ক্ষতিপূৰণ দিয়ে? জানি থওক সবিশেষ তথ্য

বেংক লকাৰত নগদ টকা ৰাখিব পাৰিনে? লকাৰৰ পৰা মূল্যবান সামগ্ৰী নষ্ট হ’লে বা হেৰালে বেংকে কি ক্ষতিপূৰণ দিয়ে? জানি থওক সবিশেষ তথ্য

editor by editor
May 15, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বেংক লকাৰত নগদ টকা ৰাখিব পাৰিনে? লকাৰৰ পৰা মূল্যবান সামগ্ৰী নষ্ট হ’লে বা হেৰালে বেংকে কি ক্ষতিপূৰণ দিয়ে? জানি থওক সবিশেষ তথ্য
0
SHARES
284
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বহুতেই তেওঁলোকৰ মূল্যবান গহনা, গুৰুত্বপূৰ্ণ নথি আৰু ব্যক্তিগত সামগ্ৰী নিৰাপদে ৰাখিবলৈ বেংক লকাৰ ভাড়া কৰে৷ গ্ৰাহকে বিচাৰিলে যৌথ লকাৰো ল’ব পাৰে৷ ইয়াৰ বাবে উভয় গ্ৰাহকেই বেংকলৈ গৈ যৌথ স্মাৰকলিপিত স্বাক্ষৰ কৰিব লাগে৷ লকাৰৰ বাবে এজন নমিনিও মনোনীত কৰিব পাৰে৷ লকাৰত যাৰ নাম আছে, তেওঁৰ মৃত্যু হ’লে আৰু তেওঁ কাৰোবাক মনোনীত কৰা থাকিলে বেংকে সেই ব্যক্তিক লকাৰ খুলিবলৈ দিয়ে আৰু সম্পূৰ্ণ তথ্য পৰীক্ষা কৰিহে মূল্যবান সামগ্ৰী ওলিয়াবলৈ দিয়ে৷ অৱশ্যে লকাৰত যি ইচ্ছা সেয়াই ৰাখিব নোৱাৰি৷ লকাৰত আপুনি কি কি ৰাখিব পাৰে তাৰো তালিকা দি থৈছে আৰ বি আইয়ে৷
আৰ বি আইৰ নিৰ্দেশনা অনুসৰি কোনো বেংকেই লকাৰত কেচ টকা ৰখাৰ অনুমতি নিদিয়ে৷ লকাৰত গহনা, সম্পত্তি সম্পৰ্কিত নথি, ঋণৰ নথি, জন্ম বা বিবাহৰ পঞ্জিয়ন পত্ৰ, বীমা পলিছিৰ দৰে নথি আৰু অন্যান্য বৈধ সামগ্ৰী ৰখাৰহে অনুমতি দিয়ে৷ আৰ বি আইৰ নিৰ্দেশনা অনুসৰি, লকাৰত নগদ টকা আৰু মুদ্ৰা ৰখা নিষিদ্ধ৷ ইয়াৰোপৰি অস্ত্ৰ, গোলাবাৰুদ, মাদক, বিস্ফোৰক, নিষিদ্ধ সামগ্ৰী, পচনশীল বা তেজস্ক্ৰিয় সামগ্ৰী আৰু বেংকৰ গ্ৰাহকৰ বাবে সমস্যা সৃষ্টি কৰিব পৰা এনে কোনো সামগ্ৰী লকাৰত ৰাখিব নোৱাৰি৷

ষ্টাম্প পেপাৰত চুক্তি

RBIয়ে ২০২২ চনৰ আগষ্ঠত ছেফ ডিপোজিট লকাৰৰ বাবে সংশোধিত নিয়ম জাৰি কৰিছিল, যি ২০২৩ চনৰ জানুৱাৰীৰ পৰা পুৰণি লকাৰ ধাৰকসকলৰ বাবে আৰু ২০২২ চনৰ জানুৱাৰীৰ পৰা নতুন গ্ৰাহকসকলৰ বাবে কাৰ্যকৰ হৈছে৷ এই নিয়মসমূহৰ অধীনত নতুন ষ্টাম্প পেপাৰত গ্ৰাহকৰ সৈতে লকাৰ চুক্তি সম্পন্ন কৰা বেংকসমূহৰ বাবে এতিয়া বাধ্যতামূলক৷ বেংকসমূহে এবাৰত সৰ্বোচ্চ তিনি বছৰৰ বাবে ভাড়া আদায় কৰিব পাৰে৷ বেংকে খালী লকাৰ আৰু ৱেইটিং লিষ্ট সম্পৰ্কেও তথ্য প্ৰকাশ কৰিব লাগে৷

বেংকৰ ক্ষতিপূৰণ

আৰ বি আইৰ নিয়ম অনুসৰি বেংকৰ অৱহেলা বা নিৰাপত্তাৰ ত্ৰুটিৰ কাৰণে লকাৰত ৰখা সামগ্ৰী ক্ষতিগ্ৰস্থ হ’লে ক্ষতিপূৰণ বেংকে ভৰিব লাগে৷ জুই লগা, চুৰি হোৱা, ডকাইতি আদিৰ বাবে বেংক দায়ী৷ বন্যা বা ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগত বেংক লকাৰত ৰখা সামগ্ৰী নষ্ট হ’লে তাৰবাবে অৱশ্যে বেংক দায়ী নহয়৷ জানি থোৱা প্ৰয়োজন যে লকাৰত ৰখা কোনো সামগ্ৰী হেৰাই গ’লে বা নষ্ট হৈ গলে বেংকে সেই সামগ্ৰীৰ সম্পূৰ্ণ মূল্য গ্ৰাহকক নিদিয়ে৷ বাৰ্ষিক ভাড়াৰ মাত্ৰ ১০০ গুণ পৰ্যন্তহে ক্ষতিপূৰণ দিয়া হয়৷ যদি লকাৰৰ বাৰ্ষিক ভাড়া ১০০০ টকা হয় তেন্তে সৰ্বোচ্চ ক্ষতিপূৰ্ণ ১ লাখ টকা পৰ্যন্ত হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?
খাদ্য

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

March 31, 2026
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?
খাদ্য

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

March 31, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?
জীৱনশৈলী

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

March 31, 2026
Next Post
বৃহস্পতিবাৰে ভুলতো নকৰিব এই ৮কাম, ৰুষ্ট হ’ব বিষ্ণু, বাঢ়িব বৃহস্পতিৰ অশুভ প্ৰভাৱ

বৃহস্পতিবাৰে ভুলতো নকৰিব এই ৮কাম, ৰুষ্ট হ’ব বিষ্ণু, বাঢ়িব বৃহস্পতিৰ অশুভ প্ৰভাৱ

‘চাৰিগৰাকীলৈকে বিয়া কৰাব পাৰে মুছলমানে’, কিন্তু মানিব লাগিব এইকেইটা চৰ্ত, কি কি চৰ্তৰ কথা সোঁৱৰাই দিলে  এলাহবাদ হাইকৰ্টে?

‘চাৰিগৰাকীলৈকে বিয়া কৰাব পাৰে মুছলমানে’, কিন্তু মানিব লাগিব এইকেইটা চৰ্ত, কি কি চৰ্তৰ কথা সোঁৱৰাই দিলে এলাহবাদ হাইকৰ্টে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.