• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শান্তিৰ নোবেল বঁটাৰ বাবে যোগ্য বিশ্বৰ ভিতৰতে জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী- মাৰ্ক মবিয়াছ

শান্তিৰ নোবেল বঁটাৰ বাবে যোগ্য বিশ্বৰ ভিতৰতে জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী- মাৰ্ক মবিয়াছ

2 years ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

3 minutes ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

16 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

16 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

17 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

17 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

18 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

19 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

20 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

20 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

21 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

22 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শান্তিৰ নোবেল বঁটাৰ বাবে যোগ্য বিশ্বৰ ভিতৰতে জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী- মাৰ্ক মবিয়াছ

editor by editor
November 12, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
শান্তিৰ নোবেল বঁটাৰ বাবে যোগ্য বিশ্বৰ ভিতৰতে জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী- মাৰ্ক মবিয়াছ
0
SHARES
118
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শান্তিৰ নোবেল বঁটাৰ বাবে যোগ্য বিশ্বৰ ভিতৰতে জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী- মাৰ্ক মবিয়াছ

শান্তিৰ নোবেল বঁটাৰ বাবে যোগ্য বিশ্বৰ ভিতৰতে জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী- মাৰ্ক মবিয়াছ

বিশিষ্ট বিনিয়োগকাৰী মাৰ্ক মবিয়াছে শান্তিৰ নোবেল বঁটাৰ বাবে সুযোগ্য বুলি অবিহিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। শান্তিৰ নোবেল বঁটা লাভৰ বাবে যোগ্য নেতা বুলি মোদীৰ নাম উল্লেখ কৰে মাৰ্ক মবিয়াছে।

জাৰ্মান বিনিয়োগকাৰীগৰাকীয়ে ইণ্ডো এছিয়ান নিউজ চাৰ্ভিছ (আইএএনএছ)ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মোদীক “মহান নেতা” আৰু ”অতি ভাল ব্যক্তি” বুলি অভিহিত কৰি মোদীক শান্তিৰ নোবেলৰ বাবে যোগ্য বুলি অবিহিত কৰে। মবিয়াছে কয় যে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, আগলৈ গৈ বিশ্ব পৰ্যায়ত তেখেতৰ গুৰুত্ব অধিক বৃদ্ধি পাব।

মবিয়াছ ইমাৰ্জিং অপাৰচনিটিজ ফাণ্ডৰ ৮৮ বছৰীয়া অধ্যক্ষ মাৰ্ক মবিয়াছে কয় যে পি এম মোদী বিশ্বৰ বাবে এক গুৰুত্বপূৰ্ণ শান্তিৰ দূত হ’ব পাৰে। যি সময়ত বিশ্ব বহু অশান্তৰ মাজেৰে গৈ আছে। মাৰ্ক মবিয়াছৰ পুঁজিয়ে উদীয়মান অৰ্থনীতিৰ নতুন সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সংবাদ সংস্থাটোৰ সৈতে হোৱা এক বাৰ্তালাপত মাৰ্ক মবিয়াছে কয় যে পশ্চিম এছিয়াত চলি থকা সংঘাত আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে বিশ্বত সৃষ্টি হোৱা অশান্তিৰ মাজতে প্ৰধানমন্ত্ৰী মোদী এজন অতি গুৰুত্বপূৰ্ণ শান্তিদূত হ’ব পাৰে।

মবিয়াছে লগতে ইয়াকো কয় যে, ‘পি এম মোদী কেৱল এজন মহান নেতা নহয়, এজন মহান মানৱো। মই ভাবো ভৱিষ্যতে বিশ্ব পৰ্যায়ত তেওঁৰ ভূমিকা আৰু অধিক বৃদ্ধি পাব। তেওঁ ৰাজনৈতিক বৰ্ণালীৰ সকলো পক্ষৰ সৈতে বিশ্ব পৰ্যায়ত যোগাযোগ কৰিবলৈ সক্ষম। “ভৱিষ্যতে তেওঁ এজন গুৰুত্বপূৰ্ণ শান্তিদূত হ’ব পাৰে।”

মাৰ্ক মবিয়াছে কয় যে শান্তি নোবেল বঁটাৰ কথা আহিলে প্ৰধানমন্ত্ৰী মোদী “সঁচাকৈয়ে প্ৰায় সকলো কাম কৰিবলৈ সক্ষম” আৰু এই বিশ্বব্যাপী বঁটাৰ যোগ্য।

বিশ্বৰ পৰিস্থিতিত নিৰপেক্ষ হৈ থকা ভাৰতক প্ৰশংসাও কৰে মাৰ্ক মবিয়াছে। তেওঁ কয় যে এইদৰে ভাৰতে সকলোৰে প্ৰতি ন্যায়পৰায়ণ হোৱাৰ ক্ষমতা দেখুৱাইছে। এনে পৰিস্থিতিত বিশ্বৰ মঞ্চত শান্তিৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰিবলৈ ভাৰত অতি ভাল অৱস্থাত আছে আৰু বিশ্বৰ প্ৰধান মধ্যস্থতাকাৰী হ’বলৈও প্ৰধানমন্ত্ৰী সুযোগ্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Mark MobiyasNobel For PeaceNobel Prizenovel Peacepm narendra modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ
জীৱনশৈলী

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

August 17, 2026
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
Next Post

নতুন শক্তিমান দেখি দুখিত অনুৰাগী, মুখ্য এই ৫ কাৰণে অধিক দুখ দিছে অনুৰাগীক

আজি ৫ সমষ্টিৰ উপ-নিৰ্বাচন, পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ, ভাগ্য নিৰ্ণয় হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ

আজি ৫ সমষ্টিৰ উপ-নিৰ্বাচন, পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ, ভাগ্য নিৰ্ণয় হ'ব ৩৪ গৰাকী প্ৰাৰ্থীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.