• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

2 hours ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

59 minutes ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

1 hour ago
এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

2 hours ago
ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

3 hours ago
IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

খাদ্য অপচয় ভুলতো নকৰিব, অন্যথা ৮১ লাখ জৰিমনা…খাদ্য অপচয় ৰোধক লৈ কোন দেশত এই কঠোৰ আইন?

IPLত চেম্পিয়নৰ দৰেই আৰম্ভণি বাংগালুৰুৰ, ২০২ ৰানত অনায়াসে জয় হায়দৰাবাদৰ বিৰুদ্ধে

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

11 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

12 hours ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

13 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

editor by editor
March 29, 2026
in জীৱনশৈলী, ভাৰত
0
বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ
0
SHARES
77
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনো বিবাহিত পুৰুষে যদি কোনো প্ৰাপ্তবয়স্ক মহিলাৰ সৈতে পাৰস্পৰিক সন্মতিত একত্ৰবাস বা লিভ-ইনত থাকে তেন্তে সেয়া অপৰাধ নহয়৷ এক গোচৰত এই পৰ্যবেক্ষণ এলাহবাদ হাইকৰ্টৰ৷ আদালতে নিৰ্দেশত জনাইছে যে একত্ৰবাসকাৰী সেই যুগলৰ বিৰুদ্ধে কোনো ফৌজদাৰি গোচৰ তৰিব নোৱাৰিব৷ ইয়াৰ সৈতে আৰক্ষীক তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰো নিৰ্দেশ দিছে হাইকৰ্টে৷

উত্তৰপ্ৰদেশৰ শ্বাহজাহানপুৰৰ এক লিভ-ইন যুগলৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল মহিলাৰ পৰিয়াল৷ লিভ-ইন সম্পৰ্কত থকাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে ফৌজদাৰী গোচৰো তৰা হয়৷ কাৰণ পুৰুষ সংগীজন বিবাহিত৷ আদালতে পৰ্যবেক্ষণত জনাই যে নৈতিকতা আৰু আইন পৃথক৷ আদালতৰ পৰ্যবেক্ষণ, আইন অনুসৰি সেই ব্যক্তিয়ে কোনো অপৰাধ কৰা নাই৷ আদালতে লগতে কৈছে নাগৰিকসকলৰ অধিকাৰ ৰক্ষাৰ বাবে গৃহীত পদক্ষেপ কেতিয়াও সামাজিক মতামত বা নৈতিকতাৰে পৰিচালিত হব নোৱাৰে৷

আদালতে আৰক্ষীক নিৰ্দেশ দিছে আবেদনকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব৷ কেৱল সেয়াই নহয়, তেওঁৰ পৰিবাৰো সতৰ্ক হৈ থাকক৷ ফৌজদাৰী গোচৰ তৰাসকলে যাতে সেই যুগলৰ কোনো ক্ষতি কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিব লাগিব আৰক্ষীয়ে৷ ইয়াৰোপৰি দুই পৰিয়ালৰ কোনোৱে সেই যুগলৰ ঘৰত প্ৰৱেশ বা যোগাযোগ কৰিব নোৱাৰিব৷ সেই নিৰ্দেশো দিছে আদালতে৷ আদালতৰ মতে, তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্ব স্থানীয় আৰক্ষী প্ৰশাসনৰ৷
আদালতত আবেদন কৰিছিল অনামিক আৰু নেত্ৰপালে৷ গোচৰৰ বিৱৰণ অনুসৰি বিগত ৮ জানুৱাৰীত অনামিকাৰ মাতৃ কান্তিয়ে শ্বাহজানপুৰৰ জৈতিপুৰ থানাত এখন অভিযোগ দাখিল কৰিছিল৷ অভিযোগ যে তেওঁৰ কন্যাক প্ৰলোভন দেখুৱাই নেত্ৰপালে লৈ গৈছে৷ ভাৰতীয় ন্যায় সংহিতাৰ বিএন এছ ৮৭ ধাৰাত এই গোচৰ ৰুজু হয়৷ সেই গোচৰক চেলেঞ্জ কৰি আদালতৰ দ্বাৰস্থ হয় লিভ ইন যুগল৷
হাইকৰ্টত জনোৱা হয় যে তেওঁলোক দুজনেই প্ৰাপ্তবয়স্ক৷ বৰ্তমান দুয়ো পাৰস্পৰিক সন্মতিত একত্ৰবাস কৰি আছে৷ ইফালে অনামিকাৰ মাতৃৰ অভিযোগ আছিল নেত্ৰপাল বিবাহিত৷ সেইক্ষেত্ৰত অন্য মহিলাৰ সৈতে সহবাস কৰা ফৌজদাৰী অপৰাধ৷ কিন্তু শুনানিত আদালতৰ পৰ্যবেক্ষণ, নেত্ৰপালে সঁচাকৈয়ে যদি পাৰস্পৰিক সন্মতিত কোনো প্ৰাপ্তবয়স্কৰ সৈতে একত্ৰবাস কৰে তেতিয়া সেয়া ফৌজদাৰী অপৰাধৰ আওতাত নপৰে৷ এলাহবাদ হাইকৰ্টৰ ন্যায়াধীশ জেজে মুনিৰ আৰু ন্যায়াধীশ তৰুণ ছাক্সেনাৰ বেঞ্ছে এই গোচৰৰ শুনানি দিছে৷ আদালতে জনাইছে যে পৰবৰ্তী শুনানি হ’ব ৮ এপ্ৰিলত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: alahabad high courtasom live 24Live In relationship
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য
জীৱনশৈলী

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

March 29, 2026
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ
জীৱনশৈলী

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

March 29, 2026
এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত
জীৱনশৈলী

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

March 29, 2026
কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি
জীৱনশৈলী

কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

March 29, 2026
Next Post
এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন