• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

4 months ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

18 minutes ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

54 minutes ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

2 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

2 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

3 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

4 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

5 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

5 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

6 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

8 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

editor by editor
March 29, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য
0
SHARES
624
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখৰ দুৰ্গন্ধ এনে এক সমস্যা যিয়ে বহুসময়ত আমাক লাজত পেলায়৷ বহু সময়ত নিয়মিত ব্ৰাছ কৰা বা দামী মাউথ ফ্ৰেছনাৰ ব্যৱহাৰ কৰিও এই সমস্যাৰ পৰা মুক্তি লাভ কৰা সম্ভৱ হৈ নুঠে৷ কাৰোবাৰ সন্মুখত কথা কোৱাটোও সমস্যা হৈ পৰে মুখৰ দুৰ্গন্ধৰ বাবেই৷ কেনেকৈ এই সমস্যা দূৰ কৰা সম্ভৱ? সম্পূৰ্ণভাৱে এই সমস্যাক নিৰ্মূল কৰিবলৈ খাদ্যভাষত কি কি সালসলনি অনাটো প্ৰয়োজন?

আমাৰ জীৱনযাত্ৰাত আমাৰ মুখখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ আমাৰ খাদ্যভাষে আমাৰ মুখৰ দুৰ্গন্ধক আৰু বঢ়াই তুলিব পাৰে৷ বহুসময়ত খাদ্যভাষত নিয়ন্ত্ৰণ আনি মুখৰ দুৰ্গন্ধ নিৰাময় কৰা সম্ভৱো হৈছে৷

১. মুখৰ দুৰ্গন্ধ থাকিলে দৈ আপোনাৰ খাদ্যতালিকাত অন্তৰ্ভুত কৰক৷ বিভিন্ন উপায়েৰে মুখৰ দুৰ্গন্ধৰ সৈতে দৈয়ে যুদ্ধ কৰে৷ দৈ আৰু অন্যান্য দুগ্ধজাত দ্ৰব্য ভিটামিন ডি সমৃদ্ধ যিয়ে শৰীৰৰ জীৱাণুৰ বিকাশক ধীৰ কৰি দিয়ে৷ ভাল বেক্টেৰিয়া সমৃদ্ধ প্ৰোবায়টিক দৈ খালে পেটৰ বাবেও ভাল৷

২. গৱেষণাত দেখা গৈছে যে তুলসীৰ প্ৰাকৃতিক অণু, পলিফেনল, মুখৰ দুৰ্গন্ধ দূৰ কৰাত কাৰ্যকৰ৷ তুলসীত প্ৰচুৰ পৰিমাণে ক্লোৰোফিল থাকে৷ সেউজীয়া পাচলিত ক্লোৰোফিল পোৱা যায়৷ ই মুখৰ দুৰ্গন্ধ যদিও সম্পূৰ্ণৰূপে দূৰ কৰিব নোৱাৰে তথাপিও ক্লোৰোফিলে কিছু পৰিমাণে এই দুৰ্গন্ধ দূৰ কৰিব পাৰে৷

৩. চাহ কেৱল পানীয়ই নহয়, মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ ক্ষেত্ৰতো ইয়াৰ ভূমিকা অপৰিসীম৷ ব্লেক টি বা গ্ৰীণ টি উভয়েই এণ্টিবেক্টেৰিয়েল এণ্টিঅক্সিডেণ্ট সমৃদ্ধ৷ চাহত পোৱা পলিফেনল ছালফাৰ যৌগই হ্ৰাস কৰে মুখৰ দুৰ্গন্ধ৷

৪. ভিটামিন চিয়ে নানান ৰোগ দূৰ কৰাৰ ক্ষেত্ৰত ব্যাপকভাৱে স্বীকৃত৷ ই মুখৰ দুৰ্গন্ধ নাশতো গুৰুত্বপূৰ্ণ৷ ছাইট্ৰাছ ফল, তলমুজ আৰু অন্যান্য ভিটামিন চি সমৃদ্ধ খাদ্যই জিঞ্জিভাইটিছ প্ৰতিৰোধত সহায় কৰে যিয়ে হেলিটোছিচৰ ওপৰিও অন্যান্য দাঁতৰ স্বাস্থ্য সমস্যা দূৰ কৰাত সহায় কৰে৷

৫. দাঁতৰ মাজত থকা ৬ জিঞ্জেৰল নামৰ উপাদানে মুখৰ ছালফাৰ যৌগসমূহক ভঙাত সহায় কৰে৷ মাউথৱাছৰ বাবে গৰম পানী, তাজা নেমুৰ ৰস আৰু আদাৰ গুৰি মিহলাই ব্যৱহাৰ কৰিব পাৰে৷

৬.ভিটামিন সি নানা রোগ সারিয়ে তোলার ক্ষেত্রে ব্যাপকভাবে স্বীকৃত। মুখের দুর্গন্ধ নাশেও এটি অব্যর্থ। সাইট্রাস ফল, তরমুজ এবং অন্যান্য ভিটামিন সি সমৃদ্ধ খাবার জিঞ্জিভাইটিস প্রতিরোধে সাহায্য করে, যা হ্যালিটোসিসের পাশাপাশি অন্যান্য দাঁতের স্বাস্থ্য সমস্যা সৃষ্টি করতে পারে।

৭. মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ বাবে সকলোতকৈ সুপৰিচিত প্ৰতিকাৰসমূহৰ মাজত এটা হৈছে দালচেনী আৰু পদিনা পাত৷ মুখৰ দুৰ্গন্ধ দূৰ কৰাত ইয়াক ব্যৱহাৰ কৰিব পাৰে৷ ইলাচীও ব্যৱহাৰ কৰিব পাৰে৷

৮. ডাৰ্ক চকলেট সেৱনেও মুখৰ জীৱাণু কমায় আৰু প্লাক জমো হোৱাটোক ৰোধ কৰে৷ ই দাঁতৰ এনামেলক শক্তিশালী কৰে৷ ইয়াত থকা CBH  নামৰ পদাৰ্থই দাঁতৰ ক্ষয় ৰোধ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক
বাণিজ্য

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

July 28, 2026
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম
বাণিজ্য

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

July 28, 2026
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!
ভাৰত

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

July 28, 2026
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ
বাণিজ্য

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

July 28, 2026
Next Post
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.