• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

2 months ago
মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

6 hours ago
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

6 hours ago
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

7 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

7 hours ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

8 hours ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

8 hours ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

9 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

9 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

10 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

10 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

11 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

editor by editor
March 29, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এপ্ৰিল মাহত বুধাদিত্য ৰাজযোগ প্ৰভাৱশালী হব৷ এই মাহত মীন ৰাশিত বুধ আৰু সূৰ্যৰ সংযোগত বুধাদিত্য ৰাজযোগক কাৰ্যকৰ কৰি তুলিব৷ জ্যোতিষ গণনা অনুসৰি এই ৰাজযোগৰ প্ৰভাৱত মেষ, মিথুন আৰু সিংহ ৰাশিৰ জাতক জাতিকাই এপ্ৰিল মাহত লাভৰ সুবৰ্ণ সুযোগ পাব পাৰে৷ সূৰ্য আৰু বুধ একত্ৰ হৈ এই ৰাশিসমূহক কেৱল সন্মানেই নহয়, ব্যাপক সামাজিক সমৰ্থনো আনি দিব৷ জানি থওক এপ্ৰিল মাহৰ ভাগ্যবান ৰাশি কি কি?

মেষ ৰাশি

এপ্ৰিল মাহে মেষ ৰাশিৰ বাবে সুসংবাদ কঢ়িয়াই আনিব৷ এই মাহত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব আৰু সম্পদ বৃদ্ধিৰ লক্ষণো দেখা গৈছে৷ এই মাহত আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব৷ ইয়াৰোপৰি আপোনাৰ স্বাস্থ্যৰ উল্লেখযোগ্য উন্নতি ঘটিব৷ ইয়াৰোপৰি এই মাহত আপুনি আপোনাৰ ভ্ৰমণৰ অভ্যাসতো পৰিবৰ্তন আনিব৷ এই মাহৰ শেষভাগত সুখ আৰু সমৃদ্ধিৰ সুযোগ আহিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে এপ্ৰিল মাহত কৰ্মক্ষেত্ৰত উন্নতি আহিব৷ ইয়াৰোপৰি কৰ্মৰত ব্যক্তিয়ে প্ৰজেক্ট সংক্ৰান্তিয় বিষয়ত কিছু সুসংবাদ পাব পাৰে৷ এই মাহত আপুনি কামৰ ওপৰিও পৰিয়াল আৰু সন্তানৰ সৈতে সময় কটাব৷ যিয়ে আপোনাক আনন্দ দিব৷ আপোনাৰ প্ৰেম জীৱনত আনন্দ পৰিপূৰ্ণ হৈ থাকিব৷ এই মাহত আপোনাৰ খৰচ কিছু বেছি হব পাৰে৷ সেয়ে আপুনি বিনিয়োগৰ দিশটোত নিজেই মনোযোগ দিয়ক৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এপ্ৰিল মাহে পেছাগত উন্নতি কঢ়িয়াই আনিব৷ এই মাহত আপুনি নতুন প্ৰকল্পৰ মাধ্যমেৰে সাফল্য পাব পাৰে৷ ইয়াৰোপৰি আপোনাৰ কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে৷ প্ৰেমৰ ক্ষেত্ৰত আপুনি আপোনাৰ সংগীক দিয়া যিকোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব৷ আপুনি আপোনাৰ পৰিয়ালৰ সৈতে আনন্দময় সময় কটাব৷ এই মাহত মানসিক সমস্যাই আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে৷ এপ্ৰিল মাহৰ শেষৰ দিশত আপুনি আৰু ভাল কোনো প্ৰকল্প হাতত লোৱা বা আৰু ভাল কোনো স্থানলৈ চাকৰিৰ বাবে যাব পাৰে৷

তুলা ৰাশি

এপ্ৰিল মাহ তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে কিছু ডাঙৰ সুখবৰ কঢ়িয়াই আনিব৷ আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাব আৰু তেওঁলোকৰ সৈতে কটোৱা এই সময়ে আপোনাক মানসিক শান্তি আনি দিব৷ এই মাহত আপুনি কেইবাটাও স্থানলৈ ভ্ৰমণ কৰিব পাৰে৷ আপোনাৰ পৰিচিত মহলে আপোনাৰ কৰ্মক্ষেত্ৰত সাফল্য লাভত সহায় কৰিব৷ আপোনাৰ আবেগ নিয়ন্ত্ৰণত ৰখাৰ পৰামৰ্শ দিছে জ্যোতিষীয়ে৷ ই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে৷

ধনু ৰাশি

এপ্ৰিল মাহে ধনু ৰাশিৰ জাতক জাতিকাৰ কেৰিয়াৰত প্ৰচুৰ সন্মান আনি দিব৷ এই সপ্তাহত আপুনি কিছু সাহায্যও পাব পাৰে৷ বিভিন্ন প্ৰকল্পত আপুনি সাফল্যও পাব পাৰে৷ আপোনাৰ প্ৰেম জীৱন ভাল হব আৰু কৰ্মক্ষেত্ৰত ভাল সুযোগ আহিব৷ আপোনাৰ স্বাস্থ্যও ধীৰে ধীৰে উন্নত হব৷ এই মাহৰ শেষত আপুনি কিছু সীমাবদ্ধতা অনুভৱ কৰিব পাৰে৷

(Disclaimer: ইয়াত দিয়া তথ্য সাধাৰণ বিশ্বাস আৰু তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে৷ অধিক জানিবলৈ জ্যোতিষীৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?
বিনোদন

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

June 7, 2026
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!
জীৱনশৈলী

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

June 7, 2026
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক
জীৱনশৈলী

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

June 7, 2026
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

June 7, 2026
Next Post
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.