• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজমিস্ত্ৰী কামেৰে ভাইৰেল হোৱা যুৱতী এতিয়া জনপ্ৰিয় ব্ৰেণ্ডৰ ‘ব্ৰেণ্ড এম্বেচাদৰ’, ছ’চিয়েল মিডিয়াই সলনি কৰিলে ভাগ্য!

ৰাজমিস্ত্ৰী কামেৰে ভাইৰেল হোৱা যুৱতী এতিয়া জনপ্ৰিয় ব্ৰেণ্ডৰ ‘ব্ৰেণ্ড এম্বেচাদৰ’, ছ’চিয়েল মিডিয়াই সলনি কৰিলে ভাগ্য!

5 years ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

1 hour ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

2 hours ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

2 hours ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

3 hours ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

3 hours ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

3 hours ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

4 hours ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

5 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

6 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

7 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰাজমিস্ত্ৰী কামেৰে ভাইৰেল হোৱা যুৱতী এতিয়া জনপ্ৰিয় ব্ৰেণ্ডৰ ‘ব্ৰেণ্ড এম্বেচাদৰ’, ছ’চিয়েল মিডিয়াই সলনি কৰিলে ভাগ্য!

editor by editor
January 21, 2022
in গুৱাহাটী, বিবিধ, বিশ্ব
0
ৰাজমিস্ত্ৰী কামেৰে ভাইৰেল হোৱা যুৱতী এতিয়া জনপ্ৰিয় ব্ৰেণ্ডৰ ‘ব্ৰেণ্ড এম্বেচাদৰ’, ছ’চিয়েল মিডিয়াই সলনি কৰিলে ভাগ্য!
0
SHARES
590
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী ছ’চিয়েল মিডিয়া ষ্টাৰ৷ সস্তীয়া জনপ্ৰিয়তাৰ বাবে ভাইৰেল হোৱা যুৱতী নহয় এইগৰাকী৷ চলচ্চিত্ৰৰ নায়িকাৰ দৰেই মোহময়ী এই যুৱতীগৰাকী পেছাত এগৰাকী ৰাজমিস্ত্ৰী৷ ৰাজমিস্ত্ৰীৰ কাম কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল যুৱতীগৰাকী৷ সম্প্ৰতি পুনৰ চৰ্চালৈ যুৱতীগৰাকী৷ ব্ৰিটেইনৰ Darcie Richards এতিয়া জনপ্ৰিয় ব্ৰেণ্ড ‘স্ক্ৰাফ ৱৰ্কৱেৰ’ৰ ব্ৰেণ্ড এম্বেচাদৰ৷ কাম কৰি থকাৰ সময়ৰ যুৱতীগৰাকীৰ বিভিন্ন ভিডিঅ’ ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত৷

View this post on Instagram

A post shared by Darcie Richards (@rattle_kings)

এটা ঘৰ নিৰ্মাণ কৰিবৰ বাবে কিদৰে ইটাসমূহ তৈয়াৰ কৰা হয়, কি দৰে সকলো কাম সম্পন্ন কৰা হয় সেই সকলোবোৰ ভিডিঅ’যোগে শ্বেয়াৰ কৰিছিল যুৱতীগৰাকীয়ে৷ জনপ্ৰিয় হোৱাৰ সমান্তৰালকৈ ট্ৰ’লৰো সন্মুখীন হৈছিল Darcie Richards নামৰ যুৱতীগৰাকী৷ কিন্তু সকলোকে আওকান কৰি নিজৰ কাম কৰি গৈছিল সাহসী যুৱতীগৰাকীয়ে৷ শেহতীয়াকৈ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্ত হোৱাৰ পাছত পুনৰ অনুৰাগীৰ মাজত চৰ্চিত হৈছে তেওঁ৷ কাৰণ এয়া তেওঁৰ প্ৰাপ্য৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelDarcie Richardsviral girl
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা
ভাৰত

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

August 5, 2026
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক
বাণিজ্য

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

August 5, 2026
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়
বাণিজ্য

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

August 5, 2026
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
জীৱনশৈলী

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

August 5, 2026
Next Post
উত্তৰ পূৱবাসীৰ বাবে সুখবৰ! উত্তৰ পূৱত আৰম্ভ হ’ল মোবাইল কোভিড টেষ্ট

উত্তৰ পূৱবাসীৰ বাবে সুখবৰ! উত্তৰ পূৱত আৰম্ভ হ’ল মোবাইল কোভিড টেষ্ট

যোগী আৰু অখিলেশক তীব্ৰ প্ৰত্যাহ্বান; উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব প্ৰিয়ংকা গান্ধী!

যোগী আৰু অখিলেশক তীব্ৰ প্ৰত্যাহ্বান; উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব প্ৰিয়ংকা গান্ধী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.