• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ সৈতে সংযোগ বিচ্ছিন্ন হ’ল চীন সীমান্তত থকা ডিবাং ভেলীৰ, অন কেমেৰা খহিল ৰাস্তা, চাওক ভয়ংকৰ দৃশ্য

দেশৰ সৈতে সংযোগ বিচ্ছিন্ন হ’ল চীন সীমান্তত থকা ডিবাং ভেলীৰ, অন কেমেৰা খহিল ৰাস্তা, চাওক ভয়ংকৰ দৃশ্য

2 years ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

56 minutes ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

2 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

2 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

2 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

3 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

3 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

4 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

5 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

6 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

7 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

দেশৰ সৈতে সংযোগ বিচ্ছিন্ন হ’ল চীন সীমান্তত থকা ডিবাং ভেলীৰ, অন কেমেৰা খহিল ৰাস্তা, চাওক ভয়ংকৰ দৃশ্য

দেশৰ সৈতে সংযোগ বিচ্ছিন্ন হ’ল চীন সীমান্তত থকা ডিবাং ভেলীৰ, অন কেমেৰা খহিল ৰাস্তা, চাওক ভয়ংকৰ দৃশ্য

editor by editor
April 25, 2024
in উত্তৰ-পূব, জীৱনশৈলী
0
দেশৰ সৈতে সংযোগ বিচ্ছিন্ন হ’ল চীন সীমান্তত থকা ডিবাং ভেলীৰ, অন কেমেৰা খহিল ৰাস্তা, চাওক ভয়ংকৰ দৃশ্য
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত কেইবাদিন ধৰি অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ। বৰষুণৰ বাবেই ব্য়াহত হৈ পৰিছে সাধাৰণ জনজীৱন। তাৰমাজতেই এইবাৰ অৰুণাচলৰ পৰা আহিছে আন এক ভয়ংকৰ খবৰ। ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচলত খহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথ খহি অহাৰ ফলতেই এখন জিলাৰ সৈতে সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।

মঙলবাৰে নিশা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত ডিবাং ভেলিত সংঘটিত হৈছে এই ঘটনা। ডিবাং ভেলিৰ মাজেৰেই পাৰ হৈছে ৩৩নং ৰাষ্ট্ৰীয় ঘাইপথ। সমগ্ৰ অৰুণাচলৰ সৈতে ডিবাং ভেলীক এই ৰাষ্ট্ৰীয় ঘাইপথেই সংযোগ কৰাই ৰাখিছে। কিন্তু বৃষ্টিপাতৰ ফলত পাহাৰ খহি ৩৩ নং ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰাৰ দৃশ্যও ভাইৰেল হৈছে সামাজিক মাধ্যমত।

https://x.com/rose_k01/status/1783375764827820476

ৰাস্তা খহি যোৱাৰ ফলতেই অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈছে ডিবাং ভেলীৰ। চীন সীমান্তৰ গাতে লাগি থকা ডিবাং ভেলীৰ সৈতে অৰুণাচল প্ৰদেশৰ সংযোগ বিচ্ছিন্ন হোৱাত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে ডিবাং ভেলীৰ বাসিন্দাসকলো। ইতিমধ্যে দ্য়া নেশ্ব্য়নেল হাইৱে এণ্ড ইনফ্ৰাছট্ৰাকছাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্ব্যন লিমিটেডে ৰাস্তা মেৰামতিৰ কাম আৰম্ভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!
জীৱনশৈলী

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

March 30, 2026
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম
জীৱনশৈলী

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

March 30, 2026
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?
জীৱনশৈলী

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

March 30, 2026
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ
জীৱনশৈলী

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

March 30, 2026
Next Post
কথাই কথাই সন্তানে তৰ্ক কৰে? এই ৫ উপায়েৰে সন্তানক সঠিক পথলৈ আনিব

কথাই কথাই সন্তানে তৰ্ক কৰে? এই ৫ উপায়েৰে সন্তানক সঠিক পথলৈ আনিব

২দিন পাছতেই শত্ৰুৰ ঘৰলৈ আহিব সূৰ্য! এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা লোক সাৱধানে থাকক

২দিন পাছতেই শত্ৰুৰ ঘৰলৈ আহিব সূৰ্য! এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা লোক সাৱধানে থাকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.