• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২দিন পাছতেই শত্ৰুৰ ঘৰলৈ আহিব সূৰ্য! এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা লোক সাৱধানে থাকক

২দিন পাছতেই শত্ৰুৰ ঘৰলৈ আহিব সূৰ্য! এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা লোক সাৱধানে থাকক

2 years ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

11 minutes ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

38 minutes ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

1 hour ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

2 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

3 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

3 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

4 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

5 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

14 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

14 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

15 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২দিন পাছতেই শত্ৰুৰ ঘৰলৈ আহিব সূৰ্য! এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা লোক সাৱধানে থাকক

editor by editor
April 25, 2024
in জীৱনশৈলী, ভাৰত
0
২দিন পাছতেই শত্ৰুৰ ঘৰলৈ আহিব সূৰ্য! এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা লোক সাৱধানে থাকক
0
SHARES
12.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪- বৈদিক জ্যোতিষমতে ভৰণী হৈছে অত্যন্ত শক্তিশালী আৰু গুৰুত্বপূৰ্ণ এটা নক্ষত্ৰ। ঠিক দুদিন পাছতেই অর্থাত্‍ আগন্তুক ২৭ এপ্ৰিল শনিবাৰে ভৰণী নক্ষত্ৰত গোচৰ কৰিব সূৰ্যই। ভৰণীত সূৰ্য প্ৰৱেশ কৰিলে যেনেকৈ কোনো কোনো ৰাশিয়ে শুভ ফল লাভ কৰিব তেনেকৈ অইন কোনো কোনো ৰাশিয়ে অশুভ প্ৰভাৱ লাভ কৰিব।

ভৰণী নক্ষত্ৰৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। ২৭ এপ্ৰিলৰ নিশা ১২ বজাত সূৰ্যই ভৰণী নক্ষত্ৰত প্ৰৱেশ কৰিব। আগন্তুক ১১ মে পৰ্যন্ত ভৰণীতেই অৱস্থান কৰিব সূৰ্যই। জ্য়োতিষ অনুসৰি শুক্ৰ আৰু সূৰ্য হৈছে পৰস্পৰৰ শত্ৰু গ্ৰহ। শত্ৰুৰ ঘৰত সূৰ্যৰ প্ৰৱেশৰ কাৰণে বহুতৰে জীৱনত এই সময়ত নানা সমস্যাইয়ো দেখা দিব। ভৰণী নক্ষত্ৰ জীৱনচক্ৰৰ আৰম্ভণিৰ সৈতে যুক্ত। সৃষ্টি আৰু উৰ্বৰতাৰ ওপৰত প্ৰভাৱ পেলাই ভৰণীয়ে। ভৰণী নক্ষত্ৰৰ কৃপা থকা জাতকে সৃজনশীল, উচ্চাকাংশী আৰু স্বাধীনচেতীয়া। ব’হাগ মাহৰ কৃষ্ণপক্ষৰ তৃতীয়া তিথিত ভৰণী নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্যই।

ভৰণী নক্ষত্ৰৰ গোচৰ কাৰ বাবে অশুভ?

২৭ এপ্ৰিলৰ পৰা ১১ মে পৰ্যন্ত ভৰণী নক্ষত্ৰত অৱস্থান কৰিব সূৰ্যই। নিউমাৰলজি গণনাত দেখা গৈছে যে এই গোচৰৰ অশুভ ফল পাব কেইটামান ৰাশিৰ জাতকে। নিউমাৰলজিষ্টে জনোৱা অনুসৰি অ, আ, ই, উ, ল আৰু ভ ৰে যাৰ নাম আৰম্ভ হয় তেওঁলোকৰ বাবে এই সময় অশুভ। ইয়াৰোপৰি ভৰণী, কৃতিকা আৰু ৰোহিনী নক্ষত্ৰৰ জাতকেও ভৰণীত সূৰ্যৰ গোচৰৰ ফলত চেলেঞ্জৰ মুখত পৰিব। এই সময়ত তেওঁলোক সাৱধানে থাকিলে ভাল।

এই সাৱধানতা অৱলম্বন কৰক

২৭ এপ্ৰিলৰ পৰা ১১ মে পৰ্যন্ত কেইবাটাও বিষয়ত সতৰ্ক থকা ভাল। আপোনাৰ নাম যদি অ, আ, ই, উ, ল অথৱা ভ ৰে আৰম্ভ হয় তেন্তে এই সময়ত আপুনি জুই আৰু বিদ্যুতৰ পৰা দূৰত থাকক। ৰান্ধনীশালত কাম কৰোতে সাৱধান হওক। অলপমান অসাৱধানতা অৱলম্বন কৰিলেই বিপদ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
Next Post
আৰক্ষী চকীৰ ভিতৰতে সংঘটিত হৈছিল এই ঘটনা, যাৰ বাবে ৰিজাৰ্ভ ক্ল’জৰ সন্মুখিন আৰক্ষী বিষয়া

আৰক্ষী চকীৰ ভিতৰতে সংঘটিত হৈছিল এই ঘটনা, যাৰ বাবে ৰিজাৰ্ভ ক্ল'জৰ সন্মুখিন আৰক্ষী বিষয়া

অতিকে শোকাৱহ, জীৱন্তে অগ্নিদ্বগ্ধ ৬ গৰাকী লোক, ৫০ৰো অধিকে জপিয়াই প্ৰাণ ৰক্ষা কৰে

অতিকে শোকাৱহ, জীৱন্তে অগ্নিদ্বগ্ধ ৬ গৰাকী লোক, ৫০ৰো অধিকে জপিয়াই প্ৰাণ ৰক্ষা কৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.