• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

3 weeks ago
আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

34 minutes ago
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

54 minutes ago
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

2 hours ago
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

2 hours ago
ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

3 hours ago
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

3 hours ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

4 hours ago
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

5 hours ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

5 hours ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

6 hours ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

6 hours ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

editor by editor
April 22, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মে মাহৰ বুধাদিত্য ৰাজযোগৰ ওপৰিও মালব্য ৰাজযোগৰো সংযোগ ঘটিব৷ জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি বুধাদিত্য আৰু মালব্য ৰাজযোগ কাৰ্যকৰ থাকিব৷ এই মাহত শুক্ৰই তাৰ নিজৰ ৰাশি বৃষত গোচৰ কৰিব আৰু বুধ আৰু সূৰ্যৰ সংযোগ হব মিথুন ৰাশিত৷ যাৰ ফলত বুধাদিত্য ৰাজযোগ গঠিত হব৷ ইয়াৰোপৰি এই মাহত মঙ্গলে তাৰ নিজৰ ৰাশি মেষত গোচৰ কৰিব৷ গ্ৰহৰ এই শুভ সংযোগৰ কাৰণে মেষ আৰু মিথুনসহ ৫ ৰাশিৰ জাতক জাতিকাৰ কৰ্মজীৱনত লাভ আৰু পাৰিবাৰিক জীৱনলৈ সুখ আৰু সমৃদ্ধি লাভৰ সম্ভাৱনা আছে৷ ইয়াৰোপৰি আপোনাৰ নতুন কাম আৰম্ভ হব পাৰে৷ মে মাহৰ মাহিলী ভাগ্যবান ৰাশিসমূহ সম্পৰ্কে বিস্তাৰিতভাৱে জানি থওক৷

মেষ ৰাশি

মেষ ৰাশিৰ বাবে মে মাহৰ গ্ৰহ গোচৰৰ প্রভাৱত তেওঁলোকৰ মৰ্যাদা বৃদ্ধি কৰিব৷ মঙ্গলৰ নিজৰ ৰাশিত প্ৰৱেশে মেষ ৰাশিৰ বাবে আৰ্থিক লাভ কঢ়িয়াই আনিব৷ সম্পত্তি সংক্ৰান্তিয় কামত সাফল্য লাভৰ সম্ভাৱনা আছে৷ পাৰিবাৰিক জীৱন আনন্দময় হব৷ যিকোনো অমীমাংসিত সমস্যাৰ সমাধান হব পাৰে৷ স্বাস্থ্যগতভাৱে আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে৷

মিথুন ৰাশি

এপ্ৰিল মাহ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে নানানভাৱে উপকাৰী প্ৰমাণিত হব৷ এই মাহত লাভৰ ঘৰত বুধাদিত্য ৰাজযোগৰ সংযোগ ঘটিব৷ যিয়ে আৰ্থিক লাভৰ সম্ভাৱনা তৈয়াৰ কৰিব৷ কৰ্মক্ষেত্ৰত চলমান সমস্যা আৰু মানসিক চাপৰ পৰা আপুনি সহজেই মুক্তি পাব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকে এই সময়ত পদোন্নতি লাভৰ সম্ভাৱনা আছে৷ এই সময়ত যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি থাকে তেন্তে আপুনি লাভৱান হব পাৰে৷ ব্যৱসায়ীসকলে ভাল মুনাফা লাভ কৰিব৷ বস্ত্ৰ আৰু বিলাসীদ্ৰব্য লাভ কৰিব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে মে মাহত মঙ্গল আৰু সূৰ্যৰ গোচৰে মঙ্গল কঢ়িয়াই আনিব৷ পাৰিবাৰিক সুখ বৃদ্ধিৰো সম্ভাৱনা আছে৷ আপুনি যদি সম্পত্তি কিনাৰ কথা ভাৱি থাকে তেন্তে লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ এই মাহত অপ্ৰত্যাশিত লাভো হব পাৰে৷ আপুনি এক নতুন উদ্যোগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে৷ আপোনাৰ বাবে ভ্ৰমণৰ সুযোগো তৈয়াৰ হৈছে৷

ধনু ৰাশি

ধনু ৰাশিৰ বাবে মে মাহত বৃহস্পতিৰ শুভ প্রভাৱে আপোনাৰ পৰিয়াললৈ সুখ কঢ়িয়াই আনিব৷ আপুনি আপোনাৰ আৰ্থিক ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি দেখুৱাব পাৰে৷ এই সময়ত আপুনি কোনো শুভ অনুষ্ঠানত যোগ দিয়াৰ সুযোগো পাব পাৰে৷ যিকোনো অসমাপ্ত পৰিকল্পনা সম্পন্ন কৰিব৷ যিসকলে পৰিয়ালৰ পৰা দূৰৈত থাকে তেওঁলোকে নিকটাত্মীয়সকলৰ সৈতে দেখা কৰাৰ সুযোগো পাব৷ কিছু সুসংবাদ লাভে আনন্দ কঢ়িয়াই আনিব৷ আপুনি বিশিষ্ট ব্যক্তিসকলৰ সৈতে দেখা কৰাৰ সুযোগ পাব পাৰে৷ জীৱনসংগীৰ পৰা সমৰ্থন পাব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক জাতিকাই মে মাহত অপ্ৰত্যাশিতভাৱে লাভৱান হব৷ গৱেষণা আৰু শিক্ষাক্ষেত্ৰত অগ্ৰগতি কৰিব৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ আপুনি মাটি বা বাহন লাভ কৰিব পাৰে৷ শুভ কৰ্মৰ সম্ভাৱনা আছে৷ আপুনি আপোনাৰ সন্তানৰ পৰা সুসংবাদ পাব৷ ৰাজনৈতিক আৰু চৰকাৰী ক্ষেত্ৰৰ পৰা সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে৷ মাহৰ শেষত আপুনি আপোনাৰ খৰচ আৰু স্বাস্থ্য উভয় বিষয়েই সচেতন থাকিব লাগিব৷ বৈদ্যুতিক সৰঞ্জামৰ বাবে খৰচ হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ
জীৱনশৈলী

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

May 14, 2026
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট
জীৱনশৈলী

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

May 14, 2026
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

May 14, 2026
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?
জীৱনশৈলী

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

May 14, 2026
Next Post
বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.