• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

3 weeks ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

14 minutes ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

1 hour ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

1 hour ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

2 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

2 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

3 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

3 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

4 hours ago
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

5 hours ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

14 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

14 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

থিয়েটাৰৰ গ্ৰীণ ৰুমৰ ভিতৰতেই সুন্দৰী অভিনেত্ৰীক চুম্বন !

editor by editor
August 29, 2026
in বিনোদন, বিবিধ, লেখা
0
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এতিয়া থিয়েটাৰৰ বতৰ! প্ৰতিটো নাট্যদলে ব্যস্ত হৈ পৰিছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাট মঞ্চস্থ কৰাত। এই বছৰৰ নাটক হেঙুল থিয়েটাৰে যথেষ্ঠ চৰ্চা লাভ কৰিছে। হেঙুল থিয়েটাৰৰ জনপ্ৰিয় নাটক “ঝংকাৰ”ৰে এইবাৰ যথেষ্ঠ চৰ্চা লাভ কৰিছে। ‘চকুলে চাই কথা ক’লে’ ঈশ্বৰ পুত্ৰৰ গীতটিয়ে দৰ্শকৰ যথেষ্ঠ সমাদৰ লাভ কৰিছে। এই গীতটিৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছে অভিনেত্ৰী ময়ূৰী গৌতমে।

হেঙুল থিয়েটাৰৰ অন্যতম আকৰ্ষণীয় মুখ ময়ূৰী। শেহতীয়াকৈ অভিনয়, হাঁহি আৰু সৌন্দৰ্যৰে ৰাইজৰ মন জিনিবলৈ সক্ষম হৈছে ময়ুৰী । অতি কম সময়ৰ ভিতৰতেই ময়ুৰী গৌতমে অৰ্জন কৰিছে ৰাইজৰ বিপুল মৰম সহাঁৰি । অভিনয়ৰ লগতে সৰল ব্যৱহাৰ, মৰম লগা কথা আৰু দৰ্শকৰ সৈতে আন্তৰিক সম্পৰ্ক, এইবোৰেই ময়ুৰীক দিছে এক সুকীয়া পৰিচয় ।

হেঙুল থিয়েটাৰৰ বহুচৰ্চিত নাটক “ঈশ্বৰ পুত্ৰ”ৰ সময়ত ময়ূৰীৰ সৈতে ঘটে এক আজৱ ঘটনা । নাটক শেষ হোৱাৰ পাছতেই গ্ৰীণ ৰুমলৈ যোৱাৰ মুহূৰ্তত ময়ুৰীৰ লগত কি ঘটো জানেনে?

বৰ্তমান ছচিয়েল মিডিয়া খুলিলেই সততেই দেখা যায় এই গৰাকী অভিনেত্ৰীক। নাম ময়ুৰী গৌতম । অভিনয়েৰে দৰ্শকৰ হৃদয় জিনিছে অভিনেত্ৰীগৰাকীয়ে। অভিনয়ৰ বাবে আপ্লুত হৈ দৰ্শকৰ মাজৰ পৰাই একাংশই আহি গাল আৰু কপালত চুমা দিলে ময়ূৰীক । এই কথা নিজ মুখেই স্বীকাৰ কৰিছে জনপ্ৰিয় অভিনেত্ৰী ময়ুৰী গৌতমে ।

নাটক শেষ হোৱাৰ পিছতে ময়ুৰীক গ্ৰীণ ৰুমলৈ বিচাৰি আহে অনুৰাগীসকলে। ভ্ৰাম্যমাণ জগতত ময়ুৰীৰ এয়া মাত্ৰ তৃতীয়টো বৰ্ষ। ইয়াৰ পূৰ্বে সূৰ্য্য থিয়েটাৰ আৰু ৰাজমুকুট থিয়েটাৰত অভিনয়েৰে দৰ্শকৰ মন জয় কৰিছিল ময়ুৰীয়ে। ভবিষ্যত দিনটো ৰাইজৰ মৰম আৰু সহাঁৰি পাব বুলি আশাবাদী ময়ূৰী ।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assamese ActressMayuri Gautam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ
জীৱনশৈলী

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

September 19, 2026
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা
অসম

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম
জীৱনশৈলী

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

September 19, 2026
Next Post
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.