• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখৰ এই অংশত তিল থকা মুঠেও শুভ নহয়! চৰম দুঃখত পৰে এইকেইটা অংশত তিল থকা জাতক

মুখৰ এই অংশত তিল থকা মুঠেও শুভ নহয়! চৰম দুঃখত পৰে এইকেইটা অংশত তিল থকা জাতক

2 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

1 hour ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

1 hour ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

1 hour ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

2 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

2 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

2 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

6 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

6 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

8 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

8 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

9 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মুখৰ এই অংশত তিল থকা মুঠেও শুভ নহয়! চৰম দুঃখত পৰে এইকেইটা অংশত তিল থকা জাতক

মুখৰ এই অংশত তিল থকা মুঠেও শুভ নহয়! চৰম দুঃখত পৰে এইকেইটা অংশত তিল থকা জাতক

editor by editor
May 2, 2024
in বিবিধ, ভাৰত, লেখা
0
মুখৰ এই অংশত তিল থকা মুঠেও শুভ নহয়! চৰম দুঃখত পৰে এইকেইটা অংশত তিল থকা জাতক
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জন্মৰ সময়তে আমাৰ শৰীৰত বিভিন্ন চিহ্ন থাকে৷ ইয়াৰ মাজতে অন্যতম হৈছে তিল৷ জ্যোতিষ শাস্ত্ৰ মতে এই তিলসমূহৰ মাধ্যমেৰে আমাৰ ব্যক্তিত্ব প্ৰতিফলিত হয়৷ তিলে আমাৰ ভাল-বেয়া, শুভ-অশুভ সকলো ঘটনাৰ ইংগিত দিয়ে৷ শৰীৰৰ প্ৰতিটো অংশত থকা তিলেই পৃথক পৃথক ইংগিত বহন কৰে৷ প্ৰতিটো অংশত থকা তিলৰেই বিশেষ গুৰুত্ব আছে৷ সমুদ্ৰ শাস্ত্ৰৰ সহায়ত এয়া জানিব পাৰি৷ বিভিন্ন ব্যক্তিৰ শৰীৰৰ তিলৰ আকাৰ, ৰং পৃথক হ’ব পাৰে৷ জ্যোতিষ অনুসৰি শিশুৰ জন্মৰ সময়ত গ্ৰহ-নক্ষত্ৰৰ পৰিস্থিতিয়েই তেওঁলোকৰ শৰীৰত এই তিলৰ অৱস্থান নিৰ্ধাৰণ কৰে৷ শৰীৰৰ বিভিন্ন স্থানত থকা তিল সম্পৰ্কে জানি থওক৷

কপালত তিল থাকিলে

১. কপালৰ মাজত তিল থকাৰ অৰ্থ হৈছে ব্যক্তিগৰাকী অত্যন্ত জ্ঞানী আৰু শান্ত স্বভাৱৰ৷ এওঁলোকৰ অত্যন্ত পৰিশ্ৰমী হয়৷  নিজৰ সমস্ত জীৱনধাৰণা সম্পৰ্কে তেওঁলোকৰ স্পষ্ট ধাৰণা থাকে৷

২. কপালৰ সোঁফালে তিল থাকিলে সেই ব্যক্তি প্ৰচুৰ ধন-সম্পত্তিৰ অধিকাৰী হয়৷ এওঁলোকৰ জীৱনত কাহানিও অৰ্থাভাৱে দেখা নিদিয়ে৷

৩. কপালৰ বাওঁফালে তিল থকাটো শুভ নহয়৷ এনে ব্যক্তি স্বাৰ্থপৰ হয়৷ জীৱনত প্ৰচুৰ ক্ষতিও হয় এই ধৰণৰ লোকৰ৷

৪. চকুৰ ঠিক ওপৰৰ অংশৰ কপালত তিল থকা ব্যক্তিয়ে আকস্মিক অৰ্থলাভ কৰিব পাৰে৷

ভুৰুত তিল থকা

১. সমুদ্ৰ শাস্ত্ৰ অনুসৰি যি ব্যক্তিৰ ভুৰুৰ মাজত তিল থাকে তেওঁলোকৰ মাজত নেতৃত্বৰ গুণ থাকে৷ এওঁলোকে জীৱনত প্ৰচুৰ নাম অৰ্জন কৰিব পাৰে৷ ইয়াৰোপৰি বহু পৰিমানৰ ধন সম্পত্তিৰ মালিক হয় এনে লোক৷

২. সোফালৰ ভুৰুত তিল থকা ব্যক্তি অত্যন্ত ৰোমাণ্টিক হয়৷ এওঁলোকৰ দাম্পত্য জীৱন সুখৰ হয়৷ সুন্দৰ আৰু বুদ্ধিমান সন্তানৰ অভিভাৱক হয় এই জাতক৷

৩. বাওঁফালৰ ভুৰুত তিল থকা ব্যক্তি অত্যন্ত ভীতু হয়৷ এওঁলোকৰ অন্যৰ ওপৰত নিৰ্ভৰশীল হয়৷ পেছাগত জীৱনত প্ৰচুৰ সমস্যৰ মুখত পৰিব পাৰে এই জাতক৷

চকুত তিল থকাৰ অৰ্থ

১. সমুদ্ৰ শাস্ত্ৰ অনুসৰি যি ব্যক্তিৰ বাওঁ চকুত তিল থাক তেওঁলোকৰ অত্যন্ত অহংকাৰী স্বভাৱৰ হয়৷ এই জাতকৰ লোক হতাশাত ভূগে৷  ইয়াৰোপৰি স্বাৰ্থপৰ হয় এওঁলোক৷

২. সোঁ চকুত তিল থকাটো শুভ৷ এনে ব্যক্তি সৎ আৰু পৰিশ্ৰমী হয়৷ সকলোৰে বিশ্বাস অৰ্জন কৰিব পাৰে এই ব্যক্তিয়ে৷

নাকত তিল থাকিলে

১. নাকৰ মাজত তিল থাকিলে সেই ব্যক্তিসকল সতৰ্ক হৈ থাকক৷ এইসকল লোকে হঠকাৰী সিদ্ধান্ত ল’ব পাৰে৷ এনে ব্যক্তিয়ে কোনো সিদ্ধন্ত লোৱাৰ পূৰ্বে চিন্তা চৰ্চা কৰে৷

২. নাকৰ সোঁফালে তিল থকা ব্যক্তি অলপ পৰিশ্ৰমতেই প্ৰচুৰ সম্পত্তিৰ মালিক হয়৷ কেৱল সেয়াই নহয় এওঁলোকে বহুপৰিমানৰ পৈতৃক সম্পত্তি থাকে৷

৩. কিন্তু নাকৰ বাওঁফালে তিল থকাটো মুঠেও শুভ নহয়৷ যি ব্যক্তিৰ নাকৰ এই দিশত তিল থাকে তেওঁলোকে জীৱনত প্ৰচুৰ পৰিশ্ৰম কৰিব লগাত পৰে৷

৪. নাকৰ তলত তিল থাকে তেওঁলোক অত্যন্ত ছেনছিটিভ হয়৷ এওঁলোকে সহজেই প্ৰেমত পৰে৷

গালত তিল থকাৰ অৰ্থ

১. সমুদ্ৰ শাস্ত্ৰ অনুসৰি সোঁগালত তিল থকা ব্যক্তি অভাৱত পৰে৷ নিজৰ যুক্তি-বুদ্ধি দি বিচাৰ কৰি সঠিক সিদ্ধান ল’ব পাৰে৷ ভাল অৰ্থ উপাৰ্জন কৰে এই ৰাশিৰ জাতকে৷

২. বাওঁ গালত তিল থকা লোক অসুখী হয়৷ বিভিন্ন ৰোগত আক্ৰান্ত হৈ থাকে এই জাতক৷ এওঁলোক অন্তৰ্মুখী হয় আৰু নিজৰ বিলাসিতাৰ বাবে প্ৰচুৰ অৰ্থ ব্যয় কৰে৷

কানত তিল থাকিলে

১. কানৰ যিকোনো অংশত তিল থকা ব্যক্তিয়ে বিলাসবহুল জীৱন-যাপন কৰে৷ যি পেছাই বাচি নলওক কিয় এওঁলোকে সাফল্য অৰ্জন কৰিবই৷

২. কানৰ ওপৰত বা তলৰ অংশত তিল থাকিলে বুজিব পাৰি সেই ব্যক্তি অত্যন্ত বুদ্ধিমান৷ এওঁলোকে ভালকৈ চিন্তাভাৱনা কৰি সিদ্ধান্ত লয়৷

ওঁঠত তিল থাকিলে

সমুদ্ৰ শাস্ত্ৰ অনুসৰি ব্যক্তিৰ ওঁঠত তিল থাকে তেওঁলোক খাদ্যৰসিক হয়৷ এওঁলোকৰ অতিৰিক্ত খাদ্য খোৱাৰ প্ৰৱণতা থাকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
পখিলা খেদা শৈশৱত চাহ দোকানী, পিতৃয়ে দিনহাজিৰা কৰে, প্ৰশিক্ষণ অবিহনেই UPSC পাছ কৰি আইএএছ  হ’ল হিমাংশু, জানক হিমাংশুৰ চকু সেমেকাই তোলা সেই কাহিনী

পখিলা খেদা শৈশৱত চাহ দোকানী, পিতৃয়ে দিনহাজিৰা কৰে, প্ৰশিক্ষণ অবিহনেই UPSC পাছ কৰি আইএএছ হ’ল হিমাংশু, জানক হিমাংশুৰ চকু সেমেকাই তোলা সেই কাহিনী

কোন শিৱলিংগত পূজা কৰিলে কি ফল পাব? জানক শাস্ত্ৰই কি কয়?

কোন শিৱলিংগত পূজা কৰিলে কি ফল পাব? জানক শাস্ত্ৰই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.