• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেৰাছিটামলৰ পৰা গৰ্ভনিৰোধক বড়ি! আজিৰে পৰা দাম বাঢ়িব এইকেইবিধ ঔষধৰ…

পেৰাছিটামলৰ পৰা গৰ্ভনিৰোধক বড়ি! আজিৰে পৰা দাম বাঢ়িব এইকেইবিধ ঔষধৰ…

4 years ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

6 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

6 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

7 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

8 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

8 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

9 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

9 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

10 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

10 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

11 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

12 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পেৰাছিটামলৰ পৰা গৰ্ভনিৰোধক বড়ি! আজিৰে পৰা দাম বাঢ়িব এইকেইবিধ ঔষধৰ…

editor by editor
April 1, 2023
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
পেৰাছিটামলৰ পৰা গৰ্ভনিৰোধক বড়ি! আজিৰে পৰা দাম বাঢ়িব এইকেইবিধ ঔষধৰ…
0
SHARES
405
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গা বেয়া লাগিলেই আমি চিকিৎসকৰ কাষ চপাৰ আগতে বহুতে ঔষধ খাওঁ। গুৰুতৰ অসুখ হ’লে প্ৰায়সংখ্যকেই দোকানৰ পৰাই ঔষধ ক্ৰয় কৰাটো পুৰণি স্বভাৱেই। জৰুৰীকালিনভাৱে প্ৰয়োজন হোৱা বহু ঔষধেই আমি ঘৰত মজুত ৰাখো। পেৰাছিটামলৰ পৰা এমক্সিলিন প্ৰায় প্ৰত্যেকৰে ঘৰতেই এই ঔষধসমূহ থাকেই।

১ এপ্ৰিলৰ পৰা এই সমূহ ঔষধৰ দাম বাঢ়িল। পূৰ্বৰ তুলনাত প্ৰায় ১২ শতাংশ বৃদ্ধি হৈছে ঔষধৰ দাম। নেশ্ব্যনেল ফাৰ্মাছিউটিকেল প্ৰাইছিং অথৰিটি চমুকৈ এনপিপিয়ে প্ৰকাশ কৰা অনুসৰি প্ৰায় ১২.১২ শতাংশলৈ বৃদ্ধি হ’ব ঔষধৰ দাম। প্ৰায় ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি হ’ব। এই তালিকাত আছে, হেলোথেন, আইছ’ফ্লুৰেন, কেটামাইন, নাইট্ৰাছ অক্সাইড। ইয়াৰোপৰি তালিকাত আছে আইবুপ্ৰোফেন, ডাইক্লোফেনাক, মেফোনমিক এছিড, বেনজিলপেনিছিলিন, পেৰাছিটামল, মৰফিন, ইয়াৰোপৰি যক্ষ্মা ৰোগীৰ ঔষধ, এইছআইভিৰ চিকিৎসাত ব্যৱহৃত ঔষধ, চৰ্মৰোগত ব্যৱহৃত ঔষধ, মেলেৰিয়া চিকিৎসাত ব্যৱহৃত ঔষধ ৰ দামো বৃদ্ধি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
শিক্ষা

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

October 11, 2026
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!
ৰাজনীতি

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

October 11, 2026
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!
জীৱনশৈলী

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

October 11, 2026
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?
বিনোদন

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

October 11, 2026
Next Post
বয়সৰ সৈতে নাৰীৰ শাৰীৰিক চাহিদা কিয় কমি যায়? কি কয় সমীক্ষাই…

বয়সৰ সৈতে নাৰীৰ শাৰীৰিক চাহিদা কিয় কমি যায়? কি কয় সমীক্ষাই...

শিষ্যৰ হাততেই গুৰুৰ পৰাজয়! আইপিএলৰ প্ৰথম মেচত হাৰ্দিকৰ গুজৰাটৰ হাতত ধোনীৰ চেন্নাই পৰাস্ত হোৱাৰ বিশেষ ৫টা কাৰণ…

শিষ্যৰ হাততেই গুৰুৰ পৰাজয়! আইপিএলৰ প্ৰথম মেচত হাৰ্দিকৰ গুজৰাটৰ হাতত ধোনীৰ চেন্নাই পৰাস্ত হোৱাৰ বিশেষ ৫টা কাৰণ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.