• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিনি পাইনে এইজন বিগ-বছ বিজেতাক, বহু বছৰ সন্ধানহীন হৈ থাকি এতিয়া ধাবা খুলি ব্যৱসায়

চিনি পাইনে এইজন বিগ-বছ বিজেতাক, বহু বছৰ সন্ধানহীন হৈ থাকি এতিয়া ধাবা খুলি ব্যৱসায়

2 years ago
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

17 minutes ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

40 minutes ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

1 hour ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

2 hours ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

2 hours ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

2 hours ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

3 hours ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

4 hours ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

5 hours ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

6 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

7 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

চিনি পাইনে এইজন বিগ-বছ বিজেতাক, বহু বছৰ সন্ধানহীন হৈ থাকি এতিয়া ধাবা খুলি ব্যৱসায়

editor by editor
October 27, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
চিনি পাইনে এইজন বিগ-বছ বিজেতাক, বহু বছৰ সন্ধানহীন হৈ থাকি এতিয়া ধাবা খুলি ব্যৱসায়
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিনি পাইনে এইজন বিগ-বছ বিজেতাক, বহু বছৰ সন্ধানহীন হৈ থাকি এতিয়া ধাবা খুলি ব্যৱসায়

একালৰ বৃন্দাবন, একালত পৰে চন। এই কথা হুবহু খাটে এইগৰাকী অসময়ৰ অভিনেতাৰ ক্ষেত্ৰত। এটা সময়ত ভাল নাম থকা, টেলিভিচন জগতত ভাল নাম উপাৰ্জন কৰা অভিনেতাগৰাকী আজি এক অন্য জীৱন হে যাপন কৰি আছে।

দেশৰ অন্যতম জনপ্ৰিয় টেলিভিছন ৰিয়েলিটি অনুষ্ঠান বিগ বছৰ বিজয়ী আজিৰ দিনত এখন সাধাৰণ ধাবা খুলি কোনোমতে জীৱন নিৰ্বাহ কৰি আছে। হয়, ইয়াত আশুতোষ কৌশিকৰ কথা কোৱা হৈছে। আজিৰ দিনত এইগৰাকী বিগ বছ উইনাৰৰ কথা বহু কম লোকেহে জানে।

২০০৭-০৮ চনটো আছিল ৰিয়েলিটি টিভিৰ বাবে এক অনন্য সময়। সেই সময়ত ৰিয়েলিটি আৰু ড্ৰামা শ্ব’বোৰ নতুন আছিল আৰু মানুহৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল আৰু প্ৰতিযোগীসকল বেছিভাগেই ফিল্টাৰবিহীন আছিল। সেই সময়ত ভাৰতত ৰিয়েলিটি টিভি শ্ব’ৰ সংখ্যাও কম আছিল আৰু ৰিয়েলিটি টিভিও তাৰকাসকলৰ বাবে অতি নতুন আছিল।

সেই সময়ছোৱাত এটা নাম বহুত চৰ্চালৈ আহিছিল। সকলোৱে একেখন মুখৰ কথা কৈ আছিল। সেই নাম আছিল আশুতোষ কৌশিক। উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ এই যুৱকে এটা নহয়, একেলগে দুটাকৈ ডাঙৰ ৰিয়েলিটি শ্ব’ত জয়ী হৈ ৰাতিটোৰ ভিতৰতে তাৰকালৈ পৰিণত হৈছিল, কিন্তু সফলতাৰ চিৰি যিমান বেগেৰে বগাই উঠিল সিমান বেগেৰে তললৈ সৰি পৰিল আশুতোষ।

প্ৰথমে ২০০৭ চনত ২৫ বছৰীয়া আশুতোষে এমটিভি ৰ’ডিজৰ পঞ্চম ছিজনত অংশগ্ৰহণ কৰিছিল। তেওঁৰ নিৰ্ভীকতা আৰু প্ৰকৃততাই তেওঁক অনুৰাগীৰ প্ৰিয় কৰি তুলিছিল আৰু সহজেই সেই ছিজনত জয়ী হৈ ট্ৰফী লাভ কৰিছিল।

ইয়াৰ পিছত ২০০৮ চনত বিগ বছ ছিজন ২ত অংশগ্ৰহণ কৰে আশুতোষে। য’ত মনিকা বেদী আৰু ৰাহুল মহাজনৰ দৰে প্ৰবীণ তাৰকা আশুতোষৰ সৈতে একেলগে এখন ঘৰত বন্দী হৈছিল। এই অনুষ্ঠানতো আশুতোষে পুনৰবাৰ নিজৰ সৰলতা আৰু প্ৰকৃত স্বৰূপেৰে নিজকে প্ৰমাণ কৰি এই শ্ব’ৰ প্ৰথমজন নন-চেলিব্ৰিটি বিজয়ী হিচাপে পৰিগণিত হয়। এয়া আছিল আশুতোষৰ কেৰিয়াৰৰ শিখৰ ,কিন্তু দুৰ্ভাগ্যজনকভাৱে আগন্তুক পথ কঠিন বুলি প্ৰমাণিত হয় কেৰিয়াৰৰ ক্ষেত্ৰত।

২০০৯ চনত মদ্যপান কৰি বাইক চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা আশুতোষৰ কেৰিয়াৰৰ পতন আৰম্ভ হয়। আদালতত তেওঁক দোষী সাব্যস্ত কৰি এদিনৰ কাৰাদণ্ড বিহা হয়। ইয়াৰ পিছত আশুতোষে সৰু সৰু চৰিত্ৰৰ জৰিয়তে পুনৰ অনুৰাগীৰ মাজলৈ উভতি আহিবলৈ চেষ্টা কৰে।
‘লাল ৰং’, ‘জিলা গাজিয়াবাদ’, ‘শ্বৰ্টকাট ৰোমিঅ’ আদি ছবিত পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল যদিও তেওঁৰ কামে বিশেষ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল। পিছত এটা সাক্ষাৎকাৰত আশুতোষে নিজেই স্বীকাৰ কৰে যে তেওঁ হঠাতে পোৱা সেই ষ্টাৰডম চম্ভালিব নোৱাৰে, সেয়েহে তেওঁ এই সকলো এৰি যোৱাৰ সিদ্ধান্ত লয়।

যাৰ ফলত এটা দশক ধৰি কতো কোনো সন্ধান নোহোৱা হৈ পৰে আশুতোষৰ। সদ্যহতে এটা পোডকাষ্টৰ জৰিয়তে পুনৰ চৰ্চালৈ আহিছে এসময়ৰ এইগৰাকী ৰিয়েলিটি শ্ব’ বিজেতা তাৰকা। বৰ্তমান ৪৩ বছৰীয়া আশুতোষ ছাহাৰানপুৰত বাস কৰি ধাবাৰ ব্যৱসায় চলাই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ashotosh Kaushimbig bossBig Boss Session 2big boss winnerRoddiedRoddied winner
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!
ভাৰত

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

May 20, 2026
Image Credit source: PTI
জীৱনশৈলী

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

May 20, 2026
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!
জীৱনশৈলী

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

May 20, 2026
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

May 20, 2026
Next Post
কোনো নতুন কাম আৰম্ভ কৰিব বিচাৰিছে নেকি, সাৱধান, শনিৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ

কোনো নতুন কাম আৰম্ভ কৰিব বিচাৰিছে নেকি, সাৱধান, শনিৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ

অৱশেষত আৰক্ষীৰ হাতত কোটি কোটি টকা লৈ পলায়ন কৰা ডি বি ষ্টকৰ দীপাংকৰ

অৱশেষত আৰক্ষীৰ হাতত কোটি কোটি টকা লৈ পলায়ন কৰা ডি বি ষ্টকৰ দীপাংকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.