• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰযান-২ আৰু চন্দ্ৰযান-৩ উৎক্ষেপণত নিধি জড়িত হৈ আছে, ইছৰোৰ বিজ্ঞানী অসমৰ বোৱাৰী নিধি শৰ্মাৰ কথা আজিও নাজানে বহুতেই

চন্দ্ৰযান-২ আৰু চন্দ্ৰযান-৩ উৎক্ষেপণত নিধি জড়িত হৈ আছে, ইছৰোৰ বিজ্ঞানী অসমৰ বোৱাৰী নিধি শৰ্মাৰ কথা আজিও নাজানে বহুতেই

3 years ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

34 minutes ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

1 hour ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

2 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

2 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

4 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

4 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

6 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

7 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

7 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

চন্দ্ৰযান-২ আৰু চন্দ্ৰযান-৩ উৎক্ষেপণত নিধি জড়িত হৈ আছে, ইছৰোৰ বিজ্ঞানী অসমৰ বোৱাৰী নিধি শৰ্মাৰ কথা আজিও নাজানে বহুতেই

editor by editor
August 23, 2023
in প্ৰযুক্তি, বিজ্ঞান, ভাৰত
0
চন্দ্ৰযান-২ আৰু চন্দ্ৰযান-৩ উৎক্ষেপণত নিধি জড়িত হৈ আছে, ইছৰোৰ বিজ্ঞানী অসমৰ বোৱাৰী নিধি শৰ্মাৰ কথা আজিও নাজানে বহুতেই
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চন্দ্ৰযান-৩ ক লৈ উৎকণ্ঠাৰ শেষ নাই৷ দেশৰ লগতে অসমৰ প্ৰতিজন জনতাই এতিয়া চন্দ্ৰযান-৩ ৰ সফলতা চাবৰ বাবেই আগ্ৰহেৰে ৰৈ আছে৷ এই আগ্ৰহ বঢ়াৰ কাৰণ কেৱল দেশে পঠিওৱা যানৰ সফলতাৰ বাবেই নহয়৷ এই উৎকণ্ঠা বাঢ়িছে যানখনত অসমৰ বিজ্ঞানী চয়ন দত্তও জড়িত হৈ থকা বাবে৷ কিন্তু বহুতেই এতিয়াও নাজানে যে চন্দ্ৰযান-৩ উৎক্ষেপনত অসমৰ আৰু এগৰাকী বিজ্ঞানী জড়িত হৈ আছে৷ চন্দ্ৰযান-২ উৎক্ষেপণতো অসমৰ এইগৰাকী বিশেষ বিজ্ঞানী জড়িত হৈ আছে৷ তেওঁ আন কোনো নহয় তেওঁ হৈছে তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা৷ চন্দ্ৰযান-২ মিছনতো নিধি ওতপ্ৰোতভাৱে জড়িত হৈ আছিল৷ এইবাৰ চন্দ্ৰযান-৩ ৰ অভিযানতো বিজ্ঞানী নিধি জড়িত হৈ আছে৷

এক দশক ধৰি নিধি শৰ্মা ইছৰোৰ সৈতে জড়িত হৈ আছে৷ তিনিচুকীয়াৰ দীপক দেৱ আৰু শিখা দেৱৰ বোৱাৰী নিধিয়ে মহাকাশ গৱেষণা সংস্থাত কাম কৰি আছে৷ চন্দ্ৰযান-২ৰ উৎক্ষেপণতো তেওঁ বিশেষ ভুমিকা লৈছিল৷ এইবাৰো তেওঁ উৎক্ষেপণৰ পৰাই চন্দ্ৰযান-৩ৰ সৈতে জড়িত হৈ আছে৷

চন্দ্ৰযান-২ ৰ বিফলতাৰ পাছতেই নিধিয়ে এটা সাক্ষাৎকাৰ দিছিল৷ সেই সাক্ষাৎকাৰত নিধিয়ে চন্দ্ৰযান-২ ৰ বিফলতাৰ কাহিনী সুন্দৰভাৱে বুজাই কৈছিল৷ নিধিয়ে সাক্ষাৎকাৰটোত কৈছিল, ‘আমি শেষ পৰ্যায়ত উপনীত হৈছিলো৷ খুব আগ্ৰহেৰে কম্পিউটাৰৰ সন্মুখত বহি যানখনৰ গতি বিধি চাই আছিলো৷ কিন্তু সফলতালৈ এখোজ থাকোতেই আমি বিফল হ’লো৷ খুব হতাশাই আমাক বেৰি ধৰিলে৷ এটা সন্তানৰ দৰে জন্ম দিয়াৰ পৰা তাৰ মৃত্যুলৈকে আমি লালন পালন কৰিলো৷ কিন্তু ২০১৯ চনৰ ২ ছেপ্টেম্বৰটো আমাৰ বাবে বৰ দুখৰ দিন আছিল৷ সেইদিনা আমাৰ সন্তানটো চন্দ্ৰৰ কক্ষপথত হেৰাই যায়৷ চন্দ্ৰপৃষ্ঠৰ পৰা ২.১ কিঃমিঃ দূৰত্বত হেৰাই যায় চন্দ্ৰযান-২৷’

ইছৰোৰ বিজ্ঞানী নিধি শৰ্মাৰ পিতৃ গৃহ অসমৰ বৰাক উপত্যকাত৷ তেওঁৰ পিতৃয়ে এটা সাধাৰণ ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত৷ মাতৃয়ে চৰকাৰী খণ্ডত চাকৰি কৰে৷ তেওঁলোক বৰ্তমান দিল্লীৰেই বাসিন্দা৷ নিধিৰ স্বামী দিবাকৰো এজন অভিযন্তা৷ তেওঁ বাংগালুৰুৰ এটা ব্যক্তিগত খণ্ডত অভিযন্তা হিচাপে কৰ্মৰত৷ নিধিয়ে এইবাৰৰ মিছনতো ওতপ্ৰোতভাৱে জড়িত হৈ আছে৷ চন্দ্ৰযান-৩ৰ মিছন সফল হওক বুলি বহুতেই এতিয়া নিধিক সামাজিক মাধ্যমত শুভেচ্ছা জনোৱা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ
নিয়োগ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

October 5, 2026
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?
ভাৰত

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

October 5, 2026
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?
ভাৰত

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

October 4, 2026
Next Post
চন্দ্ৰত যান পঠিয়াই দেশৰ কি লাভ? চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পাছত কেনেকৈ কাম কৰিব প্ৰজ্ঞানে? ইছৰোৰ মূল উদ্দেশ্য কি?

চন্দ্ৰত যান পঠিয়াই দেশৰ কি লাভ? চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পাছত কেনেকৈ কাম কৰিব প্ৰজ্ঞানে? ইছৰোৰ মূল উদ্দেশ্য কি?

ইতিহাস ৰচি দক্ষিণ মেৰুত অৱতৰণ কৰিলে চন্দ্ৰযান-৩য়ে! এই সফল অভিযানত ইছৰোক সহায় কৰিলে ১০ টা বিশেষ সংস্থাই, এই বিশেষ ১০ টা সংস্থা কি কি?

ইতিহাস ৰচি দক্ষিণ মেৰুত অৱতৰণ কৰিলে চন্দ্ৰযান-৩য়ে! এই সফল অভিযানত ইছৰোক সহায় কৰিলে ১০ টা বিশেষ সংস্থাই, এই বিশেষ ১০ টা সংস্থা কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.