• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইতিহাস ৰচি দক্ষিণ মেৰুত অৱতৰণ কৰিলে চন্দ্ৰযান-৩য়ে! এই সফল অভিযানত ইছৰোক সহায় কৰিলে ১০ টা বিশেষ সংস্থাই, এই বিশেষ ১০ টা সংস্থা কি কি?

ইতিহাস ৰচি দক্ষিণ মেৰুত অৱতৰণ কৰিলে চন্দ্ৰযান-৩য়ে! এই সফল অভিযানত ইছৰোক সহায় কৰিলে ১০ টা বিশেষ সংস্থাই, এই বিশেষ ১০ টা সংস্থা কি কি?

3 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

5 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

5 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

5 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

6 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

7 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

9 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

9 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

10 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

11 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

12 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

12 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ইতিহাস ৰচি দক্ষিণ মেৰুত অৱতৰণ কৰিলে চন্দ্ৰযান-৩য়ে! এই সফল অভিযানত ইছৰোক সহায় কৰিলে ১০ টা বিশেষ সংস্থাই, এই বিশেষ ১০ টা সংস্থা কি কি?

editor by editor
August 23, 2023
in প্ৰযুক্তি, বিজ্ঞান, বিশ্ব, ভাৰত, লেখা
0
ইতিহাস ৰচি দক্ষিণ মেৰুত অৱতৰণ কৰিলে চন্দ্ৰযান-৩য়ে! এই সফল অভিযানত ইছৰোক সহায় কৰিলে ১০ টা বিশেষ সংস্থাই, এই বিশেষ ১০ টা সংস্থা কি কি?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লেণ্ডাৰ বিক্ৰমে সফলভাৱে ভৰি থলে চন্দ্ৰৰ দক্ষিণ মেৰুত৷ দক্ষিণ মেৰুত ভৰি দিয়া প্ৰথম দেশ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে ভাৰতে৷ ইছৰোৰ সফলতাৰ পাছতেই এতিয়া সৰ্বত্ৰতে ইছৰোৰ চৰ্চা৷ ইছৰোৰ বিজ্ঞানীৰ কঠোৰ পৰিশ্ৰম, সুচাৰু ব্যৱস্থাপনা, চৰকাৰী, বেচৰকাৰী সংস্থাৰ সহযোগিতাৰ সফল প্ৰয়াস চন্দ্ৰযান-৩৷ চন্দ্ৰযান-৩ক চন্দ্ৰপৃষ্ঠত উপস্থিত কৰোৱাত কেৱল ইছৰোই নহয় জড়িত হৈ আছে কেইবাটাও সংস্থা৷ ১০ টা চৰকাৰী-বেচৰকাৰী সংস্থা জড়িত হৈ আছে এই অভিযানৰ সৈতে৷ তিনি বছৰ ধৰি এই সংস্থাসমূহে প্ৰযুক্তিগত দিশত সহায় আগবঢ়াইছে চন্দ্ৰযান-৩ক৷ ইছৰোক সহায় কৰি আয়ৰ দিশেৰেও লাভৰ মুখ দেখিছে ১০ টা ব্যৱসায়িক সংস্থাই৷

ইছৰোক সহায় কৰা ১০ টা সংস্থা কি কি?
ইছৰোক চন্দ্ৰযান-৩ ৰ বাবে প্ৰযুক্তিগত দিশত সহায় কৰা ১০ টা সংস্থাৰ আটাইকেইটাই লেখত ল’বলগীয়া সংস্থা৷ এই অভিযানত বিশেষ ভুমিকা লৈছে ৰাষ্ট্ৰীয় সংস্থা হিন্দুস্তান এৰোনটিক্স লিমিটেডে৷ ১০ টা সংস্থাৰ তালিকাত আছে বিশ্বৰ অগ্ৰণী সংস্থা লাৰচেন এণ্ড টুব্ৰ(এল এণ্ড টি)৷ ইয়াৰোপৰি চন্দ্ৰযান-৩ৰ সৈতে জড়িত হৈ আছে মিশ্ৰ ধাতু নিগম লিমিটেড, ৱালচান্দনগৰ ইণ্ডাষ্ট্ৰী, চেণ্টাং ইলেক্ট্ৰনিক্স, লিণ্ডে ইণ্ডিয়া, পৰশ ডিফেন্স এণ্ড স্পেছ টেকনলজি, এম টি আৰ টেকনলজি, গডৰেজ এৰস্পেছ সংস্থা, এল এণ্ড টি সংস্থা, হেড এণ্ড ছেগমেণ্ট, মিডল ছেগমেণ্ট, নজেল বাকেট ফ্লাঙ্গ পোয়াইয়েৰ কাৰখানা৷

ইছৰোৰ এটা সংস্থাই জনোৱা অনুসৰি চন্দ্ৰযানক গতিবৰ্ধক যন্ত্ৰপাতিৰ যোগান ধৰিছে এল এণ্ড টি সংস্থাই৷ ইফালে ৰাষ্ট্ৰীয় সংস্থা হিন্দুস্তান এৰোনটিক্স লিমিটেডে চন্দ্ৰযানক অত্যাধুনিক বেটেৰীৰ যোগান ধৰিছে৷ হিন্দুস্থান এৰোনটিক্স লিমিটেডৰ আন এক সংস্থা ৱেল্ডিং ৰিচাৰ্ছ ইনষ্টিটিউটে দুটা ধাতুৰে নিৰ্মিত এডপ্টাৰৰ যোগান ধৰিছে৷ এই এডপ্টাৰ আৰু বেটেৰীয়ে চন্দ্ৰপৃষ্ঠৰ অতি ঠাণ্ডাৰ মাজতো চন্দ্ৰযানক সক্ৰিয় কৰি ৰাখিছে৷

লেণ্ডাৰখনক যিখন ৰকেটত পঠিওৱা হৈছিল সেই সেই ৰকেট মিশ্ৰ ধাতুৰে নিৰ্মাণ কৰা হৈছিল৷ এই ৰকেট নিৰ্মাণত সহায় কৰিছিল মিশ্ৰ ধাতু নিগম লিমিটেডে৷ ইয়াৰোপৰি চন্দ্ৰযানৰ একাধিক সৰু-বৰ যন্ত্ৰ যোগান ধৰিছে এই সংস্থাই৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় সংস্থা নিউ স্পেছ ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰাও সহায় কৰা হৈছে চন্দ্ৰযান-৩ক৷ ইফালে ৱালচান্দনগৰ ইণ্ডাষ্ট্ৰীয়ে ইন্ধনৰ যোগান ধৰিছে ইছৰোক৷

ইছৰোৰ তৃতীয় চন্দ্ৰ অভিযানত মুঠ খৰচ হৈছে ৬১৫ কোটি৷ ইয়াৰ মাজত সফল উৎক্ষেপণ কৰিবলৈকে খৰচ হৈছে ৩৬৫ কোটি৷ লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানৰ বাবে খৰচ হৈছে ২৫০ কোটি৷ ২০০৮ চনত ইছৰোৰ প্ৰথম চন্দ্ৰাভিযানত খৰচ হৈছিল ৩৬৫ কোটি৷ ২০১৯ চনত চন্দ্ৰযান-২ পঠিয়াবলৈ খৰচ হৈছিল ৯৭৮ কোটি টকা৷ সেই অভিযান অৱশ্যে ব্যৰ্থ হয়৷

চন্দ্ৰযান-৩ৰ অভিযানেই ইছৰোৰ শেষ অভিযান নহয়৷ আগন্তুক দিনতো মহাকাশ অভিযানৰ বাবে একাধিক পৰিকল্পনা হাতত ৰাখিছে ইছৰোই৷ সূৰ্য সম্পৰ্কীয় বিস্তাৰিত খবৰ জানিবৰ বাবে ‘আদিত্য’ পঠিয়াব ইছৰোই৷ এই অভিযানত খৰচ হ’ব ৩৭৮ কোটি টকা৷ ২০২৪ ত ৰঙাগ্ৰহলৈ মঙলযান-৩ পঠিয়াব ইছৰোই৷ এই অভিযানৰ সাম্ভাৱ্য খৰচমূল্য এতিয়াও জনোৱা হোৱা নাই৷ এই সমূহ অভিযানতো একাধিক সংস্থাই ইছৰোক সহায় কৰিব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
Next Post
জোনবাইৰ দেশৰ সাধুনো কি জোনবাইয়ে আমাৰ হাতত মুঠিত! তৃতীয় বিশ্বৰ দেশ ভাৰতৰ বৈজ্ঞানিকৰ সফলতাক চেল্যুট জনাবলৈ বাধ্য হ’ল প্ৰথম বিশ্বৰ দেশৰ প্ৰতিজন বিজ্ঞানীয়ে,পঢ়ক যাত্ৰাৰ সবিশেষ কাহিনী

জোনবাইৰ দেশৰ সাধুনো কি জোনবাইয়ে আমাৰ হাতত মুঠিত! তৃতীয় বিশ্বৰ দেশ ভাৰতৰ বৈজ্ঞানিকৰ সফলতাক চেল্যুট জনাবলৈ বাধ্য হ’ল প্ৰথম বিশ্বৰ দেশৰ প্ৰতিজন বিজ্ঞানীয়ে,পঢ়ক যাত্ৰাৰ সবিশেষ কাহিনী

১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছিল কেইবাশ অভিযন্তাই, কিন্তু দৰমহা নোপোৱা অভিযন্তাসকল ইছৰোৰ নে?

১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছিল কেইবাশ অভিযন্তাই, কিন্তু দৰমহা নোপোৱা অভিযন্তাসকল ইছৰোৰ নে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.