• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওলোটা পথেৰে গতি কৰিছে বুধে, অৰ্থলাভ পাঁচ ৰাশিৰ ভাগ্যত, লাভ কৰিব নতুন চাকৰি

ওলোটা পথেৰে গতি কৰিছে বুধে, অৰ্থলাভ পাঁচ ৰাশিৰ ভাগ্যত, লাভ কৰিব নতুন চাকৰি

2 years ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

31 minutes ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

1 hour ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

2 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

2 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

3 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

4 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

5 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

6 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

6 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

7 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

8 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ওলোটা পথেৰে গতি কৰিছে বুধে, অৰ্থলাভ পাঁচ ৰাশিৰ ভাগ্যত, লাভ কৰিব নতুন চাকৰি

ওলোটা পথেৰে গতি কৰিছে বুধে, অৰ্থলাভ পাঁচ ৰাশিৰ ভাগ্যত, লাভ কৰিব নতুন চাকৰি

editor by editor
July 25, 2024
in জীৱনশৈলী, বিবিধ
0
ওলোটা পথেৰে গতি কৰিছে বুধে, অৰ্থলাভ পাঁচ ৰাশিৰ ভাগ্যত, লাভ কৰিব নতুন চাকৰি
0
SHARES
45.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ শাস্ত্ৰত বুধক গ্ৰহক যুৱৰাজ বুলি কোৱা হয়৷ বুধ বুদ্ধি, তৰ্ক, বিতৰ্কৰ কাৰক গ্ৰহ৷ এই পৰিস্থিতিত বুধৰ ৰাশি পৰিবৰ্তনে ব্যক্তিৰ জীৱনক বিভিন্ন দিশেৰে প্ৰভাৱিত কৰে৷ ১৯ জুলাইৰ পৰা বুধে সিংহ ৰাশিত ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে৷ ৫ আগষ্টলৈকে এই ৰাশিতেই বক্ৰী হ’ব এই গ্ৰহ৷ ২২ আগষ্টত আকৌ ওলোটা পথেৰে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব গ্ৰহৰ যুৱৰাজে৷ তাৰপাছতেই ২৯ আগষ্টৰ নিশা ২বাজি ৪৪ মিনিটত কৰ্কট ৰাশিতেই মাৰ্গী হ’ব৷ বুধৰ এই গতি পৰিবৰ্তনে পাঁচ ৰাশিৰ জাতকৰ বাবে শুভ বাৰ্তা কঢ়িয়াই আনিব৷ বক্ৰী বুধৰ কাৰণে কোন কোন ৰাশিৰ উন্নতি হ’ব?

মেষ ৰাশি

এই ৰাশিৰ পঞ্চম স্থানত বুধ বক্ৰী হ’ব৷ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সাফল্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ নিজৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব এই ৰাশিৰ জাতকে৷ ব্যৱসায়ত উন্নতি হ’ব৷ ভাল পৰিমাণৰ মুনাফা অৰ্জনৰ প্ৰৱল যোগ আছে৷ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ আয়ৰ নতুন উৎস পাব এই ৰাশিৰ জাতকে৷ শ্বেয়াৰ মাৰ্কেট, বেটিঙৰ মাধ্যমেৰে প্ৰচুৰ পৰিমাণে লাভ অৰ্জন কৰাত সফল হ’ব৷ দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰিব৷ স্বাস্থ্য ভালে থাকিব৷

কৰ্কট ৰাশি

এই ৰাশিৰ দ্বিতীয় কক্ষত বক্ৰী হ’ব বুধ৷ ইয়াৰ প্ৰভাৱত কৰ্কট ৰাশিৰ জাতকৰ ভাগ্যত ধনলাভৰ যোগ তৈয়াৰ হ’ব৷ জীৱনত ভাল কাম কৰিলে সফল হ’ব৷ নতুন চাকৰিৰ সন্ধানত থাকিলে একাধিক সুযোগ পাব পাৰে এই ৰাশিৰ জাতকে৷ টকা পইছাৰ কাৰণে অধিক যাত্ৰা কৰিব পাৰে৷ এই যাত্ৰাৰ দ্বাৰা লাভাম্বিত হ’ব৷ বুদ্ধিৰ জোৰত সমাজত মান-সন্মান লাভ কৰিব৷ তৰ্ক-বিতৰ্কৰ জোৰত সাফল্য লাভ কৰিব পাৰিব৷

সিংহ ৰাশি

জ্যোতিষ গণনা অনুসৰি বক্ৰী গতিত বুধৰ গোচৰৰ ফলত সিংহ ৰাশিৰ জাতক লাভাম্বিত হ’ব৷ এই ৰাশিৰ যি জাতকে ব্যৱসায় কৰি থাকে, তেওঁলোকৰ বাবে এই সময় অত্যন্ত শুভ৷ ব্যৱসায়ত মুনাফা লাভৰ প্ৰৱল সম্ভাৱনা আছে৷ চাকৰিৰ সন্ধানত থাকিলে এই সময়ত নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব৷ আৰ্থিক স্থায়ীত্ব বৰ্তি থাকিব আৰু আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷

ধনু ৰাশি

বুধৰ বক্ৰী দশা ধনু ৰাশিৰ জাতকৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয়৷ বাম্পাৰ লাভ হ’ব৷ আয় বৃদ্ধিৰ যোগ তৈয়াৰ হৈছে৷ অপ্ৰত্যাশিত স্থানৰ পৰা অৰ্থৰ আগমন হ’ব পাৰে৷ প্ৰেম জীৱনৰ বাবে এই সময় শুভ৷ প্ৰেমিক-প্ৰেমিকাৰ মাজত ৰোমান্স বাঢ়িব৷ চাকৰিয়ালৰ বাবে এই সময় শুভ৷ কেৰিয়াৰত উন্নতি হ’ব৷

কুম্ভ ৰাশি

এই ৰাশিৰ সপ্তম স্থানত বক্ৰী হ’ব বুধ৷ পৰিয়াল আৰু বন্দুৰ সৈতে ভাল সময় কটাব পাৰে৷ জীৱনৰ সমস্ত বাধা সমাপ্ত হ’ব৷ ব্যৱসায়ত কোনো সমস্যা আহিলে তাৰ পৰাও মুক্তি পাব এই ৰাশিৰ জাতকে৷ ব্যৱসায়ত গতি বাঢ়িব৷ আৰ্থিক পৰিস্থিতি ভাল হ’ব৷ অৰ্থাভাৱৰ পৰা মুক্তি পাব কুম্ভ ৰাশিৰ জাতকে৷ সম্পৰ্কত থকা পুৰণি সমস্যা এই সময়ত সমাপ্ত হ’ব৷ সংগীৰ সৈতে ভাল সময় কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক
জীৱনশৈলী

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

August 31, 2026
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?
বাণিজ্য

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

August 31, 2026
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ
অসম

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

August 31, 2026
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল
প্ৰযুক্তি

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

August 31, 2026
Next Post
হিজাব পিন্ধি কোনো খেলুৱৈয়ে ভাগ ল’ব নোৱাৰিব পেৰিছ অলিম্পিকত, ফ্ৰান্সৰ ধৰ্মনিৰপেক্ষতাত আঘাত হানিব নোৱাৰিব কোনো খেলুৱৈয়ে

হিজাব পিন্ধি কোনো খেলুৱৈয়ে ভাগ ল’ব নোৱাৰিব পেৰিছ অলিম্পিকত, ফ্ৰান্সৰ ধৰ্মনিৰপেক্ষতাত আঘাত হানিব নোৱাৰিব কোনো খেলুৱৈয়ে

অলিম্পিকত ভাৰতৰ দ্বিতীয়টো সাফল্য, মহিলাৰ পাছতেই পুৰুষ আৰ্চাৰী দলৰো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অলিম্পিকত ভাৰতৰ দ্বিতীয়টো সাফল্য, মহিলাৰ পাছতেই পুৰুষ আৰ্চাৰী দলৰো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.