• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিজাব পিন্ধি কোনো খেলুৱৈয়ে ভাগ ল’ব নোৱাৰিব পেৰিছ অলিম্পিকত, ফ্ৰান্সৰ ধৰ্মনিৰপেক্ষতাত আঘাত হানিব নোৱাৰিব কোনো খেলুৱৈয়ে

হিজাব পিন্ধি কোনো খেলুৱৈয়ে ভাগ ল’ব নোৱাৰিব পেৰিছ অলিম্পিকত, ফ্ৰান্সৰ ধৰ্মনিৰপেক্ষতাত আঘাত হানিব নোৱাৰিব কোনো খেলুৱৈয়ে

2 years ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

1 hour ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

1 hour ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

2 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

3 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

5 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

13 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

13 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

14 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

15 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

16 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

হিজাব পিন্ধি কোনো খেলুৱৈয়ে ভাগ ল’ব নোৱাৰিব পেৰিছ অলিম্পিকত, ফ্ৰান্সৰ ধৰ্মনিৰপেক্ষতাত আঘাত হানিব নোৱাৰিব কোনো খেলুৱৈয়ে

হিজাব পিন্ধি কোনো খেলুৱৈয়ে ভাগ ল’ব নোৱাৰিব পেৰিছ অলিম্পিকত, ফ্ৰান্সৰ ধৰ্মনিৰপেক্ষতাত আঘাত হানিব নোৱাৰিব কোনো খেলুৱৈয়ে

editor by editor
July 25, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব
0
হিজাব পিন্ধি কোনো খেলুৱৈয়ে ভাগ ল’ব নোৱাৰিব পেৰিছ অলিম্পিকত, ফ্ৰান্সৰ ধৰ্মনিৰপেক্ষতাত আঘাত হানিব নোৱাৰিব কোনো খেলুৱৈয়ে
0
SHARES
824
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমানলৈকে পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আয়োজিত হোৱা নাই৷ এইবাৰ প্ৰথমবাৰৰ বাবে উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই আৰম্ভ হৈছে খেল৷ কিন্তু টুৰ্নামেণ্ট আৰম্ভণিৰ প্ৰথম দিনটোতেই পেৰিছ অলিম্পিকত দেখা গৈছে একাধিক বিতৰ্ক৷ প্ৰথমেই আৰ্জেণ্টিনা বনাম মৰক্কো মেচ বিতৰ্ক বিশ্বজুৰি আলোচনাৰ কেন্দ্ৰবিন্দু হৈ উঠিছিল৷ এইবাৰ আকৌ ফ্ৰান্সৰ এগৰাকী মহিলা এথলিটে হিজাব পৰিধান কৰাৰ বাবেই বৰ্ণবৈষম্যৰ বলি হৈছে৷ ফৰাছী মহিলা দৌৰবিদ ছুনকাম্বা ছিলাই অনা অভিযোগ অনুসৰি কাইলৈ অৰ্থাৎ শুকুৰবাৰে আয়োজিত হ’বলগীয়া অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত তেওঁক হিজাব পিন্ধি সেই অনুষ্ঠানত ভাগ ল’ব নোৱাৰিব বুলি নিৰ্দেশনা দিয়া হৈছে৷ অন্যহাতে ফৰাছী অলিম্পিক কমিটিৰ স্পষ্ট মত যে এই বিষয়টোক লৈ তেওঁলোকে তদন্ত কৰা আৰম্ভ কৰিছে৷

উল্লেখ্য যে ২৬ বছৰীয়া দৌৰবিদ ছুনকাম্বাই এইবাৰ অলিম্পিক টুৰ্নামেণ্টত ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব৷ তেওঁ ফ্ৰান্সৰ মহিলা আৰু মিক্সড দলৰ সদস্য৷ উদ্বোধনী অনুষ্ঠানত প্ৰৱেশাধিকাৰ নোপোৱাৰ অভিযোগ তুলি তেওঁ কয়, ‘অলিম্পিক টুৰ্ণামেণ্টৰ বাবে মোৰ নাম নিৰ্বাচিত হৈছে৷ এই প্ৰতিযোগিতা মোৰ নিজা দেশত অনুষ্ঠিত হৈছে অথচ নিজ দেশৰ খেলুৱৈৰ ওপৰতেই নিষেধাজ্ঞা৷ মোৰ ভুল এটাই মই হিজাব পিন্ধো৷ কেৱল হিজাব পৰিধান কৰাৰ বাবেই মোক উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাতো বাধা দিয়া হৈছে৷’

বুধবাৰে ফৰাছী অলিম্পিক কমিটিৰ চেয়াৰমেন ডেভিড লেপাৰ্টিয়েন্টে কয় যে, ফ্ৰান্সে সকলোসময়তে এথলিটসকলৰ ধৰ্মনিৰপেক্ষতাৰ ওপৰত জোৰ দি আহিছে৷ এই নিয়ম দেশৰ প্ৰতিটো ক্ষেত্ৰতেই সমানভাৱে তেওঁলোকে প্ৰযোজ্য কৰিবলৈ যত্ন কৰিছে৷ এই সিদ্ধান্তৰ কাৰণেই হিজাব পৰিধানৰ ওপৰত বিধি-নিষেধ আৰোপ কৰা হৈছে৷

সমাধানৰ চেষ্টা অব্যাহত

ডেভিড লেপাৰ্টিয়েন্টে লগতে কয় যে তেওঁলোকে এই অভিযোগৰ দ্ৰুত সমাধানৰ বাবে ইতিমধ্যে আলোচনা চলাইছে৷ ইয়াৰ সমাধান অচিৰেই উলিওৱা হ’ব৷ ফ্ৰান্সৰ ধৰ্মনিৰপেক্ষতাক আঘাত লগা কাম তেওঁলোকে কৰিব নোৱাৰে৷ ইয়াৰোপৰি এথলিটৰো যাতে ব্যক্তিগত সিদ্ধান্তক সমানভাৱে সন্মান দিয়া হয় সেই কথাক নজৰ দিহে সিদ্ধান্ত লোৱা হ’ব৷ এই বিতৰ্কিত বিষয়টোক লৈ সামাজিক মাধ্যমতো পোষ্ট কৰিছে পেৰিছ অলিম্পিক আয়োজক সংস্থাই৷ এই পোষ্টত অলিম্পিক টুৰ্নামেণ্টত অংশগ্ৰহণকাৰী একাধিক এথলিটে সমৰ্থন জনাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক
জীৱনশৈলী

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

August 5, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

August 5, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

August 5, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

August 5, 2026
Next Post
অলিম্পিকত ভাৰতৰ দ্বিতীয়টো সাফল্য, মহিলাৰ পাছতেই পুৰুষ আৰ্চাৰী দলৰো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অলিম্পিকত ভাৰতৰ দ্বিতীয়টো সাফল্য, মহিলাৰ পাছতেই পুৰুষ আৰ্চাৰী দলৰো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অস্ত যাব বুধ, ভাগ্য চমকি উঠিব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

অস্ত যাব বুধ, ভাগ্য চমকি উঠিব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.