• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অস্ত যাব বুধ, ভাগ্য চমকি উঠিব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

অস্ত যাব বুধ, ভাগ্য চমকি উঠিব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

2 years ago

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

3 seconds ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

33 minutes ago
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

1 hour ago
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

2 hours ago
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

3 hours ago
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

3 hours ago
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

4 hours ago
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

4 hours ago
৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

5 hours ago
সমগ্ৰ ২৬ চনতেই শনিৰ আশীৰ্বাদ থাকিব, পূৰণ হ’ব ২ ৰাশিৰ সকলো ইচ্ছা

সমগ্ৰ ২৬ চনতেই শনিৰ আশীৰ্বাদ থাকিব, পূৰণ হ’ব ২ ৰাশিৰ সকলো ইচ্ছা

22 hours ago
এপ্ৰিলত ভাগ্য ঘূৰিব, শনিৰ কৃপাত ৰজা হ’ব ৩ৰাশিৰ জাতক

এপ্ৰিলত ভাগ্য ঘূৰিব, শনিৰ কৃপাত ৰজা হ’ব ৩ৰাশিৰ জাতক

23 hours ago
কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, January 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অস্ত যাব বুধ, ভাগ্য চমকি উঠিব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

অস্ত যাব বুধ, ভাগ্য চমকি উঠিব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

editor by editor
July 26, 2024
in জীৱনশৈলী
0
অস্ত যাব বুধ, ভাগ্য চমকি উঠিব এই ৩ৰাশিৰ জাতক-জাতিকাৰ
0
SHARES
18.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত বুধক গ্ৰহৰ যুৱৰাজ আখ্যা দিয়া হয়৷ বুধৰ গতি পৰিবৰ্তন, বিভিন্ন দশাই সমস্ত ৰাশিৰ জাতকক প্ৰভাৱিত কৰি থাকে৷ ৰাশি আৰু নক্ষত্ৰ পৰিবৰ্তনকালত বুধে বিভিন্ন সময়ক অস্ত আৰু উদয় দশাতো বিচৰণ কৰে৷ জ্যোতিষ অনুসৰি কোনো গ্ৰহই সূৰ্যৰ খুব কাষলৈ আহি অস্ত যাব৷ আগন্তুক ৪ আগষ্টত সিংহ ৰাশিত অৱস্থানকালত অস্ত যাব বুধ৷ ২৪ দিন অস্ত অৱস্থাত বিচৰণত কৰিব এই গ্ৰহই৷ অস্ত অৱস্থাতেই ৫ আগষ্টত বক্ৰী আৰু ২২ আগষ্টত ৰাশি পৰিবৰ্তন কৰে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব এই গ্ৰহই৷ অৱশেষত ২৭ আগষ্টত বক্ৰী অৱস্থাতেই কৰ্কট ৰাশিত উদিত হ’ব বুধ৷ ৪ আগষ্টত অস্ত যোৱাৰ পাছত বেছ কিছু ৰাশিৰ ওপৰত শুভ দৃষ্টি দিব এই গ্ৰহ৷ বুধৰ অস্তদশাত কোন কোন ৰাশিৰ লাভ হ’ব জানি থওক সবিশেষ৷

কৰ্কট ৰাশি

জ্যোতিষ গণনা অনুসৰি অস্ত বুধে কৰ্কট ৰাশিৰ জাতকলৈ শুভ পৰিণাম আনিব৷ বহু বছৰ ধৰি ৰৈ থকা কাম এইবাৰ সম্পন্ন হ’ব৷ ধন লাভৰ প্ৰৱল যোগ তৈয়াৰ হৈছে৷ সুখ শান্তিৰ পৰিবেশ থাকিব৷ চাকৰিয়াল জাতকৰ বাবে এই সময় ভাল৷ কাৰণ বুধৰ শুভ প্ৰভাৱত কৰ্কট ৰাশিৰ জাতকৰ পদোন্নতিৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

সিংহ ৰাশিত বুধে অস্ত হোৱাত এই ৰাশিৰ জাতক লাভাম্বিত হ’ব৷ এই ৰাশিৰ জাতকৰ আৰ্থিক সমস্যা ধীৰ গতিত সমাপ্ত হ’ব৷ সহকৰ্মীসকলে সহযোগিতাৰ সমস্ত কাম সাফল্যৰ সৈতে সম্পন্ন কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে৷ এই সময়ত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক সিংহ ৰাশিৰ জাতকে৷

ধনু ৰাশি

সূৰ্যৰ ৰাশিত বুধ অস্ত হোৱাৰ পাছতেই লাভ অৰ্জন কৰিব পাৰিব ধনু ৰাশিৰ জাতকে৷ এই ৰাশিৰ চাকৰিয়াল জাতকৰ দৰমহা বৃদ্ধি হ’ব৷ পাৰিবাৰিক সুখ শান্তি বৰ্তি থাকিব৷ কোনো প্ৰতিযোগিতাৰ প্ৰস্তুতি লৈ থকাসকলে এইবাৰ শুভ সংবাদ পাব৷ বহুদিন ধৰি সমস্যাৰে জৰ্জৰিত থাকিলে এইবাৰ কোনো বন্ধুৰ সহায়ত মুক্তি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনশৈলী

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

January 28, 2026
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য
জীৱনশৈলী

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

January 28, 2026
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?
জীৱনশৈলী

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

January 28, 2026
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ
জীৱনশৈলী

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

January 28, 2026
Next Post
অলিম্পিকত উদ্বোধনী অনুষ্ঠান, অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰ পানীত হ’ব উদ্বোধনী অনুষ্ঠান

অলিম্পিকত উদ্বোধনী অনুষ্ঠান, অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰ পানীত হ’ব উদ্বোধনী অনুষ্ঠান

হাতৰ পতাত মঙ্গল ৰেখা আছে? বিলাসবহুল জীৱন, সৌভাগ্যক পকেটত লৈ ফুৰাটো খাটাং

হাতৰ পতাত মঙ্গল ৰেখা আছে? বিলাসবহুল জীৱন, সৌভাগ্যক পকেটত লৈ ফুৰাটো খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.