• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বছৰৰ শেষত বৃশ্চিকে গোচৰ কৰিব বুধত! ২৪ৰ আৰম্ভনিতেই টকাৰ পাহাৰ গঢ়িব ৫ ৰাশিৰ জাতকে

এই বছৰৰ শেষত বৃশ্চিকে গোচৰ কৰিব বুধত! ২৪ৰ আৰম্ভনিতেই টকাৰ পাহাৰ গঢ়িব ৫ ৰাশিৰ জাতকে

3 years ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

5 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

5 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

5 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

6 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

6 hours ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

6 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

8 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

9 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

9 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

11 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

11 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই বছৰৰ শেষত বৃশ্চিকে গোচৰ কৰিব বুধত! ২৪ৰ আৰম্ভনিতেই টকাৰ পাহাৰ গঢ়িব ৫ ৰাশিৰ জাতকে

editor by editor
December 29, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
এই বছৰৰ শেষত বৃশ্চিকে গোচৰ কৰিব বুধত! ২৪ৰ আৰম্ভনিতেই টকাৰ পাহাৰ গঢ়িব ৫ ৰাশিৰ জাতকে
0
SHARES
13.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নতুন বছৰ ২০২৪চন আৰম্ভ হোৱাৰ ঠিক তিনিদিন পাছতেই বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব বুধে। সূৰ্যৰ নিকটতম গ্ৰহ বুধে ২৮ ডিচেম্বৰ ২০২৩ৰ বৃহস্পতিবাৰে বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। এটা এটা ৰাশিত বুধে ২৭ দিনকৈ অৱস্থান কৰে। অৰ্থাৎ প্ৰায় জানুৱাৰী মাহটোৱেই বুধে বৃশ্চিক ৰাশিত অৱস্থান কৰিব। সৌৰজগতৰ যুৱৰাজ হিচাপে পৰিচিত এই গ্ৰহ বুদ্ধি, ব্যৱসায়, চাকৰি আৰু যোগাযোগৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। বুধে নতুন ৰাশিত প্ৰৱেশ কৰাৰ ফলত বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত সকলো ক্ষেত্ৰতেই বৃহৎ পৰিবৰ্তন আহিব। বৃশ্চিক ৰাশি বুধৰ মিলন হ’ব সম্পদৰ কাৰক গ্ৰহ শুক্ৰৰ সৈতেও। ইয়াৰ প্ৰভাৱত জানুৱাৰী মাহত আৰ্থিক আৰু কেৰিয়াৰৰ দিশত বিশেষভাৱে লাভাম্বিত হ’ব ৫ৰাশিৰ জাতক। চাই লওক কোন কোন ৰাশিৰ জাতক আছে তালিকাত?

বৃষ ৰাশি
বুধৰ অৱস্থান পৰিবৰ্তনৰ ফলত বছৰৰ প্রথম মাহতেই ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ। বিশেষকৈ কেৰিয়াৰত উন্নতি কৰাৰ বিশেষ সুযোগ পাব আপুনি। জানুৱাৰী মাহত উপাৰ্জন বাঢ়িব পাৰে বৃষ ৰাশিৰ জাতকৰ। ইয়াৰোপৰি আপোনাৰ যোগাযোগ ক্ষমতা উন্নত হোৱাত বহু কাম সম্পন্ন হ’ব। এই সময়ত বুদ্ধি বাঢ়িব আৰু সকলো কামতেই মনোযোগ দিয়াৰ ক্ষমতাও বৃদ্ধি পাব পাৰে।

কৰ্কট ৰাশি
২০২৪ চনত প্ৰথম মাহতেই এনাৰ্জী আৰু আত্মবিশ্বাস তুংগত থাকিব কৰ্কট ৰাশিৰ জাতকৰ। এই সময়ত আপোনাৰ বুদ্ধি আৰু স্মৰণশক্তি বাঢ়িব। নিজৰ লক্ষ্য অৰ্জন কৰাৰ বাবে বেছি পৰিশ্ৰম কৰিব কৰ্কট ৰাশিৰ জাতকে। কোনো কামত পিছুৱাই নাথাকিব। অংশীদাৰিত্বৰ ব্যৱসায় কৰিলেও ভাল লাভ আহিব আপোনাৰ।

সিংহ ৰাশি
বৃশ্চিক ৰাশিত বুধৰ গোচৰৰ ফলত কেৰিয়াৰত উন্নতি কৰাৰ যোগ আছে সিংহ ৰাশিৰ জাতকৰ। নতুন কিছু শিকাৰ আগ্ৰহ আৰু চেষ্টা থাকিব। এই সময়ত আপোনাৰ কথাই বহুতকেই অনুপ্ৰাণিত কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ অনুকূল পৰিস্থিতি। ষ্টক মাৰ্কেটত টকা লগালে ভাল লাভ আহিব। নিজৰ সকলো কাম সম্পূৰ্ণ কৰাৰ বাবে প্ৰচুৰ পৰিশ্ৰম কৰিব সিংহ ৰাশিৰ জাতকে।

কন্যা ৰাশি
বুধৰ ৰাশি পৰিবৰ্তনে লাভাম্বিত কৰিব কন্যা ৰাশিৰ জাতকক। এই সময়ত আপোনাৰ ব্যক্তিত্ব আকৰ্ষণীয় হৈ উঠিব। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ বাবেও জানুৱাৰী মাহ লাভজনক। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকাসকলে সুখবৰ পাব পাৰে। আৰ্থিক পৰিস্থিতি এই সময়ত উন্নত থাকিব আপোনাৰ। আপোনাৰ চিন্তাক অন্যান্য লোকে প্রশংসা কৰিব।

তুলা ৰাশি
বৃশ্চিক ৰাশিত গোচৰ কৰিব বুধে। ইয়াৰ ফলত ২০২৪চনৰ প্রথম মাহত ভাগ্য খুলিব তুলা ৰাশিৰ জাতকৰ। পেছাগত জীৱনত উন্নতি কৰিব। নিজৰ কৰ্মদক্ষতা বঢ়াই কাৰ্যালয়ত সন্মানৰ পাত্ৰ হ’ব। জানুৱাৰী মাহ ব্যৱসায়ীসকলৰ বাবেও শুভ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of AssamDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamese
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
বাণিজ্য

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

October 4, 2026
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা
জীৱনশৈলী

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

October 4, 2026
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

October 4, 2026
Next Post
২৪ দিনৰ ফ্ৰি ভেলিডিটি! হেপ্পী নিউ ইয়েৰ প্লেনেৰে জিঅ’ই দিছে বিশেষ চমক, জানি লওক, কি আছে এই প্লেনত?

২৪ দিনৰ ফ্ৰি ভেলিডিটি! হেপ্পী নিউ ইয়েৰ প্লেনেৰে জিঅ’ই দিছে বিশেষ চমক, জানি লওক, কি আছে এই প্লেনত?

গাজাত যুদ্ধতকৈয়ো পেটৰ ভোকক লৈহে শংকিত জনতা! গাজাৰ ৪০ শতাংশ মানুহৰ ওপৰত দুৰ্ভিক্ষৰ ছায়া

গাজাত যুদ্ধতকৈয়ো পেটৰ ভোকক লৈহে শংকিত জনতা! গাজাৰ ৪০ শতাংশ মানুহৰ ওপৰত দুৰ্ভিক্ষৰ ছায়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.