অসম লাইভ ২৪: অসম মাইক্ৰ’ ফাইনেন্সৰ ঋণ মাফ কৰিব বুলি একাংশ ৰাজনীতিক আৰু ৰাজনৈতিক দলে নির্বাচনৰ সময়ত ৰাইজক আশ্বাস দিয়া পৰিলক্ষিত হয়। এই আশ্বাসত ভোল গৈ একাংশ গ্ৰাহকে ঋণৰ কিস্তি আদায় দিয়া বন্ধ কৰে। কিন্তু প্ৰকৃততে ঋণ মাফ হ’বনে? নে কিস্তি আদায় নিদি গ্ৰাহকে নিজৰ বিপদহে চপাব। চাওক এই প্ৰতিবেদন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ