• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনাৰ প্ৰকোপ বৃদ্ধি; দেশৰ বিভিন্ন স্থানত MINI LOCKDOWN ঘোষণা

ক’ৰোনাৰ প্ৰকোপ বৃদ্ধি; দেশৰ বিভিন্ন স্থানত MINI LOCKDOWN ঘোষণা

5 years ago
নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

6 hours ago
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

6 hours ago
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

7 hours ago
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

7 hours ago
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

7 hours ago
গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

8 hours ago
এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

9 hours ago
৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

9 hours ago
কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

9 hours ago
৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

10 hours ago
বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

11 hours ago
আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

ক’ৰোনাৰ প্ৰকোপ বৃদ্ধি; দেশৰ বিভিন্ন স্থানত MINI LOCKDOWN ঘোষণা

২৪ ঘণ্টাত ভাৰতত ১.১৫ লাখ লোক নতুনকৈ আক্ৰান্ত

editor by editor
April 7, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
ক’ৰোনাৰ প্ৰকোপ বৃদ্ধি; দেশৰ বিভিন্ন স্থানত MINI LOCKDOWN ঘোষণা
0
SHARES
23.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহ হাৰত বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। মঙলবাৰে ৰাজ্যৰ বিভিন্ন স্থানত ক’ৰোনাত আক্ৰান্ত হৈছে ৯২ গৰাকী লোক। পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে ক’ৰোনাৰ দ্বিতীয় জোৱাৰে। বৰ্তমানলৈকে ৰাজ্যৰ ৬৩৬ গৰাকী নতুন ক’ৰোনা আক্ৰান্ত চিকিৎসাধীন। আনহাতে, ২৪ ঘণ্টাত ভাৰতত ১.১৫ লাখ লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে। দেশৰ ৬ ৰাজ্যত সান্ধ্য আইন জাৰি কৰিছে প্ৰশাসনে। সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰ, ছত্তীশগড়, কৰ্ণাটক, দিল্লী আৰু উত্তৰ প্ৰদেশত। দেশৰ বিভিন্ন স্থানত মিনি লকডাউন ঘোষণা কৰিছে প্ৰশাসনে। পুনে আৰু মুম্বাইত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ এসপ্তাহৰ সান্ধ্য আইন ঘোষণা। ৰাজধানী দিল্লী, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, চণ্ডীগড়, হাৰিয়ানা, বিহাৰ, উত্তৰাখণ্ড, তেলেংগনা, ৰাজস্থান, গুজৰাট, গোৱা, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, কৰ্ণাটক, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ঝাৰখণ্ডত মিনি লকডাউন আৰু সান্ধ্য আইন ঘোষণা। ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে নিটি আয়োগ। ভেকচিনেচন অভিযান চলি থকাৰ মাজতে দেশত ক’ৰোনাত আক্ৰান্ত হৈছে লাখ লাখ লোক। কোভিড প্ৰট’কল সন্দৰ্ভতো ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰধানমন্ত্ৰীয়ে। ক’ৰোনাৰ ভয়াৱহ পৰিস্থিতিক লৈ স্বাস্থ্য সচিব, কেন্দ্ৰীয় সচিব আৰু জ্যেষ্ঠ চিকিৎসকৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ উচ্চস্তৰীয় বৈঠকৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতেও আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰীগৰাকী। শিক্ষানুষ্ঠান, সামাজিক অনুষ্ঠানৰ লগতে ধৰ্মীয় অনুষ্ঠানসমূহতো কোভিড প্ৰট’কল মানি চলাৰ নিৰ্দেশ প্ৰদান কৰিছে মিনি লকডাউন ঘোষিত স্থানসমূহত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19mini lockdown
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি
জীৱনশৈলী

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

April 7, 2026
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?
খাদ্য

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

April 7, 2026
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?
খাদ্য

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

April 7, 2026
গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই
জীৱনশৈলী

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

April 7, 2026
Next Post
কোভিড ভেকচিন ল’লেহে হজ যাত্ৰাৰ অনুমতি; ছৌডি আৰৱ প্ৰশাসনৰ নিৰ্দেশনা

কোভিড ভেকচিন ল’লেহে হজ যাত্ৰাৰ অনুমতি; ছৌডি আৰৱ প্ৰশাসনৰ নিৰ্দেশনা

কোভিড প’জিটিভ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

কোভিড প’জিটিভ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.