• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০১৪ নহয় ২০২৪ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি সময়সীমা! ২০২৪ চনৰ ভিতৰত পাকিস্তান, বাংলাদেশৰ পৰা সংখ্যালঘুসকলক দেশত থকাৰ অনুমতি দিয়া হ’ব, CAA সংশোধনী প্ৰকাশ কৰি কি কৈছে কেন্দ্ৰই?

২০১৪ নহয় ২০২৪ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি সময়সীমা! ২০২৪ চনৰ ভিতৰত পাকিস্তান, বাংলাদেশৰ পৰা সংখ্যালঘুসকলক দেশত থকাৰ অনুমতি দিয়া হ’ব, CAA সংশোধনী প্ৰকাশ কৰি কি কৈছে কেন্দ্ৰই?

7 months ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

32 minutes ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

1 hour ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

2 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

3 hours ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

4 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

4 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

5 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

15 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

15 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

16 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

16 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০১৪ নহয় ২০২৪ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি সময়সীমা! ২০২৪ চনৰ ভিতৰত পাকিস্তান, বাংলাদেশৰ পৰা সংখ্যালঘুসকলক দেশত থকাৰ অনুমতি দিয়া হ’ব, CAA সংশোধনী প্ৰকাশ কৰি কি কৈছে কেন্দ্ৰই?

২০১৪ নহয় ২০২৪ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি সময়সীমা! ২০২৪ চনৰ ভিতৰত পাকিস্তান, বাংলাদেশৰ পৰা সংখ্যালঘুসকলক দেশত থকাৰ অনুমতি দিয়া হ’ব, CAA সংশোধনী প্ৰকাশ কৰি কি কৈছে কেন্দ্ৰই?

editor by editor
September 3, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
২০১৪ নহয় ২০২৪ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি সময়সীমা! ২০২৪ চনৰ ভিতৰত পাকিস্তান, বাংলাদেশৰ পৰা সংখ্যালঘুসকলক দেশত থকাৰ অনুমতি দিয়া হ’ব, CAA সংশোধনী প্ৰকাশ কৰি কি কৈছে কেন্দ্ৰই?
0
SHARES
194
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাগৰিকত্ব সংশোধনী আইন CAAত নাগৰিকত্বৰ বাবে আবেদনৰ সময়সীমা আৰু ১০বছৰলৈ বঢ়াই দিলে কেন্দ্ৰই৷ পূৰ্বে এই সময়সীমা আছিল ২০১৪ চনৰ ৩১ ডিচেম্বৰ৷ বৰ্তমান সেই সময়সীমা বঢ়াই কৰা হৈছে ২০২৪ চনৰ ৩১ ডিচেম্বৰ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা সোমবাৰে নিশা এক বিবৃতি জাৰি কৰি জনোৱা হৈছে যে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যসকলে অৰ্থাৎ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চি আৰু খ্ৰিষ্টিয়ান৷ যিসকলে ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ধৰ্মীয় নিপীড়নক পৰা বাচিবলৈ ভাৰতলৈ আহিছিল৷ তেওঁলোকক পাছপৰ্ট বা অন্যান্য ভ্ৰমণ নথি আবিহনেই ভাৰতত থাকিবলৈ দিয়া হব৷ তেওঁলোকে ভাৰতত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব৷ বিগত বছৰ কাৰ্যকৰী হোৱা নাগৰিকত্ব সংশোধন আইনত কোৱা হৈছিল নিৰ্যাতিত সংখ্যালঘূসকলে ৩১ ডিচেম্বৰ ২০১৪বা তাৰ পূৰ্বে ভাৰতলৈ আহিছিল তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিয়া হব৷ সেই সময়সীমা আৰু বৃদ্ধি কৰা হৈছে৷

গৃহমন্ত্ৰণালয়ৰ বিবৃত্তি অনুসৰি, আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত কোনো ব্যক্তি যেনে হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্ছি আৰু খ্ৰিষ্টিয়ান যিসকলে ধৰ্মীয় নিপীড়ন বা ধৰ্মীয় নিপীড়নৰ ভয়ত ভাৰতত আশ্ৰয় লবলৈ বাধ্য হৈছিল আৰু ৩১ ডিচেম্বৰ ২০২৪ তাৰিখ বা তাৰ পূৰ্বে পাছপৰ্ট বা অন্যান্য ভ্ৰমণ নথিসহ বৈধ নথি অবিহনেই দেশত প্ৰৱেশ কৰিছিল অথৱা পাছপৰ্ট বা অন্যান্য ভ্ৰমণ নথিসহ বৈধ নথিসহ আৰু জাতীয় নথিৰ বৈধতা শেষ হৈ গৈছে তেওঁলোকে বৈধ পাছপৰ্ট আৰু ভিছা থকাৰ নিয়মৰ পৰা অব্যাহতি পাব৷

সদ্য বাস্তবায়িত ইমিগ্ৰেছন এণ্ড ফৰেনাৰ্ছ এক্ট, ২০২৫ ইয়াৰ অধীনত জাৰি কৰা এই গুৰুত্বপূৰ্ণ আদেশত বিপুল সংখ্যক মানুহৰ বাবে, বিশেষকৈ পাকিস্তানৰ পৰা অহা হিন্দুসকলৰ বাবে যিসকলে ২০১৪ চনৰ পাছত ভাৰতত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকৰ ভাগ্যক লৈ চিন্তিত আছিল তেওঁলোকে স্বস্তি পাব৷ নাগৰিকত্ব আইন ২০১৯ চনৰ ডিচেম্বৰত সংসদত পাছ হয়৷ ভাৰতৰ তৎকালীন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিলত স্বাক্ষৰ কৰে আৰু এয়া বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত ধৰ্মীয় নিপীড়নৰ চিকাৰ অমুছলমান অভিবাসীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ লক্ষ্যৰে ই আইনত পৰিণত হয়৷

কিন্তু CAAত হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্ছি আৰু খ্ৰিষ্টিয়ান শৰনাৰ্থীসকলক নাগৰিকত্ব দিয়াৰ কথা কোৱা হলেও তাত মুছলমান সম্প্ৰদায়ভুক্তসকলৰ কথা উল্লেখ কৰা হোৱা নাই৷ সেই আইনত এইবাৰ কোৱা হৈছে যে কেৱলমাত্ৰ যিয়ে নাগৰিকত্বৰ আবেদন জনোৱাৰ পূৰ্বে অন্তত এবছৰ আৰু তাৰপূৰ্বে ১৪ বছৰৰ ভিতৰত অন্তত পাঁচ বছৰত ভাৰতলৈ আহিছিল তেওঁলোক নাগৰিকত্ব লাভৰ যোগ্য৷ অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰামৰ বাসিন্দাসকলৰ ক্ষেত্ৰত সেই আইনত কিছু ৰেহাই দিয়া হয়৷

কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞাপ্তি অনুসৰি কেন্দ্ৰৰ নাগৰিকত্ব আইন আৰু কাঢ়া কৰা হৈছে৷ গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা এই বিজ্ঞাপ্তিত সকলো ৰাজ্যকেই ডিটেনছন কেম্প তৈয়াৰৰ নিৰ্দেশ দিয়া হৈছে৷ তাতেই ভাৰতৰ অনুপ্ৰৱেশকাৰীসকলক ৰখাই দিয়াৰ পৰামৰ্শ দিয়া হৈছে৷ মন্ত্ৰণালয়ে জনাইছে যে কোনো সন্দেহভাজনক ডিটেনছন চেণ্টাৰত পঠিয়াব পাৰিব ফৰেনাৰ্ছ ট্ৰাইবুনেলে৷ যদি সেই সন্দেহভাজন বিদেশীয়ে দাবী কৰে যে তেওঁ বিদেশী নহয়৷ তেতিয়া তেওঁ বিদেশী হয়নে নহয় সেই সন্দৰ্ভত নথি পৰীক্ষা কৰিহে সিদ্ধান্ত লোৱা হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!
বাণিজ্য

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!
জীৱনশৈলী

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

March 31, 2026
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!
জীৱনশৈলী

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

March 31, 2026
Next Post
৭ৰ পৰা ২১ ছেপ্টেম্বৰৰ ভিতৰত আৰু ভয়ংকৰ হৈ উঠিব প্ৰকৃতি! ৰাহু-কেতু-শনিৰ ত্ৰিফলাক লৈ সতৰ্কবাণী জ্যোতিষীৰ, কি কৈছে জ্যোতিষীয়ে?

৭ৰ পৰা ২১ ছেপ্টেম্বৰৰ ভিতৰত আৰু ভয়ংকৰ হৈ উঠিব প্ৰকৃতি! ৰাহু-কেতু-শনিৰ ত্ৰিফলাক লৈ সতৰ্কবাণী জ্যোতিষীৰ, কি কৈছে জ্যোতিষীয়ে?

সামান্য পৰিশ্ৰমতেই অত্যধিক ঘাম ওলায়? গৰম নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি হ’লেই দেখা দিয়ে এই বিপদসংকেতে

সামান্য পৰিশ্ৰমতেই অত্যধিক ঘাম ওলায়? গৰম নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি হ’লেই দেখা দিয়ে এই বিপদসংকেতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.