• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত মাতৃৰ গৰ্ভৰ পৰা জন্ম হ’ল সুস্থ-সবল সন্তান, মৃত মাতৃয়ে কেনেকৈ জন্ম দিলে সন্তান, সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

মৃত মাতৃৰ গৰ্ভৰ পৰা জন্ম হ’ল সুস্থ-সবল সন্তান, মৃত মাতৃয়ে কেনেকৈ জন্ম দিলে সন্তান, সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

4 years ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

4 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

4 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

5 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

5 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

6 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

6 hours ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

7 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

8 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

8 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

9 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

10 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মৃত মাতৃৰ গৰ্ভৰ পৰা জন্ম হ’ল সুস্থ-সবল সন্তান, মৃত মাতৃয়ে কেনেকৈ জন্ম দিলে সন্তান, সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

editor by editor
October 15, 2022
in জীৱনশৈলী, বিবিধ, ভাৰত, স্বাস্থ্য
0
মৃত মাতৃৰ গৰ্ভৰ পৰা জন্ম হ’ল সুস্থ-সবল সন্তান, মৃত মাতৃয়ে কেনেকৈ জন্ম দিলে সন্তান, সবিশেষ পঢ়িবলৈ ক্লিক কৰক…
0
SHARES
28.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মৃত মাতৃৰ গৰ্ভৰ পৰা জন্ম হ’ল এটি সুস্থ-সৱল সন্তানৰ। এই অসাধ্য সাধন কৰি দেখুওৱালে কোচ বিহাৰৰ MJN মেডিকেল কলেজৰ চিকিৎসকে। কন্যাক হেৰুৱাই শোকত ভাঙি পৰা পৰিয়ালটোৰ হাতত কন্যাৰ সন্তান তুলি দিলে চিকিৎসক দলটোৱে। মৃত মাতৃৰ গৰ্ভত কেনেকৈ জীৱিত হৈ আছিল সন্তানটো?

ঘটনাটো কোচ বিহাৰৰ। চিকিৎসকে প্ৰকাশ কৰা অনুসৰি তুফানগঞ্জৰ বলৰামপুৰৰ এগৰাকী গৰ্ভৱতী মহিলাক শুকুৰবাৰে পুৱা ৯বাজি ৩০ মিনিটত MJN চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা মহিলাগৰাকীৰ হাস্পতালত ভৰ্তি কৰোৱাৰ পিছতেই লাহে লাহে স্বাস্থ্যৰ অৱনতি ঘটে। মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত তাৎক্ষণিকভাৱে চিকিৎসকে চিজাৰীয়ানৰ সিদ্ধান্ত লয়। অপাৰেছনৰ পূৰ্বে কৰা যাৱতীয় টেষ্ট সমূহ কৰি থাকোতেও ১০ বাজি ৮ মিনিটত মহিলাগৰাকীৰ মৃত্যু ঘটে।

চিকিৎসকে মাতৃৰ মৃত্যু ঘটাত গৰ্ভস্থ সন্তানটোৰ হৃদক্ৰিয়া চলি আছেনে সেয়া পৰীক্ষা কৰি অবাক হয়। কিয়নো সন্তানটো জীৱিত অৱস্থাতেই আছে। মাত্ৰ ২ মিনিটৰ ভিতৰতেই শিশুটিক মাতৃ গৰ্ভৰ পৰা ওলিয়াই আনে চিকিৎসকে। কিছু দেৰী হ’লেই সন্তানটোৰো অক্সিজেনৰ অভাৱত মৃত্যু ঘটিব পাৰে। সেয়ে তাৎক্ষণিকভাৱে অপাৰেছনৰ জৰিয়তে শিশুটিৰ জীৱন ৰক্ষা কৰে চিকিৎসক দলটোৱে। পুৱা ১০.১০ মিনিটত জন্ম হোৱা শিশুটি লৰা সন্তান বুলি প্ৰকাশ কৰিছে চিকিৎসক দলটোৱে। লগতে মাতৃৰ মৃত্যুৰ পিছত জন্মপালেও শিশুটি সম্পূৰ্ণ সুস্থ বুলি জনাইছে চিকিৎসকৰ দলটোৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ
বিশ্ব

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

August 8, 2026
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’
বিশ্ব

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

August 8, 2026
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 8, 2026
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’
বিনোদন

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

August 8, 2026
Next Post
‘মন গ’লে বিকিনি পিন্ধক, কোনে বাধা দিছে? মুছলমান মহিলাক হিজাব খুলিবলৈ কিয় ক’ব?’ হিজাব বিতৰ্কক লৈ কি কয় AIMIM-ৰ নেতা আছাউদ্দিন ওৱেছিয়ে…

'মন গ’লে বিকিনি পিন্ধক, কোনে বাধা দিছে? মুছলমান মহিলাক হিজাব খুলিবলৈ কিয় ক’ব?’ হিজাব বিতৰ্কক লৈ কি কয় AIMIM-ৰ নেতা আছাউদ্দিন ওৱেছিয়ে...

১৩ বছৰ বয়সত এডাল্ট ছবিৰে যাত্ৰা আৰম্ভ কৰা উৰ্ফীৰ ২৫ বছৰীয়া ওপজা দিন, ওপজা দিনত ধুসৰ অতীত সোঁৱৰি কি ক’লে উৰ্ফীয়ে?

১৩ বছৰ বয়সত এডাল্ট ছবিৰে যাত্ৰা আৰম্ভ কৰা উৰ্ফীৰ ২৫ বছৰীয়া ওপজা দিন, ওপজা দিনত ধুসৰ অতীত সোঁৱৰি কি ক’লে উৰ্ফীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.