• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতি তীব্ৰ গতিত আহি আছে ম’কা; ই ক’ত আঘাত কৰিব?

অতি তীব্ৰ গতিত আহি আছে ম’কা; ই ক’ত আঘাত কৰিব?

3 years ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

46 seconds ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

17 minutes ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

33 minutes ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

1 hour ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

2 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

3 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

4 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

5 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

7 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

অতি তীব্ৰ গতিত আহি আছে ম’কা; ই ক’ত আঘাত কৰিব?

editor by editor
May 12, 2023
in উত্তৰ-পূব, ভাৰত
0
অতি তীব্ৰ গতিত আহি আছে ম’কা; ই ক’ত আঘাত কৰিব?
0
SHARES
7.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বতৰ বিজ্ঞান বিভাগৰ মতে, ম’কাই অতি তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ পিছত উত্তৰ-পূবৰ দিশে আগবাঢ়িছে। বতৰ বিজ্ঞানীসকলে আশা কৰিছে যে শনিবাৰে ধুমুহাৰ গতি শীৰ্ষত উপনীত হ’ব।

শুক্ৰবাৰে পুৱতি নিশা ম’কা তীব্ৰৰ পৰা অতি তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হৈছে। ম’কা ঘূৰ্ণীবতাহ বৃহস্পতিবাৰে নিশা ভয়াৱহ ঘূৰ্ণীবতাহত পৰিণত হৈছিল। ই অধিক শক্তিশালী হৈ উঠিছে আৰু শুক্ৰবাৰে পুৱতি নিশা এক অতি তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হৈছে। এই প্ৰতিবেদন প্ৰকাশৰ সময়ত, অতি তীব্ৰ ঘূৰ্ণীবতাহ দক্ষিণ-পূব বংগোপসাগৰৰ মাজভাগত অৱস্থিত হৈছে। ম’কা বৰ্তমান পোৰ্ট ব্লেয়াৰ বন্দৰৰ পৰা ৫২০ কিলোমিটাৰ উত্তৰ-পশ্চিমত আৰু বাংলাদেশৰ কক্সবজাৰৰ পৰা ১,০১০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত অৱস্থিত। ম’কা ম্যানমাৰৰ চিটৱেৰ পৰা ৯৩০ কি.মি. দক্ষিণ-পশ্চিমত অৱস্থিত হৈ আছে।

বতৰ বিজ্ঞান বিভাগৰ মতে, ম’কাই অতি তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ পিছত উত্তৰ-পূবৰ দিশে আগবাঢ়িছে। বতৰ বিজ্ঞানীসকলে আশা কৰিছে যে শনিবাৰে ধুমুহাৰ গতি শীৰ্ষত উপনীত হ’ব। অৱশ্যে, দেওবাৰে ৰাতিপুৱাৰ পৰা ঘূৰ্ণীবতাহৰ তীব্ৰতা হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।

বতৰ কাৰ্যালয়ৰ মতে, দেওবাৰে আবেলিৰ ভিতৰত ম’কা সামান্য দুৰ্বল হৈ দক্ষিণ-পূব বাংলাদেশ আৰু ম্যানমাৰৰ উপকূলত বাংলাদেশৰ কক্সবজাৰ আৰু ম্যানমাৰৰ কাউকপুৰৰ মাজেৰে আঘাত কৰাৰ সম্ভাৱনা আছে। যদিও শক্তি সামান্য হ্ৰাস পাব ধুমুহা অতি তীব্ৰতাৰে অঞ্চলটোৰ মাজেৰে পাৰ হ’ব পাৰে। সেই সময়ত, ধুমুহাৰ গতি বেগ প্ৰতি ঘণ্টাত১৫০-১৬০ কিলোমিটাৰ হ’ব পাৰে। সৰ্বাধিক গতি বেগ প্ৰতি ঘণ্টাত ১৭৫ কিলোমিটাৰ হ’ব পাৰে।

বাংলাদেশ আৰু ম্যানমাৰ উপকূলৰ মাছমৰীয়াসকলক শুক্ৰবাৰৰ পৰা সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। ইতিমধ্যে উত্তৰ উপসাগৰত থকা মাছমৰীয়াসকলকো বৃহস্পতিবাৰে সন্ধিয়াৰ ভিতৰত উপকূললৈ উভতি যাবলৈ পৰামৰ্শ দিয়া হৈছে।

ঘূৰ্ণীবতাহৰ প্ৰভাৱত ইতিমধ্যে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে। বতৰ বিজ্ঞান কাৰ্যালয়ে শুক্ৰবাৰ, শনিবাৰ আৰু দেওবাৰে ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। শনিবাৰে আৰু দেওবাৰে ত্ৰিপুৰা আৰু মিজোৰামতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দেওবাৰে নাগালেণ্ড, মণিপুৰ আৰু দক্ষিণ অসমতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

অৱশ্যে, ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে বংগত বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই। আলিপুৰ বতৰ বিজ্ঞান বিভাগৰ মতে, অহা ৪৮ ঘণ্টাত ৰাজ্যখনৰ কিছুমান ঠাইত বিক্ষিপ্ত বৰষুণ হ’ব।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…
ভাৰত

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

September 28, 2026
Next Post
কোহলীয়ে শচীন তেণ্ডুলকাৰৰ বিষয়ে কি ক’লে?

কোহলীয়ে শচীন তেণ্ডুলকাৰৰ বিষয়ে কি ক'লে?

উচ্চতম ন্যায়ালয়ৰ পৰা ক্ষমতা লাভ কৰিয়েই আমোলাৰ বিৰুদ্ধে কঠোৰ কেজৰিৱাল! চৰকাৰী কামত বাধা দিলেই কঠোৰ হ’ব আপ চৰকাৰ

উচ্চতম ন্যায়ালয়ৰ পৰা ক্ষমতা লাভ কৰিয়েই আমোলাৰ বিৰুদ্ধে কঠোৰ কেজৰিৱাল! চৰকাৰী কামত বাধা দিলেই কঠোৰ হ’ব আপ চৰকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.