দিল্লীলৈ প্ৰাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৰাষ্ট্ৰীয় নেতৃত্বই দিল্লীলৈ তলব কৰিলে সোণোৱালক। আসন্ন মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। অসম এৰিবলৈ মান্তি হ’ল নেকি সোণোৱাল?