• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

5 months ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

5 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

5 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

5 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

6 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

6 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

8 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

9 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

9 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

10 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

10 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

editor by editor
May 4, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে
0
SHARES
45
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিল্কৰ পাঞ্জাৱী, লগত পৰিধান কৰিছে চিল্কৰ ধুঁতি৷ ডিঙিত উত্তৰীয়৷ দেখিয়েই সকলোৱে কৈছে বাঙালি বাবু৷ ২০২৬ৰ বিধানসভা নিৰ্বাচত পশ্চিমবংগত আশাতীত ফলাফলৰ পাছত সোমাবৰে সন্ধিয়া এই ৰূপেৰে নতুন দিল্লীৰ বিজেপি BJP সদৰ দপ্তৰত দেখা গৈছে প্ৰধানমন্ত্ৰী মোদীক৷ মোদীয়ে যেতিয়া বাঙালী সাজেৰে মঞ্চত উঠিছিল তেতিয়া দৰ্শকাসনৰ প্ৰথম শাৰীত বহি আছিল শমীক ভট্টাচাৰ্যসহ বংগৰ বিজেপি নেতৃত্ব৷ তেওঁলোকৰ সন্মুখতেই বিজেপি কাৰ্যকৰ্তাসকলক ভুয়সী প্ৰশংসা কৰিলে নৰেন্দ্ৰ মোদীয়ে৷

তেওঁ কয়, ‘দীৰ্ঘদিনৰ সাধনা যেতিয়া সিদ্ধ হয় তেতিয়া সুখ আহে৷ আজি দেশৰ সকলো বিজেপি সমৰ্থকৰ মুখত সেই সুখ দেখিছো৷ আমিও তেওঁলোকৰ সুখত চামিল হৈছো৷ আজিৰ দিনটো দেশৰ উজ্জ্বল ভৱিষ্যৎ ঘোষণাৰ দিন৷ ভৰসাৰ দিন৷ আমি পশ্চিমবংগ, অসম, পন্ডিচেৰী, তামিলনাডু আৰু কেৰালাৰ জনতাক প্ৰণাম জনাইছো৷ বিজেপিৰ কোটি কোটি কাৰ্যকৰ্তাক হৃদয়েৰে অভিনন্দন জনাইছো৷ আপোনালোকে নতুন ইতিহাস ৰচনা কৰিলে৷’

তেওঁৰ বক্তব্যত আহিছে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ কথাও৷ তেওঁ কয়, ‘শ্যামাপ্ৰাসাদ মুখাৰ্জীৰ আত্মাই আজি শান্তি পালে৷ ১৯৫১ চনত জনসংঘৰ প্ৰতিষ্ঠা কৰি দেশৰ যুৱকসকলক দেশপ্ৰেমৰ বাৰ্তা দিছিল৷ তেওঁ যি সমৃদ্ধ বাংলাৰ সপোন দেখিছিল সেয়া কেইবাদশকৰ পাছত পূৰণ হোৱাৰ অপেক্ষাত আছিল৷ আজি বাংলাৰ জনতাই আমাৰ কাৰ্যকৰ্তাসকলক সেই সুযোগ দিছে৷ আজি পশ্চিমবংগৰ ইতিহাসত এক নতুন অধ্যায় যুক্ত হ’ল৷’

সকলো বংগবাসীক আশ্বাস দি মোদীয়ে কয়, বাংলাৰ ভৱিষ্যতৰ বাবে সকলো বিজেপি কাৰ্যকৰ্তাই ৰাতিক দিন কৰি কাম কৰিব৷ মহিলাসকলৰ নিৰাপত্তা, যুৱকক কৰ্মসংস্থাপন, অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কাঢ়া ব্যৱস্থা লোৱা হব৷ প্ৰথম মন্ত্ৰিসভা বৈঠকতেই আয়ুষ্মাণ ভাৰত আৰম্ভ হব৷’

ৰবীন্দ্ৰনাথকো স্মৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে৷ ২৫ ব’হাগ অৰ্থাৎ আগন্তুক ৯ মে’ত পশ্চিমবংগত বিজেপি চৰকাৰে শপত গ্ৰহণ কৰিব৷ এই ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ তেওঁ জনাইছে যে ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব৷

ইয়াৰোপৰি এইবাৰৰ নিৰ্বাচনত বিগত নিৰ্বাচনৰ দৰে হিংসা নাই বুলিও কৈছে মোদীয়ে৷ তেওঁ কয়, এইবাৰৰ নিৰ্বাচনত বন্দুকৰ আৱাজ নহয়, জনতা জনাৰ্দনৰ আৱাজ শুনা গৈছে৷ বদলা নহয়, বদলিৰ কথা কোৱা হৈছে এইবাৰ৷ কোনে কাক ভোট দিছে, কোনে ভোট দিয়া নাই সেয়া বিচাৰ্য বিষয় নহয়৷ বংগত সকলোৰে বাবেই সমানভাৱে কাম কৰিব বিজেপিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
Next Post
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.