• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদী ফ্ৰান্সলৈ যোৱাৰ আঁৰত এইকেইটা উদ্দেশ্য, দেশবাসীয়ে অচিৰেই লাভ কৰিব ভাল খবৰ!

মোদী ফ্ৰান্সলৈ যোৱাৰ আঁৰত এইকেইটা উদ্দেশ্য, দেশবাসীয়ে অচিৰেই লাভ কৰিব ভাল খবৰ!

3 years ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

24 minutes ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

53 minutes ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

2 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

3 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

4 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

5 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

6 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

7 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

22 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

23 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মোদী ফ্ৰান্সলৈ যোৱাৰ আঁৰত এইকেইটা উদ্দেশ্য, দেশবাসীয়ে অচিৰেই লাভ কৰিব ভাল খবৰ!

editor by editor
July 14, 2023
in বিশ্ব, ভাৰত, ৰাজনীতি
0
মোদী ফ্ৰান্সলৈ যোৱাৰ আঁৰত এইকেইটা উদ্দেশ্য, দেশবাসীয়ে অচিৰেই লাভ কৰিব ভাল খবৰ!
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দুদিনীয়া ভ্ৰমণেৰে পেৰিছলৈ গৈছে প্ৰধানমন্ত্ৰী মোদী। ফ্ৰান্সৰ প্ৰেছিডেণ্ট ইমানুয়েল মেক্ৰণৰ আমন্ত্ৰণতেই বৃহস্পতিবাৰে ‘বাস্তিল দিৱস’ত অংশ ল’বলৈ পেৰিছত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। ফ্ৰান্সত উপস্থিত হৈয়েই মোদীয়ে কয়, ‘ভাৰত আৰু ফ্ৰান্সৰ পাৰস্পৰিক সম্পৰ্কৰ ২৫বছৰ সম্পূৰ্ণ হৈছে। এই সম্পৰ্কৰ খাতিৰতেই মোৰ এই ভ্ৰমণ।’

মোদী ফ্ৰান্সৰ ভ্ৰমণলৈ যোৱাক লৈ একাংশই কৈছে, এই যাত্ৰাত ভাৰতৰ বাবে মোদীয়ে ২৬খন ‘ৰাফেল এম বা মেৰিন ৰাফেল’ ক্ৰয়ৰ পৰিকল্পনা কৰিছে মোদীয়ে। ইয়াৰোপৰি এই যাত্ৰাতেই চূড়ান্ত হ’ব পাৰে ফ্ৰান্সৰ সৈতে যৌথ উদ্যোগত ‘স্কৰপেন’ ডুবাৰু জাহাজো তৈয়াৰৰ বুজাবুজিও হ’ব পাৰে। দেশৰ বায়ুসেনাক শক্তিশালী কৰাৰ বাবে ৫৯ হাজাৰ কোটি টকাৰ বিনিময়ত মেক্ৰণ চৰকাৰৰ পৰা ৩৬খন ৰাফেল ক্ৰয় কৰিছে। ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত এই চুক্তি স্বাক্ষৰ হৈছিল। দেশৰ প্ৰযুক্তিৰে তৈয়াৰ কৰা হৈছিল যুদ্ধবিমান তেজছ। ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছিল। কেইবাখনো যুদ্ধবিমান ইতিমধ্যেই ভাৰতীয় বায়ুসেনাৰ হাতত আছে। আগন্তুক কেইবাটাও বছৰৰ ভিতৰত যুদ্ধবিমানত নতুন প্ৰযুক্তি আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে মোদী শাসনাধীন চৰকাৰে।

তেজছৰ ওপৰিও কেইবাখনো যুদ্ধবিমান আছে ভাৰতৰ হাতত। কিন্তু আকৌ কিয় মেৰিল ৰাফেল কিনিবলৈ আগবাঢ়িছে ভাৰত? বিগত মাহতেই আমেৰিকালৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী। আমেৰিকাৰ সৈতেও মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ চুক্তি কৰিছে। আমেৰিকাৰ হাতত আছে বিশ্বৰ অন্যতম শক্তিশালী যুদ্ধবিমান ‘ছুপাৰ হৰ্নেট’।ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনোৱা অনুসৰি প্ৰাথমিকভাৱে মেৰিণ ৰাফেলৰ ওপৰিও আমেৰিকাৰ বিমান প্ৰস্তুতকাৰক সংস্থাৰ পৰা এফ-এ১৮ চুপাৰ হৰ্নেটো যুদ্ধবিমান ক্ৰয়ৰ ক্ষেত্ৰত বাছনি কৰা হৈছে। দুটা ইঞ্জিনৰ শক্তিশালী যুদ্ধবিমানক লৈ পৰীক্ষা-নিৰীক্ষাও আৰম্ভ কৰিছে।

গোৱাৰ নৌ সেনাৰ প্ৰশিক্ষণ কেন্দ্ৰত আইএনএছ হংসৰ পৰা দুখন যুদ্ধবিমানৰ কাৰ্যকাৰিতা কেইবামাহ ধৰি চলি আছে। কিন্তু কোনো বিশেষ কাৰণত আমেৰিকাৰ সেই যুদ্ধবিমান ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ আগনাবাঢ়িলে ভাৰতে। ফলত ছুপাৰ হৰ্নেট কিনাৰ পৰিকল্পনা বাদ দিলে ভাৰতে। যুদ্ধবিমান কিনাৰ পুৰণা বন্ধু দেশ ফ্ৰান্সৰ ওপৰতেই ভৰষা আছে ভাৰতৰ।

ফৰাছী নৌবাহিনীয়েও এই মেৰিন ৰাফেল ব্যৱহাৰ কৰে। ৰাফেলৰ এই নতুন সংস্কৰণ পুৰণি ৰাফেলতকৈ পৃথক। ৰাফেলৰ পৰা এখোজ আগুৱাই এই মেৰিণ ৰাফেল তৈয়াৰ কৰিছে ফ্ৰান্সে। ৰাফেলৰ তুলনাত ৰাফেল এম যুদ্ধবিমানৰ চকাৰ শক্তি বেছি। অৱতৰণৰ সময়ত দূৰ্ঘটনা নহ’বলৈকে এই যুদ্ধবিমানৰ চকা বিশেষভাৱে তৈয়াৰ কৰা হৈছে। মেৰিণ ৰাফেল এনেকৈ তৈয়াৰ কৰা হৈছে যাতে বিমানখনে যুদ্ধৰ বাহিৰেও অন্য কাম কৰিবলৈকো সক্ষম।

অৱতৰণৰ সুবিধা আৰু কোনো প্ৰয়োজনীয় সামগ্ৰী বহনৰ ক্ষমতা থকাৰ ওপৰিও এই মেৰিণ ৰাফেলৰ পিছৰফালে এটা বিশেষ হুক আছে। এই হুক পুৰণি ৰাফেলত নাই। এই যুদ্ধবিমানৰ পাংখা ভাজ কৰিব পাৰি। মেৰিণ ৰাফেলৰ অস্ত্ৰ পৰিবহণ ক্ষমতা তুলনামূলকভাৱে বেছি। আধুনিক ‘এণ্টি চিপ’ ক্ষেপনাস্ত্ৰৰ ওপৰিও ‘এয়াৰ টু ছাৰ্ফেছ’ ক্ষেপনাস্ত্ৰও উৰোৱাব পাৰে এই যুদ্ধবিমানে। বিশেষ কেইবাটাও বৈশিষ্ট্যৰ বাবে মেৰিণ ৰাফেলৰ ওজন পুৰণা ৰাফেলৰ তুলনাত বেছি।

আইএনএছ বিক্ৰমাদিত্য আৰু আইএনএছ বিক্ৰান্তত ব্যৱহাৰৰ বাবে কেইবা বছৰ পূৰ্বেই ৰুছ যুদ্ধবিমান মিগ-২৯ৰ পৰিবৰ্তে আন বিমানৰ সন্ধান কৰিছিল ভাৰতীয় নৌসেনাই। কেইবাবাৰো বিক্ৰমাদিত্য দেশীয় প্ৰযুক্তিত তৈয়াৰ কৰা পাতল যুদ্ধবিমান তেজছৰো ‘এৰোষ্টেড লেণ্ডিং’ পৰীক্ষা কৰা হৈছিল। এই তেজছ যুদ্ধবিমানে এৰোষ্টেড হুকৰ মাধ্যমেৰে মাত্ৰ ৯০ মিটাৰ ব্যৱধানতেই ২৪৪ কিঃমিঃ ৰ পৰা শূন্যলৈ নামি আহিব পাৰে। কিন্তু অস্ত্ৰবহন ক্ষমতাৰ ক্ষেত্ৰত ৰাফেল ইয়াতকৈ আগবাঢ়ি আছে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে পূৰ্বে জনোৱা অনুসৰি ভাৰতৰ সামৰিক শক্তিৰ চাবিকাঠি তেজচতেই লুকাই আছে। কিন্তু দেশীয় যুদ্ধবিমানৰ আধুনিক সংস্কৰণ ভাৰতৰ বায়ুসেনাৰ হাতলৈ আহিবলৈ এতিয়াও বহু বছৰ বাকী। তেজচ অহাৰ আগলৈকে শত্ৰু মোকাবিলাত মেৰিণ ৰাফেলেই ভৰষা হৈ পৰিছে সামৰিক বিশেষজ্ঞসকলৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
Next Post
পাঁচ মাহৰ ভিতৰত আজি অষ্টমটো চিতাৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ ওপজা দিনত কুন্নো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা ৮ চিতাই সাবটিলে মৃত্যুক

পাঁচ মাহৰ ভিতৰত আজি অষ্টমটো চিতাৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ ওপজা দিনত কুন্নো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা ৮ চিতাই সাবটিলে মৃত্যুক

গৰ্বিত অসমবাসী! অসম সন্তানৰ হাতৰ ৰিমটৰ টিপাতেই উৎক্ষেপণ হ’ল চন্দ্ৰযান-৩

গৰ্বিত অসমবাসী! অসম সন্তানৰ হাতৰ ৰিমটৰ টিপাতেই উৎক্ষেপণ হ’ল চন্দ্ৰযান-৩

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.