• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যিমান পাৰে সন্তান জন্ম দিয়ক, মোদী থকালৈকে চিন্তা নাই…

যিমান পাৰে সন্তান জন্ম দিয়ক, মোদী থকালৈকে চিন্তা নাই…

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

1 hour ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

2 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

3 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

4 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

5 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

5 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

6 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

6 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

7 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

7 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

যিমান পাৰে সন্তান জন্ম দিয়ক, মোদী থকালৈকে চিন্তা নাই…

ৰাজস্থানৰ এগৰাকী মন্ত্ৰীৰ মন্তব্যই কঁপাইছে দেশৰ ৰাজনীতি

editor by editor
January 10, 2024
in Uncategorized
0
যিমান পাৰে সন্তান জন্ম দিয়ক, মোদী থকালৈকে চিন্তা নাই…
0
SHARES
152
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ ‘আপোনালোকে চিন্তা নকৰিব। যিমান পাৰে সন্তান জন্ম দিয়ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে ঘৰ আৰু থকা-খোৱাৰ সুবিধা কৰি দিব। কিয়নো প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালত কোনোলোকেই অন্ন-বস্ত্ৰ-বাসস্থানৰ অভাৱত থাকিব লগা নহয়।’- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম-কাজক প্ৰশংসা কৰিবলৈ গৈ এইবাৰ বিৰ্তকত সোমাই পৰিছে এগৰাকী মন্ত্ৰী।

ৰাজস্থানৰ ভজনলাল চৰকাৰৰ মন্ত্ৰী বাবুলাল খৰাড়ীয়ে এখন জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুটাকৈ কাৰ্যকালৰ বিৱৰণ দিবলৈ গৈ নিজেই বিৰ্তকত সোমাই পৰিছে। মন্ত্ৰীগৰাকীয়ে প্ৰতিনিধিত্ব কৰা খৰাড়ী বিধানসভ সমষ্টিটোৰ ৰাইজক যিমান পাৰে সিমান সন্তান জন্ম দিবলৈ আহ্বান জনায়। এই আহ্বানৰ অন্তৰালত যুক্তি দি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালত কোনোৱেই চিন্তা কৰিব লগা নাই।

মন্ত্ৰীগৰাকীৰ এই বক্তব্যৰ ভিডিঅ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। আদিবাসী ক্ষেত্ৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে ভাৰত সংকল্প যাত্ৰাৰ এক অনুষ্ঠানত অংশ লৈ এই বক্তব্য প্ৰদান কৰিছিল। উল্লেখ কৰা প্ৰয়োজন যে, জনতাক অধিক সন্তান জন্ম দিবলৈ আহ্বান জনোৱা মন্ত্ৰীগৰাকীয়ে আছে দুগৰাকী পত্নী আৰু ৭টাকৈ সন্তান।

এটা দায়িত্বশীল পদবীত থাকি জনতাক এনে আহ্বান জনোৱা মন্ত্ৰীগৰাকীক অপসাৰণৰ দাবীও তুলিছে বিৰোধীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
Uncategorized

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

April 2, 2026
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
Next Post
ৰামৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ সময়ত সীতাৰ বয়স কিমান আছিল? ৯৯ শতাংশ লোকেই নাজানে প্ৰকৃত সত্য?

ৰামৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ সময়ত সীতাৰ বয়স কিমান আছিল? ৯৯ শতাংশ লোকেই নাজানে প্ৰকৃত সত্য?

পাকিস্তানৰ হাতৰ পৰা কেনেকৈ লাক্ষাদ্বীপক উদ্ধাৰ কৰিছিল বল্লভভাই পেটেলে? জানক ইতিহাস

পাকিস্তানৰ হাতৰ পৰা কেনেকৈ লাক্ষাদ্বীপক উদ্ধাৰ কৰিছিল বল্লভভাই পেটেলে? জানক ইতিহাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.