• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনপ্ৰিয়তা হ্ৰাস পাইছে প্ৰধানমন্ত্ৰী মোদীৰ

জনপ্ৰিয়তা হ্ৰাস পাইছে প্ৰধানমন্ত্ৰী মোদীৰ

5 years ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

4 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

6 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

7 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

7 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

8 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

8 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

9 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

9 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

10 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

10 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

10 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জনপ্ৰিয়তা হ্ৰাস পাইছে প্ৰধানমন্ত্ৰী মোদীৰ

editor by editor
May 20, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
জনপ্ৰিয়তা হ্ৰাস পাইছে প্ৰধানমন্ত্ৰী মোদীৰ
0
SHARES
618
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ জনপ্ৰিয়তা হ্ৰাস পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই কথাই প্ৰভাৱ পেলাইছে দেশৰ শাসনাধিষ্ঠ দল বিজেপিৰ ওপৰতো। এক আন্তঃৰাষ্ট্ৰীয় সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। আমেৰিকাৰ ‘মৰ্নিং কনচাল্ট’ নামৰ এটা ডাটা সমীক্ষা সন্থাৰ তথ্যত প্ৰকাশ পাইছে এই কথা। সমীক্ষা অনুসৰি জনপ্ৰিয়তাৰ সূচকত পূৰ্বৰ তুলনাত ২২ পইণ্ট হ্ৰাস পাইছে নৰেন্দ্ৰ মোদীৰ। চলিত সপ্তাহত নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ সাৰ্বজনীন সূচক হৈছে ৬৩ শতাংশ। দেশত কোভিডৰ ভয়াৱহতা ৰোধত হোৱা ব্যৰ্থতাৰ বাবেই জনপ্ৰিয়তা হ্ৰাস পোৱাৰ কথা প্ৰকাশ পাইছে সমীক্ষাত। কোভিডৰ দ্বিতীয় ঢৌত অক্সিজেন, ঔষধ, চিকিৎসালয়ত বিচনাৰ অভাৱ তথা ভেকচিনৰ অভাৱত জৰুলা হৈছে সমগ্ৰ দেশ। ‘মৰ্নিং কনচাল্ট’ সংস্থাই ভাৰতবাসীৰ মাজত কৰা এই সমীক্ষাত প্ৰকাশ পাইছে ফ্ৰেব্ৰুৱাৰীত কেভিডৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ সময়ৰ পৰাই নিম্নগামী হৈছে মোদীৰ জনপ্ৰিয়তা। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা হ্ৰাসে কঁপনি তুলিছে বিজেপিৰ ভিতৰ চ’ৰাতো। নৰেন্দ্ৰ মোদীৰ পূৰ্বৰ ভাৱমূৰ্তি পুনৰুদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপি দলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24narendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
Next Post
নৈতিক আৰু সামাজিকভাৱে গ্ৰহণযোগ্য নহয় লিভ-ইন সম্পৰ্ক

নৈতিক আৰু সামাজিকভাৱে গ্ৰহণযোগ্য নহয় লিভ-ইন সম্পৰ্ক

দেৱ-দেৱীৰ সংখ্যা বাঢ়িল, এইবাৰ দেৱীৰ ৰূপত ক’ৰোনা

দেৱ-দেৱীৰ সংখ্যা বাঢ়িল, এইবাৰ দেৱীৰ ৰূপত ক’ৰোনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.