• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিল্পীক সন্মান জনাব নজনা আমি অসমীয়া জাতি! দাক্ষিণাত্যই কেনেদৰে জীয়াই ৰাখিছে ভূপেন হাজৰিকাৰ সৃষ্টিক?

শিল্পীক সন্মান জনাব নজনা আমি অসমীয়া জাতি! দাক্ষিণাত্যই কেনেদৰে জীয়াই ৰাখিছে ভূপেন হাজৰিকাৰ সৃষ্টিক?

3 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 minutes ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

2 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

3 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

3 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

4 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

4 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

5 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

5 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

7 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

7 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

24 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিল্পীক সন্মান জনাব নজনা আমি অসমীয়া জাতি! দাক্ষিণাত্যই কেনেদৰে জীয়াই ৰাখিছে ভূপেন হাজৰিকাৰ সৃষ্টিক?

editor by editor
October 15, 2022
in অসম, গুৱাহাটী, চিনেমা, বিনোদন, বিশ্ব, ভাৰত, লেখা, সংগীত
0
শিল্পীক সন্মান জনাব নজনা আমি অসমীয়া জাতি! দাক্ষিণাত্যই কেনেদৰে জীয়াই ৰাখিছে ভূপেন হাজৰিকাৰ সৃষ্টিক?
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘তুমি কেতিয়াবা অসম গৈছা? মোৰ শৈশৱ অসমতেই পাৰ হৈছে। মোৰ পত্নীও অসমৰেই। বিয়াৰ পিছত আমি তাতেই আছিলো। ঠাইখন বৰ ধুনীয়া। মোৰ জীৱনটোও তাত সুন্দৰ আছিল। ভালপোৱাৰ কথাবোৰ অসমেই শিকাইছিল। মই এজন পেছাদাৰী এনিমেটৰ। ভুপেন হাজৰিকাৰ দুটাকৈ গানত মই এনিমেচনৰো কামো কৰিছো।’ এইয়া দাক্ষিণাত্যৰ চিনেমাত অসমৰ প্ৰসংগত কোৱা কথা। অসমৰ পাৰিপাৰ্শ্বিক, সৌন্দৰ্য, অসমীয়া মানুহৰ মহানুভৱতা, অসমৰ শিল্পীৰ কথা সকলোবোৰেই প্ৰাধান্য পাইছে দাক্ষিণাত্যৰ চিনেমাত।

‘বিস্তৃৰ্ণ পাৰৰে অসংখ্য জনৰে, হাহাকাৰ শুনিও নিশব্দে নিৰবে, বুঢ়া লুইত তুমি বুঢ়া লুইত বোৱা কিয়?’ ভূপেন হাজৰিকাই যদিও এই গীতটি হিন্দীতো পৰিবেশন কৰিছে তথাপিও অসমীয়া ভাষাত গোৱা গানটোৱেই চিনেমাখনত দিয়া হৈছে। অসমীয়াই শিল্পী সন্মান কৰিব নাজানে, অসমীয়াই নিজেই নিজৰ সংস্কৃতিত কালিমা সানিছে আদি কথাই সামাজিক মাধ্যমত চৰ্চা লাভ কৰাৰ সময়তে কণ্ঠশিল্পী সীমান্ত শেষৰে দাক্ষিণাত্যৰ এই বিশেষ ভিডিঅ’ ক্লিপটো নিজৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা মোহনলাল অভিনীত এখন চলচ্চিত্ৰত অসমৰ কথা, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ কথা সুন্দৰৰূপত প্ৰকাশ কৰিছে। ৰূপকোঁৱৰৰ নাটক ‘লভিতা’-ক বিকৃতৰূপত উপস্থাপন কৰাকলৈ ৰাজ্যজুৰি সামাজিক মাধ্যমত চলা বিতৰ্কৰ মাজতেই একাংশ নেটিজেনে প্ৰশ্ন কৰিছিল। ৰূপকোঁৱৰক সন্মান কৰিব নোৱাৰা অসমীয়াই ভূপেন হাজৰিকাক পাহৰিবলৈনো কেইটা দিন? অসমত শিল্পীও সময়ৰ সোঁতত পুৰণি হয়। অসমীয়াই নিজৰ সংস্কৃতিকেই সংৰক্ষণ কৰিব নাজানে আজি বিষয় উত্থাপন হৈ থকাৰ মাজতেই দাক্ষিণাত্যৰ এই ক্লিপটোৱে কৈ গৈছে বহু কথা।

শিল্পীৰ জানো দেশ থাকে, পৰিধি থাকে! শিল্পী পৃথিৱীৰ যিকোনো কোণতেই জনসাধাৰণৰ মনত জী থাকে। অসমবাসীয়ে মনত ৰাখক বা নাৰাখক ভূপেন হাজৰিকা পৃথিৱীৰ প্ৰান্তে প্ৰান্তে বহুতৰে আবেগ হৈ জী আছে। অসমীয়াই নাজানিলেও দাক্ষিণাত্যই শিল্পীক সন্মান জনাব জানে। অসমীয়াই আজি দাক্ষিণাত্যৰ পৰা শিকিব লগা বহু কথাই আছে বুলি বহুতেই সামাজিক মাধ্যমত উল্লেখ কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
Next Post
অনুৰাগী হৈ উঠিল হত্যাকাৰী! বিৰাট কোহলীক সমালোচনা কৰাৰ বাবেই হত্যা কৰিলে নেকি ৰোহিতৰ অনুৰাগীক? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

অনুৰাগী হৈ উঠিল হত্যাকাৰী! বিৰাট কোহলীক সমালোচনা কৰাৰ বাবেই হত্যা কৰিলে নেকি ৰোহিতৰ অনুৰাগীক? সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

হাৰ্ট এটেকৰ আগৰ ৭টা দিনত হৃদযন্ত্ৰই কি কি সংকেত দিয়ে?

হাৰ্ট এটেকৰ আগৰ ৭টা দিনত হৃদযন্ত্ৰই কি কি সংকেত দিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.