• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনুৰাগী হৈ উঠিল হত্যাকাৰী! বিৰাট কোহলীক সমালোচনা কৰাৰ বাবেই হত্যা কৰিলে নেকি ৰোহিতৰ অনুৰাগীক? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

অনুৰাগী হৈ উঠিল হত্যাকাৰী! বিৰাট কোহলীক সমালোচনা কৰাৰ বাবেই হত্যা কৰিলে নেকি ৰোহিতৰ অনুৰাগীক? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

4 years ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

21 minutes ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

2 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

3 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

5 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

5 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

6 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

7 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

7 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

7 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

7 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অনুৰাগী হৈ উঠিল হত্যাকাৰী! বিৰাট কোহলীক সমালোচনা কৰাৰ বাবেই হত্যা কৰিলে নেকি ৰোহিতৰ অনুৰাগীক? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

editor by editor
October 15, 2022
in ক্ৰীড়া, ভাৰত
0
অনুৰাগী হৈ উঠিল হত্যাকাৰী! বিৰাট কোহলীক সমালোচনা কৰাৰ বাবেই হত্যা কৰিলে নেকি ৰোহিতৰ অনুৰাগীক? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…
0
SHARES
13.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিৰাটক বেছি ভালপায়নে ৰোহিত শৰ্মাক? কোনে বেছি ভাল খেলে? দৈনিক এই বিষয়টোক লৈ অনুৰাগীৰ মাজত চৰ্চা। কিন্তু এই আলোচনাই যে এজন ক্ৰিকেটপ্ৰেমীৰ জীৱনেই কাঢ়িব পাৰে সেই কথা জানো কল্পনা কৰা যায়? তেনে এক অদ্ভুত ঘটনাই সংঘটিত হৈছে দেশত। বিৰাটৰ অনুৰাগীয়ে হত্যা কৰিলে ৰোহিত শৰ্মাৰ এজন অনুৰাগীক। অনুৰাগীৰ এই কাৰ্যকলাপৰ পিছতেই সামাজিক মাধ্যমত বহুমত বিৰাট কোহলীক গ্ৰেপ্তাৰ কৰিব লাগে।

সামাজিক মাধ্যমত বহুলভাৱে চৰ্চা লাভ কৰিছে এই হত্যাকাণ্ডৰ ঘটনাই। টুইটাৰতো ট্ৰেণ্ড কৰিছে #ArrestKohli. ঘটনাটো ভাৰতবৰ্ষৰে তামিলনাডুত। তামিলনাডুৰ মাল্লুৰ এলেকাত পি ভিগনেশ আৰু ধৰ্মৰাজ নামৰ দুই বন্ধুৱে কোহলী আৰু ৰোহিত শৰ্মাৰ খেলক লৈ আলোচনা কৰি আছিল। ইফালে সন্মুখত টি-২০ বিশ্বকাপ। কোন তাৰকাই বেছি ভাল খেলে সেই বিষয়টোক লৈয়েই আড্ডা জমি উঠিছিল।

কিন্তু এটা সময়ত এই আলোচনাই গৈ তৰ্কৰ ৰূপ লয়। বিৰাট কোহলীৰ অনুৰাগী ধৰ্মৰাজে এটা সময়ত খঙত একো নাই হৈ এটা কাঁচৰ বটলেৰে ৰোহিত অনুৰাগী পি ভিগনেশৰ মূৰত মৰিয়াই দিয়ে। ধৰ্মৰাজৰ আক্ৰমণত সেই স্থানতেই প্ৰাণ হেৰুৱাই পি ভিগনেশে। ঘটনাৰ পিছতেই আৰক্ষীয়ে আটক কৰিছে বিৰাট অনুৰাগী ধৰ্মৰাজক। ধৰ্মৰাজে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি বিৰাটক সমালোচনা কৰিছিল ভিগনেশে। কোহলীৰ খেলো ভাল নহয় আদি বিষয় উত্থাপন কৰাৰ বাবেই এইদৰে হত্যা কৰা বুলি স্বীকাৰ কৰিছে ধৰ্মৰাজে।

উল্লেখ্য যে, ঘটনাটোৱে সামাজিক মাধ্যমতো ট্ৰেণ্ড কৰিছে। টুইটাৰত বহুসংখ্যকেই কোহলীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবীও উত্থাপন কৰিছে। পূৰ্বেও ক্ৰিকেটাৰৰ অনৰাগী আছিল। শচীন তেণ্ডুলকাৰ, ৰিকি পণ্টিং, ব্ৰায়ান লাৰা আদিৰো বহু অনুৰাগী আছে। অনুৰাগীৰ মাজত মতানৈক্যও আছে কিন্তু এনেদৰে হত্যা কৰাৰ ঘটনা ক্ৰিকেটৰ ইতিহাসত হয়তো এয়াই প্ৰথম। ৰোহিত অনুৰাগীৰ হত্যাৰ পিছতেই সচেতন একাংশ ক্ৰিকেট অনুৰাগীয়ে উত্থাপিত কৰিছে প্ৰশ্ন, ‘কি হৈছে, এইয়া ক্ৰীড়াপ্ৰেমী কাৰ্যকলাপ কেনেকৈ হ’ব পাৰে?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24best news channel in assamBest News Portal in Assamrohit sarmavirat kholi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা
অপৰাধ

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

September 19, 2026
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য
জীৱনশৈলী

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

September 19, 2026
Next Post
হাৰ্ট এটেকৰ আগৰ ৭টা দিনত হৃদযন্ত্ৰই কি কি সংকেত দিয়ে?

হাৰ্ট এটেকৰ আগৰ ৭টা দিনত হৃদযন্ত্ৰই কি কি সংকেত দিয়ে?

 বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে, ‘ভাৰতীয় টকাৰ মূল্য হ্ৰাস হোৱা নাই, ডলাৰহে শক্তিশালী হৈছে’

 বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে, 'ভাৰতীয় টকাৰ মূল্য হ্ৰাস হোৱা নাই, ডলাৰহে শক্তিশালী হৈছে’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.