• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰৰ এইকেইটা অংশত তিল থাকিলে অত্যন্ত শুভ, কোনকেইটা স্থানত তিল থাকিলে শুভ? জানিবলৈ ক্লিক কৰক…

শৰীৰৰ এইকেইটা অংশত তিল থাকিলে অত্যন্ত শুভ, কোনকেইটা স্থানত তিল থাকিলে শুভ? জানিবলৈ ক্লিক কৰক…

4 years ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

23 minutes ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

1 hour ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

2 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

3 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

3 hours ago
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

3 hours ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

18 hours ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

18 hours ago
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

18 hours ago
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

19 hours ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

20 hours ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰৰ এইকেইটা অংশত তিল থাকিলে অত্যন্ত শুভ, কোনকেইটা স্থানত তিল থাকিলে শুভ? জানিবলৈ ক্লিক কৰক…

editor by editor
October 23, 2022
in জীৱনশৈলী, বিবিধ
0
শৰীৰৰ এইকেইটা অংশত তিল থাকিলে অত্যন্ত শুভ, কোনকেইটা স্থানত তিল থাকিলে শুভ? জানিবলৈ ক্লিক কৰক…
0
SHARES
25.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰায়লোকৰেই শৰীৰত তিল থাকে। শৰীৰৰ কিছু স্থানত তিল থকাটোক শুভ বুলি গণ্য কৰে জ্যোতিষ শাস্ত্ৰইয়ো। কিন্তু কোন স্থানত তিল থকাটো শুভ বুলি গণ্য কৰা হয় জানেন? পুৰুষ-মহিলাৰ ক্ষেত্ৰত এইয়া পৃথক পৃথক। তিলৰ আকাৰক লৈয়ো এই নিৰ্ণয় কৰা হয়।

পুৰুষৰ ক্ষেত্ৰত শৰীৰৰ সোঁফালে তিল থাকিলে ভাল বুলি গণ্য কৰা হয়। পুৰুষৰ বাওঁফালে তিল থকাটো কিন্তু অশুভ বুলি গণ্য কৰে জ্যোতিষ শাস্ত্ৰই। কিছু সংখ্যকৰ আকৌ তিলৰ ওপৰতো নোম থাকে। নোম থকা তিল ভাল বুলি গণ্য কৰা নহয়। এই ধৰণৰ তিলে সমস্যাৰ ইংগিত দিয়ে। ডিম্বাকাৰ তিল কেৰিয়াৰত উন্নতি হোৱাৰ লক্ষণ বুলি ধৰা হয়। ঘূৰণীয়া তিলে ভাল ব্যক্তিত্ব বুজায়। আনহাতে ডাঙৰ তিল থকা লোকসকলৰ আত্মবিশ্বাস কম।

পুৰুষৰ কঁপালৰ সোঁফালে তিল থকা মানে কোনো এক বিষয়ত তেনে পুৰুষ খুবেই পাৰ্গত। এনে লোকৰ মগজু অতি দ্ৰুত গতিত চলে। আনহাতে মূৰৰ বাওঁফালে তিল থকা লোক অত্যাধিক খৰচী হয়। নাৰীৰ ক্ষেত্ৰত আকৌ এয়া পৃথক হয়। নাৰীৰ মূৰৰ বাওঁফালে তিল থকাটো শুভ লক্ষণ।

পুৰুষৰ সোঁ চকুৰ পতাত তিল থাকিলে বৈবাহিক জীৱন সুখৰ হয় বুলি গণ্য কৰা হয়। বাওঁফালে তিল থাকিলে সম্পৰ্কত উত্তেজনা থকা বুলি গণ্য কৰা হয়। কঁপালৰ মাজত তিল থাকিলে তেনে পুৰুষ-মহিলা ভাল মানসিকতাৰ হয় বুলি শাস্ত্ৰই ক’ব খোজে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

May 21, 2026
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?
জীৱনশৈলী

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

May 21, 2026
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

May 21, 2026
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?
জীৱনশৈলী

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

May 21, 2026
Next Post
বিৰাটৰ ফৰ্ম ঘূৰি আহিল! ১৩০ কোটি ভাৰতীয়ক দিলে দীপাৱলীৰ উপহাৰ…

বিৰাটৰ ফৰ্ম ঘূৰি আহিল! ১৩০ কোটি ভাৰতীয়ক দিলে দীপাৱলীৰ উপহাৰ...

মেন অৱ দ্যা মেছ গ্ৰহণ কৰি বিৰাটে ক’লে, পাৰ্থক্য এক বলৰ! মোহালীৰ পৰা মেলবৰ্ণ একেটাই ফৰ্ম, কি ফৰ্মৰ কথা ক’লে বিৰাটে সবিশেষ জানিবলৈ ক্লিক কৰক…

মেন অৱ দ্যা মেছ গ্ৰহণ কৰি বিৰাটে ক’লে, পাৰ্থক্য এক বলৰ! মোহালীৰ পৰা মেলবৰ্ণ একেটাই ফৰ্ম, কি ফৰ্মৰ কথা ক’লে বিৰাটে সবিশেষ জানিবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.