• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰীৰ শৰীৰৰ এইকেইটা অংশত তিল থকাটো অশুভ! জ্যোতিষ শাস্ত্ৰই কোনকেইটা স্থানৰ কথা কৈছে?

নাৰীৰ শৰীৰৰ এইকেইটা অংশত তিল থকাটো অশুভ! জ্যোতিষ শাস্ত্ৰই কোনকেইটা স্থানৰ কথা কৈছে?

4 years ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

4 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

4 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

5 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

5 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

6 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

6 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

7 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

8 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

9 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

9 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাৰীৰ শৰীৰৰ এইকেইটা অংশত তিল থকাটো অশুভ! জ্যোতিষ শাস্ত্ৰই কোনকেইটা স্থানৰ কথা কৈছে?

editor by editor
February 9, 2023
in জীৱনশৈলী
0
নাৰীৰ শৰীৰৰ এইকেইটা অংশত তিল থকাটো অশুভ! জ্যোতিষ শাস্ত্ৰই কোনকেইটা স্থানৰ কথা কৈছে?
0
SHARES
16.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এগৰাকী নাৰীৰ শৰীৰত থকা তিলে কেতিয়াবা সৌন্দৰ্য হৈয়ো ধৰা দিয়ে৷ নাৰীৰ শৰীৰত কোন অংশত তিল থাকিলে অশুভ। তিলৰ কোনটো অংশ বেয়া? জ্যোতিষশাস্ত্ৰই কি কয়?

মহিলা বা পুৰুষৰ শৰীৰত তিলৰ অৱস্থানে বিভিন্ন কথাৰ ইংগিত দিয়ে। কিন্তু জ্যোতিষৰ মতে নাৰীৰ শৰীৰৰ কিছু অংশত তিলৰ অৱস্থানে বেয়া ফল দিয়ে। তাল ৰেখা অনুসৰি বিভিন্ন লক্ষণে আমাৰ জীৱনৰ বহুকেইটা কথাৰেই ইংগিত দিয়ে। একেদৰে মহিলা বা পুৰুষৰ শৰীৰতো তিলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তিলৰ ৰং ক’লা, গোলাপী বা ৰঙা হ’ব পাৰে। তিলৰ আকৃতিও সৰুৰ পৰা ডাঙৰলৈ ভিন্ন হয়। বহুতৰে শৰীৰত কিছু তিল জন্মগতভাৱেই থাকে৷ কিছুসংখ্যকৰ বয়সৰ লগে লগে তিলসমূহ পৰিস্ফুত হ’বলৈ ধৰে৷ কিন্তু জ্যোতিষ শাস্ত্ৰ মতে নাৰী আৰু পুৰুষৰ বিভিন্ন অংশত তিল বা তিলৰ অৱস্থানে বিভিন্ন ইংগিত দিয়ে। নাৰীৰ ক’ত তিল থকাটো বেয়া

যদি কোনো মহিলাৰ শৰীৰৰ দক্ষিণঅংশত তিল থাকে তেন্তে তেওঁক কলংকিত অধ্যায়ৰ সূচনা কৰে।এগৰাকী মহিলাৰ বাওঁ কান্ধত যদি তিল থাকে তেন্তে তেওঁৰ ভাগ্য অতিকৈ বেয়া।
নাৰীৰ মাজ পেটত তিল থকাটোও অশুভ। এনে মহিলাৰ ড্ৰাগছৰ আসক্তি আৰু বিভিন্ন কু-কৰ্মৰ প্ৰতি আসক্তি বাঢ়িব পাৰে।
বুকুত যদি ক’লা তিল থাকে তেন্তে আঘাতৰ ফলত মৃত্যুৰ আশংকা থাকে।
কোনো নাৰীৰ শৰীৰৰ বাওঁফালে যদি ক’লা তিল থাকে তেন্তে দুষ্টপ্ৰকৃতিৰ বুলিও জ্যোতিষ শাস্ত্ৰই দাবী কৰে৷
এগৰাকী মহিলাৰ পেটৰ বাওঁফালে থকা ক’লা তিলে তেওঁৰ পৰিয়ালত দৰিদ্ৰতা অহাৰ ইংগিত দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

October 12, 2026
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!
অপৰাধ

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

October 12, 2026
Next Post
বাল্য বিবাহক লৈ বৰ্তমানো কঠোৰ স্থিতিত মুখ্যমন্ত্ৰী, ৰাজ্যত ক’ত কিমান আটক? সবিশেষ…

বাল্য বিবাহক লৈ বৰ্তমানো কঠোৰ স্থিতিত মুখ্যমন্ত্ৰী, ৰাজ্যত ক’ত কিমান আটক? সবিশেষ...

আকৌ কাৰাগাৰলৈ বিধায়ক অখিল গগৈ! NIAৰ গোচৰৰ তদন্ত সন্দৰ্ভত কি কৈছে অখিল গগৈয়ে?

আকৌ কাৰাগাৰলৈ বিধায়ক অখিল গগৈ! NIAৰ গোচৰৰ তদন্ত সন্দৰ্ভত কি কৈছে অখিল গগৈয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.