• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চ’ত মাহৰ পূৰ্ণিমাৰ পাছতে শুই থকা ভাগ্য সাৰ পাব ৩ ৰাশিৰ

চ’ত মাহৰ পূৰ্ণিমাৰ পাছতে শুই থকা ভাগ্য সাৰ পাব ৩ ৰাশিৰ

1 year ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

22 minutes ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

1 hour ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

2 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

3 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

3 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

4 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

4 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

6 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

6 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

8 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চ’ত মাহৰ পূৰ্ণিমাৰ পাছতে শুই থকা ভাগ্য সাৰ পাব ৩ ৰাশিৰ

editor by editor
April 6, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
চ’ত মাহৰ পূৰ্ণিমাৰ পাছতে শুই থকা ভাগ্য সাৰ পাব ৩ ৰাশিৰ
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চ’ত মাহৰ পূৰ্ণিমাৰ পাছতে শুই থকা ভাগ্য সাৰ পাব ৩ ৰাশিৰ

জ্যোতিষৰ দৃষ্টিকোণৰ পৰা এপ্ৰিল মাহৰ প্ৰতিটো দিন অতি বিশেষ, কাৰণ প্ৰতিদিনে কোনোবা নহয় কোনোবা শুভ যোগৰ গঠন হৈ আছে। লগতে গুৰুত্বপূৰ্ণ গ্ৰহৰ গতিৰ পৰিৱৰ্তন ঘটি আছে। বৈদিক পঞ্জিকাৰ হিচাপ অনুসৰি এইবাৰ ১২ এপ্ৰিল ২০২৫ তাৰিখ শনিবাৰে চ’ত মাহৰ পূৰ্ণিমা পালন কৰা হ’ব। এই চ’ত মাহৰ পূৰ্ণিমাতেই হনুমান জন্ম হৈছিল বুলি মান্যতা আছে। সেয়েহে এই তাৰিখত প্ৰতি বছৰে হনুমান জয়ন্তী উদযাপন কৰা হয়।

চ’ত মাহৰ পূৰ্ণিমাৰ দুদিন পূৰ্বে ২০২৫ চনৰ ১০ এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰে সন্ধিয়া ৭:০৪ বজাত চন্দ্ৰই সিংহ ৰাশিৰ পৰা কন্যা ৰাশিত ট্ৰেন্সজিট কৰিব। চন্দ্ৰ পূৰ্ণিমাৰ আগৰ চন্দ্ৰৰ গতিৰ পৰিৱৰ্তনৰ ফলত ৩ৰাশিৰ শুই থকা ভাগ্য উদয় হব।

বৃষ ৰাশি
আগন্তুক সময় বৃষ ৰাশিৰ লোকসকলৰ বাবে মহান হ’বলৈ গৈ আছে। যুৱক-যুৱতীসকলে ইটোৰ পিছত সিটোকৈ বহু সুযোগ লাভ কৰিব জীৱনত আগবাঢ়ি যাবলৈ। ব্যৱসায়ীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব। নতুন চুক্তি চূড়ান্ত কৰাৰ পিছত এপ্ৰিল মাহত তেওঁ লাভ কৰিব বিপুল লাভ। শেহতীয়াকৈ কোনো বৃহৎ দুৰ্ঘটনা বা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হোৱা দেখা যাব।

কৰ্কট ৰাশি
কৰ্কট ৰাশিত জন্মগ্ৰহণ কৰা লোকৰ বাবে এপ্ৰিল মাহটো স্মৰণীয় হ’ব। এফালে নিয়োজিত লোকসকলৰ সমাজত নাম থাকিব। আনহাতে ব্যৱসায়ীসকলে পুৰণি ঋণৰ পৰা সকাহ পাব। যুৱক-যুৱতীসকলে পৰিয়ালৰ সৈতে পুৰণি মুহূৰ্তবোৰ মনত পেলালে ভাল হ’ব। ইয়াৰ ফলত তেওঁলোকৰ মানসিক চাপ কমি যাব আৰু মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে কৰা প্ৰচেষ্টা সফল হ’ব। এইবাৰ পৰীক্ষাত ভাল নম্বৰ পাব বুলি আশা কৰা হৈছে।

কন্যা ৰাশি
পূৰ্ণিমাৰ আগতে চন্দ্ৰ কন্যা ৰাশলৈ ট্ৰেন্সজিট হ’ব। গতিকে কন্যা ৰাশিৰ লোকসকলে এই ট্ৰেনজিটৰ দ্বাৰা সৰ্বাধিক উপকৃত হোৱাৰ সম্ভাৱনা আছে। যদি আগতে আপোনাৰ ওচৰ-চুবুৰীয়াৰ লগত কোনো বিবাদ হৈছিল, তেন্তে তেওঁলোকৰ লগত কথা পাতিলে মতানৈক্যবোৰ সমাধান হ’ব। ব্যৱসায়ীসকলে এটাৰ পিছত এটাকৈ নতুন অৰ্ডাৰ পাব, যাৰ বাবে তেওঁলোকৰ আৰ্থিক অৱস্থা আগৰ দৰে স্বাভাৱিক হৈ পৰিব। ইয়াৰ বাহিৰেও যুৱক-যুৱতীৰ কেৰিয়াৰে নতুন দিশ লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyLucky Rashirashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
Next Post
সম্পূৰ্ণ সুস্থ বুমৰাহ, বিৰোধী দলক নাশ কৰিবলৈ কাইলৈ খেলপথাৰত বুম বুম বুমৰাহ

সম্পূৰ্ণ সুস্থ বুমৰাহ, বিৰোধী দলক নাশ কৰিবলৈ কাইলৈ খেলপথাৰত বুম বুম বুমৰাহ

ঐতিহাসিক ক্ষণ! দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট ব্ৰীজ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

ঐতিহাসিক ক্ষণ! দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট ব্ৰীজ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.