• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰ্টৰ অসুখৰ এই লক্ষণসমূহ অৱহেলা কৰে অধিকাংশ মানুহে, সতৰ্কতা কি কি অৱলম্বন কৰিব?

হাৰ্টৰ অসুখৰ এই লক্ষণসমূহ অৱহেলা কৰে অধিকাংশ মানুহে, সতৰ্কতা কি কি অৱলম্বন কৰিব?

2 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

4 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

4 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

5 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

6 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

6 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

7 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

8 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

8 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

9 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

9 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

10 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাৰ্টৰ অসুখৰ এই লক্ষণসমূহ অৱহেলা কৰে অধিকাংশ মানুহে, সতৰ্কতা কি কি অৱলম্বন কৰিব?

হাৰ্টৰ অসুখৰ এই লক্ষণসমূহ অৱহেলা কৰে অধিকাংশ মানুহে, সতৰ্কতা কি কি অৱলম্বন কৰিব?

editor by editor
September 27, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
হাৰ্টৰ অসুখৰ এই লক্ষণসমূহ অৱহেলা কৰে অধিকাংশ মানুহে, সতৰ্কতা কি কি অৱলম্বন কৰিব?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমাৰ শৰীৰৰ প্ৰতিটো কোণত অক্সিজেন আৰু পুষ্টি সমৃদ্ধ তেজ পঠিয়াই দিয়াৰ কাম কৰে হাৰ্টে৷ যাৰ ফলত দেহৰ কোষসমূহে পুষ্টি লাভ কৰিব সজীব কোষ হৈ থাকে৷ কিন্তু আমাৰ দৈনন্দিন জীৱনযাত্ৰা আৰু খাদ্যভাষৰ ভুলভ্ৰান্তিৰ বাবে কম বয়সতেই হৃৎপিণ্ড অসুখীয়া হৈ পৰে৷ আনকি শৰীৰত ফুটি উঠে একাধিক লক্ষণ৷ কিন্তু সেই বিষয়টোক বিশেষ গুৰুত্ব নিদিয়ে প্ৰায়সংখ্যক লোকেই৷ বেছিভাগ মানুহেই এই সকলো উপসৰ্গক গুৰুত্ব নিদিয়ে৷ যাৰ ফলত বিপদ বাঢ়ি গৈ থাকে৷ আমি কোনখিনি লক্ষণক ইগনৰ কৰা উচিত নহয়?

বুকু বিষেই সকলোতকৈ ডাঙৰ উপসৰ্গ

হৃদৰোগৰ সকলোতকৈ ডাঙৰ সংকেত হৈছে বুকু বিষ৷ এইক্ষেত্ৰত বহুতৰে খোজ কাঢ়িলে, চিৰি বগালে হঠাৎ বুকু বিষ হ’বলৈ আৰম্ভ কৰে৷ বিশ্ৰাম ল’লে বিষটো সাধাৰণতে ধীৰে ধীৰে কমি যায়৷ বহুতেই এই লক্ষণক তেনেধৰণে গুৰুত্ব নিদিয়ে৷ ভাৱে এইয়া সামান্য সমস্যা৷ নিজে নিজেই কমি যাব৷ যাৰ ফলত এদিন ডাঙৰ বিপদ আহে৷ সেয়ে শৰীৰত এই লক্ষণ ফুটি উঠিলে অৱহেলা নকৰিব৷

ডায়বেটিকৰ সমস্যা

ডায়বেটিছ আক্ৰান্ত ৰোগীৰ বহুতেই বহু সময়ত বুকুৰ বিষত ভোগে৷ তেওঁলোকৰ শৰীৰত অন্য লক্ষণ ফুটি উঠে৷ সেয়ে কম পৰিমানে কাম কৰিলে, খোজ কাঢ়িলেই ক্লান্ত হৈ পৰে৷ কিন্তু এই লক্ষণক আমি গুৰুত্ব নিদিও৷ ফলত বৃহৎ কোনো সমস্যাই দেখা দিয়ে৷ সেয়ে ডায়বেটিথ ৰোগীৰ এনে কোনো লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লওক৷

ব্লেক আউট হৈ পৰা

আপোনাৰ হঠাৎ মূৰ ঘূৰাইছে? চকুৰে ব্লাৰ দেখিছে বা সংজ্ঞাহীন হৈ পৰাৰ ইতিহাস আছে? তেন্তে আৰু অপেক্ষা নকৰি অনতিপলমে কোনো চিকিৎসকৰ পৰামৰ্শ লওক৷ কাৰণ এই ধৰণৰ লক্ষণৰ আঁৰত থাকে হৃদৰোগৰ ইংগিত৷ আৰু ৰোগ প্ৰথমেই ধৰা পৰিলে প্ৰাণক লৈ টনাটনি হোৱাৰ আশংকা কমি যায়৷ সুস্থ স্বাভাৱিক জীৱন কটোৱাও সম্ভৱ হৈ পৰে৷

কি কি টেস্ট কৰোৱা জৰুৰী?

হাৰ্টৰ অসুখ ধৰা পেলাবলৈ প্ৰথমে ইচিজি বা ইকো কৰা হয়৷ তাৰপাছতেই প্ৰয়োজন হ’লে হল্টাৰ মনিটৰিঙো কৰা হয়৷ এইক্ষেত্ৰত প্ৰয়োজন অনুসৰি ২৪ ঘণ্টা, ৪৮ঘণ্টা আৰু তাতোকৈ বেছি সময় ধৰি এই টেষ্ট কৰা হয়৷ আকৌ বহু সময়ত ৰোগীৰ এঞ্জিঅ’গ্ৰাফী টেষ্টো কৰা হয়৷ তাৰপাছতেই ৰোগ আৰু ৰোগৰ পৰ্যায় সম্পৰ্কে নিশ্চিত হ’ব পাৰি৷

চিকিৎসা কি?

ৰোগটো প্ৰথম পৰ্যায়ত ধৰা পৰিলে ঔষধৰ মাধ্যমেৰে চিকিৎসা কৰা হয়৷ চেষ্টা কৰা হয় ৰোগীৰ ডায়বেটিছ, প্ৰেছাৰ আৰু কোলষ্টেৰল নিয়ন্ত্ৰণত ৰখা৷ ইয়াৰোপৰি ওজন কমাবলৈ, মদ্যপান, ধূমপান এৰাটোও জৰুৰী৷ ডায়েটত কম তেল, মছলাযুক্ত খাদ্য ৰখাৰ পৰামৰ্শ দিয়া হৈছে৷ তাতেই মোটামুটি ৰোগী সুস্থ হৈ উঠে৷ ব্লকেজ বেছি হ’ল এঞ্জিঅ’প্লাষ্টি কৰাৰ প্ৰয়োজন আহি পৰে৷

Disclaimer: প্ৰতিবেদনটি সচেতনতাৰ উদ্দেশ্যে লিখা হৈছে৷ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
Next Post
কাইলৈ পিতৃপক্ষৰ একাদশীত শনিৰ দৃষ্টি, গ্ৰহৰাজৰ কৃপাত ভাগ্য খুলিব ৫ৰাশিৰ

কাইলৈ পিতৃপক্ষৰ একাদশীত শনিৰ দৃষ্টি, গ্ৰহৰাজৰ কৃপাত ভাগ্য খুলিব ৫ৰাশিৰ

অভিনেত্ৰীৰ সৈতে ডেট কৰিবলৈ গৈয়ে গুলপীয়া চেণ্ডেল পিন্ধিলোঃ কাৰ সৈতে প্ৰেমত এনে হৈছিল ক্ৰিকেটাৰ যুৱৰাজৰ?

অভিনেত্ৰীৰ সৈতে ডেট কৰিবলৈ গৈয়ে গুলপীয়া চেণ্ডেল পিন্ধিলোঃ কাৰ সৈতে প্ৰেমত এনে হৈছিল ক্ৰিকেটাৰ যুৱৰাজৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.