• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেত্ৰীৰ সৈতে ডেট কৰিবলৈ গৈয়ে গুলপীয়া চেণ্ডেল পিন্ধিলোঃ কাৰ সৈতে প্ৰেমত এনে হৈছিল ক্ৰিকেটাৰ যুৱৰাজৰ?

অভিনেত্ৰীৰ সৈতে ডেট কৰিবলৈ গৈয়ে গুলপীয়া চেণ্ডেল পিন্ধিলোঃ কাৰ সৈতে প্ৰেমত এনে হৈছিল ক্ৰিকেটাৰ যুৱৰাজৰ?

2 years ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

10 minutes ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

35 minutes ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

1 hour ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

3 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

4 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

4 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

4 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

5 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

5 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

19 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

19 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অভিনেত্ৰীৰ সৈতে ডেট কৰিবলৈ গৈয়ে গুলপীয়া চেণ্ডেল পিন্ধিলোঃ কাৰ সৈতে প্ৰেমত এনে হৈছিল ক্ৰিকেটাৰ যুৱৰাজৰ?

অভিনেত্ৰীৰ সৈতে ডেট কৰিবলৈ গৈয়ে গুলপীয়া চেণ্ডেল পিন্ধিলোঃ কাৰ সৈতে প্ৰেমত এনে হৈছিল ক্ৰিকেটাৰ যুৱৰাজৰ?

editor by editor
September 27, 2024
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত, লেখা
0
অভিনেত্ৰীৰ সৈতে ডেট কৰিবলৈ গৈয়ে গুলপীয়া চেণ্ডেল পিন্ধিলোঃ কাৰ সৈতে প্ৰেমত এনে হৈছিল ক্ৰিকেটাৰ যুৱৰাজৰ?
0
SHARES
132
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন্তৰ্জাতিক ক্ৰিকেট খেলৰ আৰম্ভণিৰ সময়ৰে পৰাই এগৰাকী চৰ্চাত থকা ক্ৰিকেটাৰ হৈছে যুৱৰাজ  সিং৷ তেওঁৰ সৈতে খেলৰ সমান্তৰালকৈ নাৰীকেন্দ্ৰীক বহু কথা ভাইৰেল৷ তেওঁৰ ডেটিং বিষয়ক কথা বহুবাৰ চৰ্চাত আহিছিল৷ এতিয়া তেওঁ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় ল’লেও প্ৰাক্তন ক্ৰিকেটাৰ হিচাপে তেওঁ সমানেই জনপ্ৰিয় হৈ আছে৷

জনপ্ৰিয়তাৰ বাবেই তেওঁ বলীউডৰ বিভিন্ন অনুষ্ঠানৰ ওপৰিও ক্ৰিকেটৰ বিভিন্ন অনুষ্ঠানত উপস্থিত থাকে৷ শেহতীয়াকৈ যুৱৰাজে এক পডকাষ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰিছে৷ সেই পডকাষ্টতেই কেইবাটাও ব্যক্তিগত কথা তেওঁ নিজেই জনাইছে৷ তেওঁৰ অষ্ট্ৰেলিয়া যাত্ৰাৰ কথাও আকৌ এবাৰ নিজমুখেৰে কৈছে৷ ২০০৭-২০০৮ত অষ্ট্ৰেলিয়ালৈ খেলৰ বাবে গৈছিল যুৱৰাজ সিং৷

২০০৭-২০০৮ চনত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী খেলিবলৈ অষ্ট্ৰেলিয়ালৈ গৈছিল যুৱৰাজ সিং৷ সেই সময়ত তেওঁ এগৰাকী অভিনেত্ৰীক ডেট কৰিছিল৷ সেই ডেটেই তেওঁক বিপদত পেলায়৷ পডকাষ্টত যুৱৰাজে কয়, ‘মই এগৰাকী অভিনেত্ৰীক ডেট কৰিছিলো৷ সেই সময়ত তেওঁ এডিলেডত শ্বুটিং কৰিছিল৷ মই তেওঁৰ সৈতে অষ্ট্ৰেলিয়াত দেখা কৰিব খোজা নাছিলো৷ কিন্তু মোৰ সৈতে তেওঁ সময় কটাব খুজিছিল৷ অৱশেষত মই তেওঁৰ সৈতে দেখা কৰো৷ নিশাজুৰি আমি কথা হ’লো৷  মই তেওঁক কৈছিলো ডেটত নহয় কেৰিয়াৰত মন দিয়াটো ভাল৷’

সমস্যা তেতিয়ালৈকে একো নাছিল৷ যুৱৰাজে কয়, ‘পাছৰ দিনা পুৱা মই মোৰ জোতা বিচাৰি পোৱা নাছিলো৷ তেওঁ মোক কৈছিল মোৰ জোতা তেওঁ পেক কৰি বেগত দিছে৷ মই পিন্ধি যাবৰ বাবে তেওঁৰ গোলপীয়া শ্লিপাৰযোৰ মোক দিছিল৷ মই গোলপীয়া শ্লিপাৰ পিন্ধিয়েই বিমানবন্দৰলৈ যাওঁ৷ সতীৰ্থকেইজনে মোক দেখি হাঁহিবলৈ ধৰে৷ শেষত মই বিমানবন্দৰৰ পৰা জোতা কিনি সেয়া পৰিধান কৰো৷’

পডকাষ্টত যুৱৰাজক প্ৰশ্ন কৰা হৈছিল, বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু মহেন্দ্ৰ সিং ধোনীৰ মাজত তেওঁ কাক শীৰ্ষত ঠাই দিব? তেতিয়া তেওঁ উত্তৰত কয়, তিনিও প্লেয়াৰ আৰু অধিনায়কৰ মাজত তেওঁ শীৰ্ষত ঠাই দিব মহেন্দ্ৰ সিং ধোনীক৷ ইয়াৰোপৰি তেওঁ কয়, ‘প্লেয়াৰ হিচাপে মই টি-২০ত ৰোহিত শৰ্মাক বাচিম৷ তেওঁ এজন ভাল অধিনায়ক তেওঁ ক্ষন্তেকতেই হাতৰ পৰা হেৰাই যোৱা মেচো ঘূৰাই আনিব পাৰে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
Next Post
সাৱধান! Google Payত এই কাম কৰিলেই বন্ধ হৈ যাব পাৰে লেনদেন

সাৱধান! Google Payত এই কাম কৰিলেই বন্ধ হৈ যাব পাৰে লেনদেন

BSNLৰ আন এক বৃহৎ সাফল্য, চিন্তাত মুকেশ আম্বানীও!

BSNLৰ আন এক বৃহৎ সাফল্য, চিন্তাত মুকেশ আম্বানীও!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.