• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান! Google Payত এই কাম কৰিলেই বন্ধ হৈ যাব পাৰে লেনদেন

সাৱধান! Google Payত এই কাম কৰিলেই বন্ধ হৈ যাব পাৰে লেনদেন

2 years ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

32 minutes ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

1 hour ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

2 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

10 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

11 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

11 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

12 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

12 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

13 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

13 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

14 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাৱধান! Google Payত এই কাম কৰিলেই বন্ধ হৈ যাব পাৰে লেনদেন

সাৱধান! Google Payত এই কাম কৰিলেই বন্ধ হৈ যাব পাৰে লেনদেন

editor by editor
September 27, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
সাৱধান! Google Payত এই কাম কৰিলেই বন্ধ হৈ যাব পাৰে লেনদেন
0
SHARES
600
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি পকেটত বেছিভাগৰে ধন নাথাকে৷ ভৰষা এতিয়া সকলোৰে অনলাইন পেমেণ্টেই৷ গুগল পে, ফোন পে দিয়েই সমস্ত যাৱতীয় লেনদেন চলে৷ এটকা দুটকাৰ পৰা লাখ লাখ টকাৰ লেনদেন এতিয়া অনলাইন পেমেণ্টেই ভৰষা৷ কিন্তু বহু সময়ত এনে সমস্যাই দেখা দিয়ে যে গুগল পে ৰে ধনৰ লেনদেন নহয়৷

যদি আপুনিও গুগল পেত এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে প্ৰথমেই একাউণ্ট বেলেন্স চাওক৷ নেটৱৰ্কৰ কোনো সমস্যা আছে নেকি সেয়াও পৰীক্ষা কৰক৷ যদি দেখে যে বেলেন্সো ঠিকে আছে, বেংকৰো কোনো সমস্যা নাই তেন্তে কিয় টকা ট্ৰেন্সফাৰ হোৱা নাই? এইক্ষেত্ৰত এন পিছিআইৰ লিমিট পাৰ হোৱাৰ বাবেই এই অসুবিধা হয়৷

NPCIৰ নিয়ম আৰু গুগল পেত লেনদেনৰ সমস্যাৰ কাৰণ

১. যদি ২৪ ঘণ্টাৰ মাজত আপোনাৰ UPIত লেনদেনৰ সীমা পাৰ হৈ যায় তেন্তে গুগল পেত লেনদেন নহ’ব পাৰে৷ সাধাৰণতে ১লাখ টকাৰ সীমা থাকে UPIলেনদেনত৷ কিছুক্ষেত্ৰত ২লাখ টকাৰো লিমিট দিয়া হয় লেনদেনত৷

২. যদি ২৪ ঘণ্টাৰ মাজত ১০ বাৰ লেনদেন হয় তেতিয়া তেতিয়া আৰু গুগল পেত লেনদেন ৰৈ যায়৷

৩. যদি ২৪ ঘণ্টাৰ ভিতৰত আপোনাৰ একাউণ্টত ৫বাৰতকৈ বেছি ধন আহে তেন্তে লেনদেনৰ সমস্যা আহে৷

৪. নতুন বেংক একাউণ্ট বা UPI আই়ডি এড কৰাৰ প্ৰথম ২৪ ঘণ্টাৰ মাজত ৫০০০ টকাতকৈ বেছি লেনদেন কৰে তেতিয়াও গুগল পেৰ লেনদেনত সমস্যা আহে৷

৫. যদি ৩০ দিনৰ মাজত ১০০ বাৰতকৈ বেছি লেনদেন কৰে তেতিয়া গুগল পেত ধন পঠিওৱাত সমস্যা আহে৷

৬. যদি দিনত ১০টকাতকৈ বেছি কম লেনদেন ২০বাৰতকৈ বেছি কৰে, তেতিয়া UPI পেমেণ্টত সমস্যা আহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা
বাণিজ্য

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

September 11, 2026
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?
জীৱনশৈলী

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

September 11, 2026
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?
জীৱনশৈলী

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

September 11, 2026
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন
অসম

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

September 10, 2026
Next Post
BSNLৰ আন এক বৃহৎ সাফল্য, চিন্তাত মুকেশ আম্বানীও!

BSNLৰ আন এক বৃহৎ সাফল্য, চিন্তাত মুকেশ আম্বানীও!

৩০ বছৰৰ পাছত কোটিপতি হোৱাটো এই ৫ৰাশিৰ বাবে তেনেই সাধাৰণ কথা

৩০ বছৰৰ পাছত কোটিপতি হোৱাটো এই ৫ৰাশিৰ বাবে তেনেই সাধাৰণ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.