• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ ভুৱনেশ্বৰক পিছ পেলাই বিশ্ব ৰেকৰ্ডৰ গৰাকী হ’ল পাকিস্তানৰ শ্বাহিন আফ্ৰিডী

ভাৰতৰ ভুৱনেশ্বৰক পিছ পেলাই বিশ্ব ৰেকৰ্ডৰ গৰাকী হ’ল পাকিস্তানৰ শ্বাহিন আফ্ৰিডী

2 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

2 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

5 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

5 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

7 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

7 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

8 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

8 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

9 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

10 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰতৰ ভুৱনেশ্বৰক পিছ পেলাই বিশ্ব ৰেকৰ্ডৰ গৰাকী হ’ল পাকিস্তানৰ শ্বাহিন আফ্ৰিডী

editor by editor
April 28, 2024
in ক্ৰীড়া
0
ভাৰতৰ ভুৱনেশ্বৰক পিছ পেলাই বিশ্ব ৰেকৰ্ডৰ গৰাকী হ’ল পাকিস্তানৰ শ্বাহিন আফ্ৰিডী
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ ভুৱনেশ্বৰক পিছ পেলাই বিশ্ব ৰেকৰ্ডৰ গৰাকী হ’ল পাকিস্তানৰ শ্বাহিন আফ্ৰিডী

পাকিস্তানৰ শ্বাহিন আফ্ৰিডীৰ নামত নামাংকিত হ’ল এক বিশেষ বিশ্ব ৰেকৰ্ড। পূৰ্বে এই ৰেকৰ্ড আছিল ভাৰতৰ সুদক্ষ বলাৰ ভুৱনেশ্বৰ কুমাৰৰ নামত।

এতিয়া ভাৰতীয় বলাৰ গৰাকী এই তালিকাৰ দ্বিতীয় স্থানলৈ অৱনমিত হৈছে। পাকিস্তানৰ আফ্ৰিডীয়ে ভুৱনেশ্বৰত পিছ পেলাই শীৰ্ষত উপনীত হয়।

ক্ৰিকেটৰ পথাৰত টি-২০ খেলত প্ৰথমটো অভাৰতে সবাতোকৈ অধিক উকেইট দখলকাৰীৰ ৰেকৰ্ড গঢ়ে পাকিস্তানৰ সুদক্ষ বলাৰ শ্বাহিন আফ্ৰিডীয়ে। আফ্ৰিডীয়ে সদ্যহতে চলি থকা নিউডিলেণ্ড বনাম পাকিস্তানৰ খেলত এই বিশ্ব ৰেকৰ্ডৰ গৰাকী হয়।

শ্বাহিন আফ্ৰিডীয়ে বৰ্তমনালৈ প্ৰথমটো অভাৰতে ৫০ টা উইকেট দখল কৰে। ইয়াৰ বিপৰীতে ভাৰতৰ ভুৱনেশ্বৰ কুমাৰে এতিয়ালৈকে প্ৰথমটো অভাৰত ৪৬ টা উইকেট দখল কৰি এই তালিকাৰ দ্বিতীয়ত আছে।

টি -২০ ক্ৰিকেট খেল পথাৰত প্ৰথমটো অভাৰতে উইকেট দখলকাৰী শীৰ্ষ ৫ খেলুৱৈ হৈছে-
শ্বাহিন আফ্ৰিডী- ৫০ উইকেট (পাকিস্তান)
ভুৱনেশ্বৰ কুমাৰ- ৪৬ উইকেট (ভাৰত)
মহম্মদ আমিৰ- ৪১ উইকেট (পাকিস্তান)
শোহেল তনবীৰ- ৩৯ উইকেট (পাকিস্তান)
ডেবিড উইলী- ৩৭ উইকেট (ইংলেণ্ড)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bhuvneshwar KumarBowlercricketShaheen Shah AfridiT 20T 20 cricketworld record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?
বিনোদন

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

October 6, 2026
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ
বিনোদন

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

October 3, 2026
Next Post
আচৰিত হৈছিল চিকিৎসকো, সেই দীৰ্ঘদিনিয়া যাত্ৰাৰ অন্ত…

আচৰিত হৈছিল চিকিৎসকো, সেই দীৰ্ঘদিনিয়া যাত্ৰাৰ অন্ত...

ঐশ্বৰ্যক হৰুৱাই শীৰ্ষত, ২৪ বছৰ বয়সতে বিয়া নোহোৱাকৈ মাতৃ, কোন এই কনমানি

ঐশ্বৰ্যক হৰুৱাই শীৰ্ষত, ২৪ বছৰ বয়সতে বিয়া নোহোৱাকৈ মাতৃ, কোন এই কনমানি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.