• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথাৰ নামত দেশৰ এখন গাঁৱত পিতৃ-মাতৃ তথা স্বামীৰ সমুখতেই কি/না-বে/চা চলে জীয়াৰী-বোৱাৰীৰ

প্ৰথাৰ নামত দেশৰ এখন গাঁৱত পিতৃ-মাতৃ তথা স্বামীৰ সমুখতেই কি/না-বে/চা চলে জীয়াৰী-বোৱাৰীৰ

2 years ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

15 minutes ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

40 minutes ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

1 hour ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

2 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

3 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

4 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

4 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

5 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

6 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

6 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

7 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰথাৰ নামত দেশৰ এখন গাঁৱত পিতৃ-মাতৃ তথা স্বামীৰ সমুখতেই কি/না-বে/চা চলে জীয়াৰী-বোৱাৰীৰ

editor by editor
September 19, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
প্ৰথাৰ নামত দেশৰ এখন গাঁৱত পিতৃ-মাতৃ তথা স্বামীৰ সমুখতেই কি/না-বে/চা চলে জীয়াৰী-বোৱাৰীৰ
0
SHARES
332
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথাৰ নামত দেশৰ এখন গাঁৱত পিতৃ-মাতৃ তথা স্বামীৰ সমুখতেই নিলাম হয় নাৰী

ভাৰতবৰ্ষৰ এখন বিশেষ গাঁও, যি গাঁৱত আজিৰ দিনটো এগৰাকী নাৰীৰ নিলাম হয়। তাকো পিতৃ-মাতৃ তথা স্বামীৰ সমুখতেই নিমালত দিয়া হয় জীয়াৰী তথা বোৱৰী এগৰাকী। পঞ্চায়ত বহুৱাই পঞ্চায়তৰ সমুখতেই এইদৰে নাৰীৰ নিলাম হয়। এক কুপ্ৰথাৰ নামত কৰা হয় এই কাৰ্য। এই কাৰ্যত নাহে কোনো হকা বধা।

লাখ লাখ টকা পৰ্যন্ত দৰ উঠে এগৰাকী নাৰীৰ। যিয়ে সৰ্বাধিক টকা দিব সেই লোকৰ লগতেই যাব লাগে জীয়াৰী তথা বোৱাৰীগৰাকী। এই কু প্ৰথা মধ্যপ্ৰদেশৰ ৰাজগঢ় জিলাৰ।

এই কু প্ৰথা বছৰ বছৰ ধৰি চলি আহিছে। ইয়াক ‘নাট্র ঝগ্ৰা’ প্রথা বোলা হয়। কিন্তু এতিয়া আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ এটা গোচৰ পোহৰলৈ আহিছে। যেতিয়া আৰক্ষী অধীক্ষকে এজন ব্যক্তিক মন্দিৰলৈ লৈ গৈ ক্ষমা খুজাই আৰু বন্দীত্বৰ পৰা মুক্ত কৰাই আনে মহিলা এগৰাকী।

ৰাজগড় জিলাত বছৰ বছৰ ধৰি এই প্ৰথা অব্যাহত আছে। প্ৰতি বছৰে আৰক্ষীয়ে নাটৰা বিবাদৰ শ শ গোচৰ পঞ্জীয়ন কৰে। বহু এন জি অ’ইও এই দুষ্টতা নিৰ্মূলৰ বাবে অভিযান চলাই আছে। কিন্তু আজিও বহু ঠাইত এই প্ৰথা অব্যাহত আছে। যাৰ বাবেই বহু মহিলাৰ জীৱন ধ্বংস হৈছে।

বাল্যবিবাহ হোৱা অঞ্চলত প্ৰধানকৈ এই নাটৰা ঝগ্ৰাৰ পৰম্পৰা দেখা যায়। বিয়াৰ পিছত ছোৱালীজনীক শহুৰেকৰ ঘৰত শোষণ কৰা হয়। ইয়াৰ পিছত শহুৰেকে ছোৱালীজনীক ৰাখিবলৈ অস্বীকাৰ কৰে। বোৱাৰীক মাতৃগৃহলৈ পঠিওৱা হয়। কিন্তু স্বামীয়ে মহিলাগৰাকীক বিবাহ বিচ্ছেদ নকৰে।

কাৰণ সিফালৰ মানুহে বিবাহ বিচ্ছেদৰ বাবে লাখ লাখ টকা দাবী কৰে। ইয়াৰ পিছত নাত্ৰ বিবাদৰ বাবে দুয়োপক্ষই পঞ্চায়ত মাতে। ল’ৰাৰ পক্ষই নিজৰ দাবী উত্থাপন কৰে। যদি ছোৱালীৰ পক্ষই এই দাবী পূৰণ কৰিব নোৱাৰে তেন্তে ছোৱালীজনীক আন কাৰোবাৰ লগত বিয়া কৰাই দিয়াৰ সিদ্ধান্ত লোৱা হয়। বিয়াৰ বিনিময়ত টকা লোৱা হয়। ইয়াৰ পিছত সেই কাজিয়া শেষ হয়।

ছোৱালীজনীৰ মাক-দেউতাকে টকা নিদিলে শহুৰেকে হাৰাশাস্তি কৰে। পৰিয়ালৰ লোকে যাৰ বাবে পঞ্চায়ত মাতিবলৈ বাধ্য হৈছে। ২০১৯ চনৰ পৰা বৰ্তমানলৈ যদি চোৱা হয়, তেন্তে হিচাপ অনুসৰি ৮১৭ টা গোচৰ আৰক্ষীৰ সন্মুখলৈ আহিছিল। একে সময়তে বিগত ৩ বছৰত আৰক্ষীয়ে ৪৫৮টা গোচৰ পঞ্জীয়ন কৰিছে। আৰক্ষীয়েও বৰ্তমানে এই কু প্ৰথাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই এই প্ৰথাৰ বিৰুদ্ধে মানুহক সজাগ কৰি তুলিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: madhya pradeshWomen sold
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ
অপৰাধ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

September 14, 2026
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?
অসম

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

September 14, 2026
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?
অসম

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

September 14, 2026
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Next Post
দৈনিক ৰাশিফল- আজি আশ্বিন কৃষ্ণা দ্বিতীয়াত সর্বার্থ সিদ্ধি যোগ, সকলো কামতে সফলতা ৭ ৰাশিৰ

দৈনিক ৰাশিফল- আজি আশ্বিন কৃষ্ণা দ্বিতীয়াত সর্বার্থ সিদ্ধি যোগ, সকলো কামতে সফলতা ৭ ৰাশিৰ

মৃত্যুৰ পূৰ্বেই কিদৰে নিৰ্ণয় হয় পৰৱৰ্তী জন্ম ! পূৰাণত সবিস্তাৰে বৰ্ণিত

মৃত্যুৰ পূৰ্বেই কিদৰে নিৰ্ণয় হয় পৰৱৰ্তী জন্ম ! পূৰাণত সবিস্তাৰে বৰ্ণিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.