• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে

বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে

11 months ago
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

39 minutes ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

1 hour ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

2 hours ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

3 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

4 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

5 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

6 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

6 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে

editor by editor
May 23, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে
0
SHARES
32
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে। বাংলাদেশত পৰিস্থিতি হৈ পৰিছে ভয়ংকৰ।

বাংলাদেশৰ দায়িত্ব চম্ভালিব নোৱাৰা পৰিস্থিতি ইউনুছৰ। সেনাৰ সৈতে মতানক্য আৰম্ভ হৈছে ইউনুছৰ।

আনুষ্ঠানিকভাৱে পদত্যাগৰ ঘোষণা বাংলাদেশৰ মুৰব্বী মহম্মদ ইউনুছৰ। ঢাকাত অনুষ্ঠিত হৈছিল উপদেষ্টা পৰিষদৰ বৈঠক।

বৈঠকৰ সময়ত স্পষ্ট মন্তব্য ইউনুছৰ, বাংলাদেশত কাম কৰা মোৰ বাবে সম্ভৱ নহয়।  ৰাজনৈতিক দলসমূহৰ মাজত কোনো ঐক্যতা নাই বাংলাদেশত।

অস্থিৰ হৈ পৰিছে বাংলাদেশৰ ৰাজনীতি। মহম্মদ ইউনুছৰ কিছুমান সিদ্ধান্তই ক্ষুব্ধ কৰিছে বাংলাদেশৰ সেনাপ্ৰধানক। ডিচেম্বৰত বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ইউনুছক সকিয়নি।

বাংলাদেশৰ ভৱিষ্যৎ এতিয়া বিপদজনক। বাংলাদেশ চৰকাৰক পোনপটীয়াকৈ হেঁচা ছাত্ৰ সংগঠন, বাংলাদেশ সেনাৰ।

মাহফুজ আছিফ, খলিলুৰ ৰহমানৰ দৰে নেতাক চৰকাৰৰ পৰা অপসাৰণৰ পাছতেই অসন্তুষ্টি। শ্বেখ হাছিনাৰ পদত্যাগৰ পাছতে গঠিত হৈছিল ইউনুছ চৰকাৰ। ইউনুছ চৰকাৰৰ এয়া ভয়ংকৰ বিফলতা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bangladeshbanladesh govtmohammad ynus
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!
জীৱনশৈলী

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

April 27, 2026
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

April 27, 2026
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

April 27, 2026
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?
শিক্ষা

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

April 27, 2026
Next Post
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট

আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.