• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

1 year ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

17 minutes ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

51 minutes ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

1 hour ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

2 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

2 hours ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

2 hours ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

3 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

6 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

7 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

8 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

8 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

editor by editor
May 23, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি
0
SHARES
16
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

নিউজিলেণ্ডৰ অল ৰাউণ্ডাৰ হেলী জেনচেনে শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ১১ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত বিৰতি দিয়াৰ সিদ্ধান্ত লৈছে হেলীয়ে।

এই সময়ছোৱাত তেওঁ নিউজিলেণ্ডৰ হৈ ৫ খন আই চি চি টুৰ্ণামেণ্ট খেলিছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত জেনচেনে অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল আৰু ৩২ বছৰীয়া জেনচেনে সিদ্ধান্ত লৈছিল যে এইটোৱেই খেলৰ পৰা অৱসৰ লোৱাৰ উপযুক্ত সময়।

১১ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত হেলী জেনচেনে নিউজিলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ হৈ ৩৫খন এদিনীয়া আৰু ৫৩খন টি-২০ মেচ খেলিছিল।

এদিনীয়া মেচত হেলিয়ে ২৯৬ ৰান আৰু ২৮টা উইকেট দখল কৰিছে। হেলীৰ বেটৰ পৰা একমাত্ৰ অৰ্ধশতকটো আহিছিল এদিনীয়া ফৰ্মেটত। ইয়াৰ বাহিৰেও টি-২০ত হেলিয়ে ১৮৮ ৰান সংগ্ৰহ কৰাৰ লগতে ৪৮টা উইকেট দখল কৰিছে।

হেলী জেনচেনৰ কেৰিয়াৰৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ২০২০ চনত। আইচিচি প্ৰতিযোগিতাত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা এখন মেচত হেলীয়ে ৩টা উইকেট দখল কৰিছিল। যাৰ বাবে হেলী খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল। সেই প্ৰতিযোগিতাত হেলীয়ে নিউজিলেণ্ডৰ হৈ সৰ্বাধিক ৭টা উইকেট দখল কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricketerFemale CricketHeley JensenRetiremet
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু
ভাৰত

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

September 22, 2026
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ
ভাৰত

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

September 22, 2026
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক
জীৱনশৈলী

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

September 22, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

September 22, 2026
Next Post
আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট

আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট

মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা

মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.