• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধাৰ লাগিছে ৩০০ কোটিৰো বেছি! মুকেশ আম্বানীয়েও ঋণ বিচাৰিছে! ৬বেংকৰ সৈতে আলোচনাৰ তথ্য ভাইৰেল

ধাৰ লাগিছে ৩০০ কোটিৰো বেছি! মুকেশ আম্বানীয়েও ঋণ বিচাৰিছে! ৬বেংকৰ সৈতে আলোচনাৰ তথ্য ভাইৰেল

1 year ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

50 minutes ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

2 hours ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

2 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

3 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

4 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

4 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

6 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

6 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

8 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

8 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধাৰ লাগিছে ৩০০ কোটিৰো বেছি! মুকেশ আম্বানীয়েও ঋণ বিচাৰিছে! ৬বেংকৰ সৈতে আলোচনাৰ তথ্য ভাইৰেল

ধাৰ লাগিছে ৩০০ কোটিৰো বেছি! মুকেশ আম্বানীয়েও ঋণ বিচাৰিছে! ৬বেংকৰ সৈতে আলোচনাৰ তথ্য ভাইৰেল

editor by editor
December 14, 2024
in জীৱনশৈলী
0
ধাৰ লাগিছে ৩০০ কোটিৰো বেছি! মুকেশ আম্বানীয়েও ঋণ বিচাৰিছে! ৬বেংকৰ সৈতে আলোচনাৰ তথ্য ভাইৰেল
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বজাৰত ধাৰ লাগিছে প্ৰায় ৩০০ কোটি ডলাৰ৷ ভাৰতীয় মুদ্ৰাত প্ৰায় চাৰে ২৫ হাজাৰ কোটি টকা৷ এই বিপুল ধাৰ মাৰিবলৈকে নতুন ঋণ বিচাৰিছে মুকেশ আম্বানীৰ নেতৃত্বাধীন ৰিলায়েন্স গোষ্ঠীয়ে৷ ঋণৰ বাবে প্ৰায় আধা ডজন বেংকৰ সৈতে আলোচনাও কৰিছে মুকেশে৷ ঋণ মঞ্জুৰ হ’লে ২০২৩ চনৰ পাছত ৰিলায়েন্সেই প্ৰথম সংস্থা হ’ব যিয়ে এই বিপুল পৰিমাণে ঋণ বেংকৰ পৰা ল’ব৷

নামপ্ৰকাশত অনিচ্ছুক সংস্থাৰ এক সূত্ৰই সংবাদমাধ্যমত জনাইছে যে ৩০০ কোটি ডলাৰৰ নতুন ঋণক লৈ আম্বানীৰ সৈতে ৬টা বেংকৰ কথা চলিছে৷ ২০২৫ চনৰ প্ৰথম ৩মাহৰ মাজত সেই সংখ্যা আৰু বাঢ়িব পাৰে বুলিও ধাৰণা কৰা হৈছে৷ যদিও কোনো বেংকৰ সৈতে এতিয়াও কোনো চুক্তি চূড়ান্ত কৰা হোৱা নাই৷

২০২৫ চনত প্ৰকৃত সুদ মিলাই প্ৰায় ২৯০ কোটি ডলাৰ বজাৰত বকেয়া আছে ৰিলায়েন্সৰ৷ ইয়াৰ পূৰ্বে ২০২৩ চনত ৮০০ কোটি ডলাৰৰ বেছি ঋণ লৈছিল ৰিলায়েন্স গোষ্ঠীয়ে৷ ব্লুমবাৰ্গৰ তথ্য অনুসৰি ৰিলায়েন্সৰ জিঅ’ ইনফোকম লিমিটেডৰ বাবে মুঠ ৫৫ ঋণদাতাৰ পৰা সেই ঋণ লৈছিল ৰিলায়েন্স গোষ্ঠীয়ে৷ নতুন ঋণ মঞ্জুৰ হ’লে সেই টকা লৈ ২০২৩চনৰ বকেয়া শোধ কৰিব বুলিও ধাৰণা কৰিছে বহুতেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

March 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
Next Post
মাত্ৰ ১৪ দিন… জানুৱাৰীতেই কঁপাল ফুলিব এই ৫ৰাশিৰ, ধনসুখ বাঢ়িব নভৱাকৈয়ে

মাত্ৰ ১৪ দিন... জানুৱাৰীতেই কঁপাল ফুলিব এই ৫ৰাশিৰ, ধনসুখ বাঢ়িব নভৱাকৈয়ে

ধনু সংক্ৰান্তিত সূৰ্যৰ প্ৰভাৱ! সৌভাগ্য উজ্বলিব এই ৫ৰাশিৰ জীৱনত

ধনু সংক্ৰান্তিত সূৰ্যৰ প্ৰভাৱ! সৌভাগ্য উজ্বলিব এই ৫ৰাশিৰ জীৱনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.