• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনু সংক্ৰান্তিত সূৰ্যৰ প্ৰভাৱ! সৌভাগ্য উজ্বলিব এই ৫ৰাশিৰ জীৱনত

ধনু সংক্ৰান্তিত সূৰ্যৰ প্ৰভাৱ! সৌভাগ্য উজ্বলিব এই ৫ৰাশিৰ জীৱনত

1 year ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

1 hour ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

2 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

2 hours ago
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

2 hours ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

3 hours ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

3 hours ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

4 hours ago
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

4 hours ago
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

5 hours ago
মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

5 hours ago
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

6 hours ago
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনু সংক্ৰান্তিত সূৰ্যৰ প্ৰভাৱ! সৌভাগ্য উজ্বলিব এই ৫ৰাশিৰ জীৱনত

ধনু সংক্ৰান্তিত সূৰ্যৰ প্ৰভাৱ! সৌভাগ্য উজ্বলিব এই ৫ৰাশিৰ জীৱনত

editor by editor
December 14, 2024
in জীৱনশৈলী
0
ধনু সংক্ৰান্তিত সূৰ্যৰ প্ৰভাৱ! সৌভাগ্য উজ্বলিব এই ৫ৰাশিৰ জীৱনত
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৫ ডিচেম্বৰ ২০২৪ দেওবাৰে চন্দ্ৰই বৃষ ৰাশি ত্যাগ কৰি মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আঘোণ মাহৰ পূৰ্ণিমা তিথি৷ কাইলৈ হৈছে বছৰৰ শেষ পূৰ্ণিমা৷ ইয়াৰোপৰি কাইলৈ বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত গোচৰ কৰিব৷ কাইলৈ পালিত হ’ব ধনু সংক্ৰান্তি৷ কাইলৈ হৈছে আঘোণ মাহৰ শেষ দিন৷ দেওবাৰে দুপৰীয়া ২ বাজি ৩১ মিনিট পৰ্যন্ত পূৰ্ণিমা তিথি থাকিব৷ তাৰপাছতেই পুহ মাহত শুক্লা প্ৰতিপদ তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ শুভ যোগ আৰু শুক্লা যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে মৃগশিৰা নক্ষত্ৰ আৰু আৰ্দ্ৰা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ ১৫ ডিচেম্বৰ ধনু সংক্ৰান্তিত শুভ দিন হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি সকলো কামতেই পজিটিভ ফল পাব৷ পাবলগীয়া ধন কাইলৈ পাব পাৰে৷  যি সুখবৰ শুনাৰ বাবে আপুনি বহু দিনধৰি অপেক্ষা কৰি আছিল সেই সুখবৰ আহিব৷ ব্যৱসায়ীসকলে কাইলৈ ভাল আৰ্থিক লাভ পাব৷

কন্যা ৰাশি

কাইলৈ মিথুন ৰাশিত গোচৰ কৰিব চন্দ্ৰই৷ চন্দ্ৰৰ শুভ প্ৰভাৱত কাইলৈ মানসিক শান্তি লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কোনো সমস্যা সন্মুখলৈ আহিলেও উত্তেজিত নহৈ ধৈৰ্য্য ধৰি তাক সমাধান কৰিব পাৰিব আপুনি৷ কাইলৈ কোনো নতুন সম্পত্তি কিনিব পাৰে৷ যি সম্পত্তি বহু দিন ধৰি বিক্ৰি কৰি দিয়াৰ চেষ্টা কৰিছিল সেই সম্পত্তিও কাইলৈ ভাল দামত বিক্ৰি কৰিব পাৰিব৷ প্ৰেম জীৱন ভালকৈ কটাব৷

বৃশ্চিক ৰাশি

কাইলৈ দিনটো নানান দিশৰ পৰা শুভ হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি সূৰ্যদেৱৰ কৃপাত সকলো কামতেই উন্নতি কৰিব পাৰিব৷ ৰৈ থকা কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ বন্ধ হৈ যোৱা কোনো ব্যৱসায়িক প্ৰকল্পত কাইলৈ নতুনকৈ আৰম্ভ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ পিতৃ মাতৃক লৈ তীৰ্থযাত্ৰালৈ যাব পাৰে৷ নিজৰ বিলাসিতাৰ বাবে কোনো দ্ৰব্য কাইলৈ কিনিব পাৰে৷

ধনু ৰাশি

কাইলৈ সকলো দিশৰ পৰাই সুখৰ দিন আহিব ধনু ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ শুভ যোগৰ প্ৰভাৱত আপোনাৰ আয় বাঢ়িব৷ ইয়াৰ ফলত বেছ কিছু টকা কাইলৈ সঞ্চয় কৰিব পাৰিব ধনু ৰাশিৰ জাতকে৷ কোনো ব্যৱসায়ত বহু দিন ধৰি আৰম্ভ কৰাৰ কথা ভাৱিলে কাইলৈ আপোনাপ বাবে উপযুক্ত দিন হ’ব পাৰে৷ ভায়েক ভনীয়েকৰ সৈতে কাইলৈ সম্পৰ্ক ভাল হ’ব৷

মীন ৰাশি

কাইলৈ সূৰ্যদেৱতাৰ কৃপা থাকিব মীন ৰাশিৰ ওপৰত৷ কাইলৈ আপুনি নিজৰ কামত কোনো ভাল পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব৷ আপোনাৰ কামত খ্যাতি চৌদিশে বিয়পিব৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ কাইলৈ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব মীন ৰাশিৰ জাতকে৷ বিদেশত বসবাসকাৰী কোনো আত্মীয়ৰ পৰা সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?
জীৱনশৈলী

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

April 20, 2026
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?
জীৱনশৈলী

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

April 20, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

April 20, 2026
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?
জীৱনশৈলী

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

April 20, 2026
Next Post
লেনদেন কৰোতেই ভাৱি কৰক! বছৰত কিমান টকা লেনদেন কৰিলে ঘৰত আয়কৰ নটিছ আহিব?

লেনদেন কৰোতেই ভাৱি কৰক! বছৰত কিমান টকা লেনদেন কৰিলে ঘৰত আয়কৰ নটিছ আহিব?

সাধাৰণ ৰন্ধন তেলৰ পৰাই বাঢ়িছে কলন কেন্সাৰ, কেনেকৈ নিজকে ৰক্ষা কৰি চলিব?

সাধাৰণ ৰন্ধন তেলৰ পৰাই বাঢ়িছে কলন কেন্সাৰ, কেনেকৈ নিজকে ৰক্ষা কৰি চলিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.